শেহতীয়া
Home / অসম (page 1034)

অসম

চিয়াজুলী ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত ৰোগীৰ হাহাকাৰ, স্থায়ী চিকিৎসকৰ অভাৱত ফাৰ্মাচিষ্টে প্ৰদান কৰিছে চিকিৎসা 

প্ৰথম খবৰ, বগীনদী: লখিমপুৰ জিলা স্বাস্থ্য বিভাগৰ অধীনৰ চিয়াজুলী ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত, স্থায়ী চিকিৎসকৰ অভাৱত অঞ্চলটোৰ ৰোগী সকলৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। লখিমপুৰ চহৰৰ পৰা প্ৰায় ২৫ কিঃমিঃ দূৰত্বৰ অতি ভিতৰুৱা এই পাহাৰীয়া অঞ্চলত বাৰিষাৰ আগমনৰ লগে লগে ...

Read More »

নদীবান্ধৰ বিৰুদ্ধে বিলাসীপাৰাত অৱস্থান

প্ৰথম খবৰ, বিলাসীপাৰা: বৃহৎ নদীবান্ধৰ বিৰুদ্ধে বিলাসীপাৰ আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তিনিঘণ্টীয়া মৌন অৱস্থান ধৰ্মঘট পালন কৰে৷ পৰিষদৰ বিলাসীপাৰা জিলা সমিতিৰ সভাপতি বিশ্বজিৎ শৰ্মা, সম্পাদক নৱদোয় চক্ৰৱৰ্তীৰ নেতৃত্বত পুৱা দহ বজাৰ পৰা প্ৰতিবাদী কাৰ্যসূচী পালন কৰা হয়।

Read More »

অনিৰ্দ্দিষ্টকালীন অনশনত বহিল বিধায়ক ৰূপজ্যোতি কুর্মী

প্ৰথম খবৰ, মৰিয়নি: অসম নাগালেণ্ড সীমান্তৱৰ্তী মৰিয়নিত নগাৰ আগ্ৰাসনে এক ভয়াবহ ৰূপ লৈছে। মৰিয়নি তিনিখন সংৰক্ষিত বনাঞ্চলৰ প্রায় ৭০% ইতিমধ্যে নগাৰ দখলত। ইয়াৰ পাছতো কিন্তু কানষাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ। নগাৰ বেদখল ৰোধৰ ক্ষেত্ৰত জাতি মাটি ভেটি ৰক্ষা কৰিম বুলি শাসনভাৰ লোৱা ...

Read More »

গহপুৰত অৱস্থান ধৰ্মঘট

প্ৰথম খবৰ, গহপুৰঃ গহপুৰ মহকুমাৰৰ গহপুৰ নগৰত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মধ্য পশ্চিম আৰু গহপুৰ ছয়দুৱাৰ আঞ্চলিক সমিতিৰ সহযোগত অৱস্থান ধৰ্মঘট । বৃহৎ নদীবান্ধ বন্ধৰ দাবীত সফলতাৰে সামৰণি।

Read More »

ৰঙিয়াত বৃহৎ নদী বান্ধৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

প্ৰথম খবৰ, ৰঙিয়া: কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ নদী বান্ধৰ বিৰুদ্ধে সমগ্ৰ অসমৰ লগতে আজি ৰঙিয়াতো অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ ৰঙিয়া জিলা সমিতিয়ে মুখত কলা কাপোৰ বান্ধি অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰে। ৰঙিয়াৰ ঐতিহাসিক কৃষক শ্বহীদ ভৱনৰ সন্মুখত অনুষ্ঠিত হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত ...

Read More »

পথত কুঁৱা সদৃশ গাঁত, দুঘটনাৰ শংকা

প্ৰথম খবৰ, তেজপুৰ: তেজপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত বালিপুখুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত ডিপোটাৰ পৰা হাটখোলাৰ মাজেৰে ৰঙাপৰা সংযোগী পথটোৰ জৰাজীৰ্ণ ৰূপে দীৰ্ঘদিন অঞ্চলবাসী লোক সকলক জ্বলাকলা খুৱাই আহিছে। শেহতীয়া কৈ উক্ত পথৰ ওপৰত সৃষ্টি এটা কুঁৱা সদৃশ গাঁতৰ । ঐতিহাসিক ...

Read More »

বৰমাত ভয়াৱহ দুৰ্ঘটনা

প্ৰথম খবৰ, বৰমা: বাক্সাৰ বৰমাত ভয়াৱহ দুৰ্ঘটনা। বাছৰ খুন্দাত শ্ৰমিক আহত। সংকটজনক অৱস্থাত নলবাৰীলৈ প্ৰেৰণ। শ্ৰমিক জন নক্তিপাৰাৰ মানিক স্বৰ্গীয়াৰী। ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাম কৰি থকা সময়তে সংঘটিত হয় এই ঘটনা। বাছসহ চালকৰ বৰমা আৰক্ষী থানাত আত্মসমৰ্পন।বাছখনৰ নং-AS-01-GC-7453। ঘটনাস্থলীত বৰমা ...

Read More »

সোণাৰিত তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট

প্ৰথম খবৰ, সোণাৰি: সোণাৰিত বৃহৎ নদীবান্ধ নিৰ্মাণ বাতিলৰ দাবীত অসম যুৱ ছাত্ৰ পৰিষদৰ তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট। নগৰৰ মাজমজিয়াৰ বৰপুখুৰীৰ পাৰত যুৱ ছাত্ৰৰ এই প্ৰতিবাদ।

Read More »

লাহোৱালত মৃতদেহ উদ্ধাৰ

প্ৰথম খবৰ, লাহোৱাল: লাহোৱালৰ ডাক ঘৰৰ চৌহদৰ ভিতৰত মৃতদেহ উদ্ধাৰ হৈছে। জানিব পৰা মতে,  লাহোৱালৰ মানসিকভাৱে দুৰ্বল ব্যক্তি ফুল গগৈ (৩৬) বুলি আৰক্ষীয়ে মৃতদেহটো চিনাক্ত কৰিছে। উল্লেখনীয় যে, বিগত প্ৰায় ১৬ দিন মান ফুল গগৈ ঘৰৰ পৰা আঁতৰি আছিল বুলি এক ...

Read More »

ডিমৌত ছাত্ৰী অপহৰণ কৰি যৌন নিৰ্যাৰ্তন

প্ৰথম খবৰ, ডিমৌ: ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে যৌন নিৰ্যাতনৰ দৰে জঘন্য ঘটনা। শিৱসাগৰ জিলাৰ ডিমৌত শুক্ৰবাৰে নিশা সংঘটিত হ’ল এনে এক পাশৱিক ঘটনা। ঘটনাৰ বিৱৰণী অনুসৰি,ডিমৌৰ থাওৰা মাজগাঁৱৰ ছাত্ৰীগৰাকীয়ে নিশা প্ৰায় ১২ বজাত পৰীক্ষাৰ বাবে পঢ়ি থকাৰ মাজতে প্ৰস্ৰাৱ কৰিবলৈ বুলি ...

Read More »