শেহতীয়া
Home / অসম (page 1274)

অসম

বৰমাত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ

প্ৰথম খবৰ,বৰমা,২০ মে’: বৰমাত বাক্সা জিলা মধ্যাহ্ন ভোজন ৰান্ধনি-কৰ্মচাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ ৷ মাননিৰ পৰিবৰ্তে মজুৰীৰ দিয়াৰ দাবী ৷ ৰাজ্য চৰকাৰে বেচৰকাৰী সংস্থাক দায়িত্ব দিব খোজা কাৰ্যৰ বিৰোধিতা ৷ চাকৰী নিয়মীয়াকৰণৰ দাবী ৷

Read More »

মাজুলীত গ্ৰেপ্তাৰ হ’ল অধ্যাপক : ভুৱা নথি পত্ৰৰে ২৪ বছৰ অধ্যাপনা কৰি প্ৰৱঞ্চনা বিদ্যান সমাজক

প্ৰথম খবৰ, উজনি মাজুলী : আজি বিয়লি ঐতিহাসিক জেংৰাইমুখ কলেজত সুৰ্দীঘ ২৪ বছৰ দিন ধৰি অধ্যাপক হিচাপে থকা শংকৰানন্দ ঝাক টি এম পিকেই দিয়া এজাহাৰৰ ভিত্তিত পঞ্জীয়ন হোৱা ২৪/১৭ নম্বৰৰ মতে জেংৰাইমুখ থানাই ঝাৰ নিজৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে । উল্লেখ্য ...

Read More »

ঢাকাত সন্মানিত প্ৰথম খবৰৰ সাংবাদিক, অসমৰ গঁড় হত্যাক লৈ উদ্বিগ্ন বাংলাদেশ

নিউজ ডেক্স, প্ৰথম খবৰ: আজি ঢাকা গাজিপুৰৰ লিবাস টেক্সটাইল লিমিটেডৰ কাৰখানাত প্ৰথম খবৰৰ সাংবাদিক আব্দুল হাইক সন্মানিত কৰা হয়। উদ্যোগটোৰ মহাপ্ৰবন্ধক শ্বহিদুল ইছলামে আদৰণি জনায় সাংবাদিকজনক। উল্লেখ্য যে বিভিন্ন ধৰণৰ পোছাক তৈয়াৰ কৰা কাৰখানাটোত দেশখনৰ ৫ সহস্ৰাধিক কৰ্মচাৰী দৈনিক কাম ...

Read More »

ধৰ্ষণকাৰীৰ শাস্তিৰ দাবীত উত্তাল ঢাকা

ঢাকাৰপৰা আব্দুল হাই, প্ৰথম খবৰ: এক ধৰ্ষণকাণ্ডক লৈ ঢাকা বিশ্ববিদ্যালয়ত উত্তাল প্ৰতিবাদ। ধৰ্ষণকাৰীক কঠোৰ শাস্তিৰ দাবীত সন্মিলিত সাংস্কৃতিক জোঁটৰ কেবাশ লোকেও শোভাযাত্ৰা কৰি ঢাকা বিশ্ববিদ্যালয়ৰ সমুখত ধৰ্না কাৰ্যসূচী পালন কৰে। আনহাতে গ্ৰেপ্তাৰ হোৱা ছাত্ৰ নেতাক মুকলি কৰি দিয়া আৰু ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন ...

Read More »

বুঢ়াচাপৰি অভয়াৰণ্যৰ চোৰাং মাছমৰীয়া আটক

প্ৰথম খবৰ, চামগুৰি: নগাওঁ জিলাৰ বুঢ়াচাপৰি অভয়াৰণ্যৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰত চোৰাং মাছমৰীয়াক বনকৰ্মী দলে আটক কৰে।

Read More »

কামৰূপৰ গন্ধমৌত শিয়ালৰ আক্ৰমণত আহত ৪ জন

প্ৰথম খবৰ,শুৱালকুছি: কামৰূপৰ গন্ধমৌত শিয়ালৰ সন্ত্ৰাস। কেইবাজনো লোকক আক্ৰমণ। ৪ জন লোকক শিয়ালে কামুৰি কৰিলে আঘাতপ্ৰাপ্ত। আহত সকল চানী নাথ, দিজেন নাথ, ৱাচিকুৰ ৰহমান আৰু আমুনউল্লাহ আলী বুলি চিনাক্ত ৷ আহতসকলক শুৱালকুছি চিকিৎসালত ভৰ্তি। সমগ্ৰ অঞ্চলজুৰি আতংক অব্যাহত।

Read More »

লিডুত এক সন্দেহযুক্ত এন এচ চি এন আৰু লিংকমেন আটক

প্ৰথম খবৰ , লিডু : ১৪ নং আসাম ৰাইফলচে তিনিচুকীয়া জিলাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত শালিকী গাঁৱৰ পৰা আটক কৰে এক সন্দেহযুক্ত এন এচ চি এন সদস্য আৰু এজন লিংকমেন । অৰুণাচলৰ চাংলাং জিলাৰ ডিয়ুনৰ বিক্ৰম চাকমা নামৰ সন্দেহযুক্ত এন ...

Read More »

গৌৰীপুৰত পথ দুৰ্ঘটনা: পথৰ মাজত বাগৰিল মালভৰ্তি বলেৰ’ পিকআপ ভেন

প্ৰথম খবৰ, চাংসাৰি : আজি কামৰূপ জিলাৰ উত্তৰ গুৱাহাটী আৰক্ষী চকীৰ অন্তৰ্গত গৌৰীপুৰত এক পথ দুৰ্ঘটনা সংঘটিত হয়। আজি  দিনৰ ৫ মান বজাত উত্তৰ গুৱাহাটী আৰক্ষী চকীৰ সমীপতে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত এই ঘটনাটো সংঘটিত হয়। ঘটনাৰ বিৱৰণী অনুসৰি গুৱাহাটীৰ দিশৰ ...

Read More »

সেউজীকৰণৰ বাবে বৃক্ষৰোপণেৰে ওলাই আহিল প্ৰকৃতিপ্ৰেমী নৱজ্যোতি  

প্ৰথম খবৰ, খৈৰাবাৰী : ভাৰত ভূটান সীমান্তৱৰ্তী বৰনদী অভয়াৰণ্য অঞ্চলৰ দাঁতিকাষৰীয়া গ্ৰামাঞ্চলত আৰু সংৰক্ষিত খালিংদুৱাৰ বনাঞ্চলৰ আশে- পাশে প্ৰায়ে মানুহ আৰু হাতীৰ মাজত সংঘাত উদ্ভৱৰ কাৰণ বা সৃষ্টি সম্পৰ্কে বিভিন্ন গৱেষণামূলক নিবন্ধ লিখা কলাইগাঁও অঞ্চলৰ বিশিষ্ট প্ৰকৃতি প্ৰেমী ব্যক্তি নৱজ্যোতি ...

Read More »

যোৰহাট কাণ্ডৰ পাছত এইবাৰ মেৰাপানীত সংঘটিত হৈছে কিশোৰী নিৰ্যাতনৰ ভয়ংকৰ ঘটনা

প্ৰথম খবৰ, মেৰাপানী : মেৰাপানীৰ লক্ষীবাৰী নাৰায়ণপুৰ গাঁৱৰ এগৰাকী ১৬ বছৰীয়া কিশোৰী নিজ গৃহৰ পৰা শুক্ৰবাৰে বিয়লি মোমায়েকৰ ঘৰলৈ অকলশৰে যোৱাৰ পথত সেই অঞ্চলৰে দুই লম্পট যুৱকে পথৰ পৰা অপহৰণ কৰি নিজ গৃহত কিশোৰী গৰাকীক হাত ভৰি বান্ধি নিৰ্যাতনৰ চলাওতেই ...

Read More »