শেহতীয়া
Home / অসম (page 1347)

অসম

যোগীঘোপাত ভয়াৱহ পথ দুৰ্ঘটনা, আহত ২

প্ৰথম খবৰ, যোগীঘোপা: বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত নৰনাৰায়ণ সেতুৰ সমীপত ৩১(খ)নং ৰাষ্ট্ৰীয় ঘাইপথ আজিও এক ভয়াৱহ পথ দুৰ্ঘটনাত দুজন লোক গুৰুতৰভাৱে আহত হয়। প্ৰাপ্ত খবৰ মতে যোগীঘোপাৰ নৰনাৰায়ণ সেতুৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰৈ থকা এ এছ ০১ ডি ...

Read More »

পিতা-পুত্ৰৰ পুনৰমিলন

প্ৰাঞ্জল শৰ্মা, প্ৰথম খবৰ, নলবাৰী: সাংবাদিক মজিবুৰ ৰহমানৰ দ্বাৰা পৰিচালিত নলবাৰী অনাথ আশ্ৰমত বিগত কেইবাদিন পূৰ্বে পৰিয়ালৰ দ্বাৰা চলা  নিৰ্যাতন সহিব নোৱাৰি  গড়কাপ্তানি বিভাগৰ অৱসৰপ্ৰাপ্ত অভিযন্তা অমৰেন্দ্ৰ শৰ্মাই আশ্ৰয় লৈছিল। উল্লেখ্য যে উচ্চ শিক্ষাৰে শিক্ষিত অমৰেন্দ্ৰ শৰ্মাৰ পুত্ৰ-কন্যা তথা জোৱায়েক। অৱশেষত ...

Read More »

লখিমপুৰত জলবায়ু পৰিৱৰ্তন সম্পৰ্কে বাতানুকূল ভ্ৰাম্যমাণ বাতানুকূল বিজ্ঞান প্ৰদৰ্শনী

প্ৰথম খবৰ, লখিমপুৰ: বিজ্ঞানক জনমুখী কৰা তথা ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞানৰ জনপ্ৰিয়তা বৃদ্ধি কৰাৰ লগতে জলবায়ু পৰিৱৰ্তন সম্পৰ্কে সচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰৰ বিজ্ঞান প্ৰযুক্তিবিদ্যা বিভাগৰ অধীনত ভ্ৰাম্যমাণ বিজ্ঞান প্ৰদৰ্শনীৰ ১৬টা ডবাযুক্ত বাতানুকূল ৰে’ল আজি লখিমপুৰত উপস্থিত হয়। আজি পুৱা ...

Read More »

মাজু আইত আক্ৰান্ত মেধাৱী ছাত্রীৰ অকাল মৃত্যু, ৰাজগড়ত গভীৰ শোক

মিৰান ইছলাম, প্ৰথম খবৰ, ৰাজগড়: টিংখাং সমষ্টিৰ ৰাজগড় অঞ্চলৰ এগৰাকী মেধাসম্পন্ন ছাত্রীয়ে আজি মাজু আইত অক্ৰান্ত হৈ অকাল মৃত্যুক অাঁকোৱালি লয়। ডিব্ৰুগড়ৰ মনোহৰি দেৱী কানৈ মহিলা মহাবিদ্যালয়ত কলা শাখাত ৰাজনৈতিক বিজ্ঞানত মেজৰ লৈ স্নাতক চূড়ান্ত বৰ্ষত অধ্যয়নৰত মেধাৱী ছাত্রী চিমি ...

Read More »

পথত অৰ্থসংগ্ৰহ শিশুৰ

ৰাজু কাঠাৰ, বকলীয়াঘাট: ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰঙালী বিহুৰ ব্যাপক উচাহ উদ্দীপনা অব্যাহত থকাৰ সময়তে একাংশ সৰু সৰু ল’ৰা-ছোৱালীয়ে ৩৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত অতি বিপদজনকভাৱে অৰ্থ সংগ্ৰহ কৰি থকা পৰিলক্ষিত হৈছে। কাৰ্বি পাহাৰৰ ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত ছৰ্জেঙৰ সমীপৰ ৩৬ নং ...

Read More »

মাজুলীত পুনৰ অঘটন

প্ৰথম খবৰ, মাজুলী: কথমপি প্ৰাণৰক্ষা পৰিল মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মাজুলীলৈ অহা স্বাস্থ্য বিভাগৰ প্ৰতিনিধি দলৰ। লুইত খাবলুত মৃতকৰ ঘৰলৈ যাওতেই ভাগি থাকিল সোৱণশিৰিৰ ওপৰত থকা বাহৰ দলং। আহত হ’ন অন্য দুজন লোক। দলং ভাগি পৰাত স্বাস্থ্য বিভাগৰ দুজনকৈ বিষয়াৰ লগতে মাজুলীৰ ...

Read More »

BSFৰ প্ৰহাৰত যুৱকৰ মৃত্যু, হাটশিঙিমাৰীত উত্তেজনা

প্ৰথম খবৰ, হাটশিঙিমাৰী: হাটশিঙিমাৰীৰ পুৰণি দেৱানৰ আলগাত বিএছএফৰ প্ৰহাৰত এজন যুৱকৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে। উল্লেখ্য যে আন এজনৰ অৱস্থা সংকটজনক অৱস্থাত আছে। উল্লেখ্য যে আজি পুৱাৰ ভাগত দুয়োকে গৰুৰ সৰবৰাহকাৰীৰ সন্দেহত বিএছএফে আটক কৰি প্ৰহাৰ কৰাৰ অভিযোগ ৰাইজৰ। ঘটনাত অঞ্চলত ...

Read More »

অভয়াপুৰীত পৰিত্যক্ত অৱস্থাত বাইক উদ্ধাৰ

প্ৰথম খবৰ, বঙাইগাঁও ব্যুৰ: বঙাইগাঁও জিলাৰ অভয়াপুৰী আৱৰ্ত ভৱনৰ কাষত হাবিৰ মাজত এখন পালছাৰ বাইক উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ দীৰ্ঘদিন ধৰি অঞ্চলটোত বাইক চোৰে সন্ত্ৰাস চলাই আহিছিল যদিও শেহতীয়াকৈ আৰক্ষীয়ে বাইক চোৰৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলাৰ বাবে ...

Read More »

আজিৰেপৰা দেউৰী বিহু

ৰাজু মিশ্ৰ, প্ৰথম খবৰ, মৰাণ: মৰাণৰ খোৱাং আদৰ্শ দেউৰী গাঁৱত পৰম্পৰাৰ অনুসৰি আজিৰেপৰা দেউৰী সম্প্ৰদায়ৰ লোকসকলে অতি উলহ- মালহে উদযাপন কৰিছে ৰঙালী বিহু। সমগ্ৰ ৰাতিটো পুৰুষ মহিলাই ঘৰে ঘৰে বোকা বিহু মৰা পাছত গৰু গা ধুৱাই পুনৰ বিহুমৰা পৰিলক্ষিত হয়। দেউৰী ...

Read More »

প্ৰতিস্থা দিৱস উদযাপন

প্ৰথম খবৰ, জাজৰি: মৰিগাঁও জিলাৰ ঐতিহাসিক শ্ৰীশ্ৰী নৰোৱা কুজিসত্ৰ থানৰ ৩৬৭ সংখ্যক প্ৰতিস্থা দিৱস আজিৰপৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। আজি পুৱা ধৰ্মধ্বজা উত্তোলন কৰে শ্ৰীশ্ৰী শুকদল বৰবৰি সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীযুত ৰঘুনাথ মহন্তই। উদ্যোক্তাসকলে জনোৱা মতে ধৰ্মধ্বজা উত্তোলন পাছতেই শ্ৰীশ্ৰী গোবিন্দ মহাপ্ৰভুৰ ...

Read More »