শেহতীয়া
Home / অসম (page 1398)

অসম

তেজপুৰত সাংবাদিক সকলে পাতিলে বিহু

প্ৰথম খবৰ, তেজপুৰ : সকলো সময়ত ব্যস্ত সাংবাদিক সকল ।বাতৰিৰ সন্ধানত ব্যস্ত থকা সাংবাদিক সকলে দিনে নিশাই দুৰ্ঘটনা ,হত্যাৰ লগতে সংঘটিত বাতৰি পিছে পিছে ঘুৰি থাকোতেই পাৰ হয় বিহুকে ধৰি বিভিন্ন উৎসৱ পাৰ্ৱন। ৰঙালীৰ আনন্দত মতলীয়া হ’ল আজি তেজপুৰৰ সাংবাদিক ...

Read More »

অভয়াপুৰীত বৃহৎ পৰিমাণৰ জালনোট উদ্ধাৰ

  প্ৰথম খবৰ, অভয়াপুৰী: ৰাজ্যত অব্যাহত আছে জালনোটৰ চোৰাং বেহা৷ ৰবিবাৰে নিশা উত্তৰ শালমাৰা মহকুমা আৰক্ষী বিষয়া শচীন্দ্ৰ নাথ দাস আৰু অভয়াপুৰী আৰক্ষী চকীৰ ভা: বিষয়া যোগেন্দ্ৰ বৰ্মনৰ নেতৃত্বত অভয়াপুৰীৰ লেংটিছিঙাত অভিযান চলাই বৃহৎ পৰিমাণৰ জালনোট উদ্ধাৰ কৰে৷ নতুন ২০০০ ...

Read More »

ৰঙিয়াত আৰক্ষীৰ তৎপৰতাত বন্ধ বাল্য বিবাহ

প্ৰথম খবৰ,ৰঙিয়া: ৰঙিয়া তুলসীবাৰীৰ সমীপৰ হাচানটুক গাঁৱত আজি নিশা আয়োজন কৰা এক বাল্য বিবাহ আৰক্ষীৰ তৎপৰতাত বন্ধ হয়৷ গাঁওখনৰ ১৭ বছৰীয়া কিশোৰী এগৰাকীৰ চিকনীবাৰী নিবাসী আৰিফুল হুছেইনৰ লগত নিকাহ অনুষ্ঠিত হোৱাৰ আগমুহূৰ্তত আৰক্ষীয়ে উপস্থিত হৈ ল’ৰা-ছোৱালীক উদ্ধাৰ কৰি থানালৈ লৈ আহে৷ ...

Read More »

অভয়াপুৰীত পথ দুৰ্ঘটনা, নিহত ১

প্ৰথম খবৰ, অভয়াপুৰী: অভয়াপুৰীৰ খগৰপুৰত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। ট্ৰাকে মহতিয়ালে বাইক আৰোহীক। দুৰ্ঘটনাটোৰ ফলত থিতাতে মৃত্যু হয় বাইক আৰোহীজনৰ AS19B 2162 নম্বৰৰ বাইকৰ দুৰ্ভগীয়া আৰোহীজনক দেওহাটী, জামাদাৰপাৰাৰ ত্ৰিবেন্দ্ৰ সিংহ(৩৪) বুলি চিনাক্ত কৰা হৈছে।

Read More »

ৰঙিয়াত প্ৰাক্তন ছাত্ৰ নেতাৰ অকাল বিয়োগ

প্ৰথম খবৰ, ৰঙিয়া: বৈদ্যগড় আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন কাৰ্যালয় সম্পাদক জ্যোতিষ ৰাজবংশীৰ আজি আবেলী মৃত্যু হয় ৷মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৩২ বছৰ। তেওঁৰ অকাল মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে৷ সন্থাই তেওঁৰ বিয়োগত ৩ দিনৰ বাবে পতকা অৰ্ধনমিত কৰি ...

Read More »

‘নিউজ লাইভ’ৰ জ্যেষ্ঠ সাংবাদিক ছাঁয়ামনি ভূঞালৈ ‘আপকু’ৰ বঁটা

প্ৰথম খবৰ, নাহৰকটীয়া: ৰাজ্যৰ মফচলীয় সাংবাদিকৰ সংগ্ৰামী মঞ্চ ‘আপকু’এ অহা ২৯,৩০ এপ্ৰিলত দুলীয়াজানত অনুষ্ঠিত হ’ব লগা ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি এইবছৰৰ পৰা প্ৰৱৰ্তন কৰিছে সংগঠনটোৰ অন্যতম প্ৰতিষ্ঠাপক ‘বুধিন্দ্ৰ নাথ হাজৰিকা সোঁৱৰণী ইলেকট্ৰনিক মিডিয়া সাংবাদিকতা বঁটা’। এই বঁটা ...

Read More »

অভয়াপুৰী লুঙাই পাহাৰ পূজাত অঘটন, দৰ্শনাৰ্থীৰ ভিৰত ভাঙি পৰিল বাঁহৰ দলং, ভালেকেইজন আহত

প্ৰথম খবৰ, অভয়াপুৰী: ৰবিবাৰে আবেলি অভয়াপুৰী পাহাৰতলীৰ লুঙাই পাহাৰপূজাস্থলীত এক অঘটন সংঘটিত হয়। পূজাস্থলীত যোৱা লুঙাই সুতিৰ ওপৰত থকা এখন বাঁহৰ দলং দৰ্শনাৰ্থীৰ ভিৰ সহিব নোৱাৰি ভাঙি পৰে৷ ফলত আহত হয় মেলাস্থলীত যোৱা বহু দৰ্শনাৰ্থী৷ আহতসকলৰ ভিতৰত মহিলাও আছে৷ বহু ...

Read More »

পৰিৱৰ্তনশীল চৰকাৰৰ প্ৰকৃত নমুনা

প্ৰথম খবৰ, দৰং: দৰংজিলাৰ কলাইগাঁও সমষ্টিৰ অন্তৰ্গত লক্ষীমপুৰ গাঁও পঞ্চায়তৰ বলিপোতা কামাখ্যা মঠ দেৱালয়ৰ সন্মূখেৰে যোৱা পথটো কোনো এজন জনপ্ৰতিনিধিৰে আজিলৈকে চকুত নপৰিল। গতিকে নিজৰ যাতায়াতৰ বাবে নিজে মেৰামতি কৰিছে বালিপোতা যুৱজ্যোতি সংঘৰ সদস্য সকলে। নিৰ্বাচনৰ সময়ত ঠিকে প্ৰতিশ্ৰুতি দিয়ে জয়ী ...

Read More »

জৰাজীৰ্ণ অৱস্থাত পঞ্চৰত্ন নদী আৰক্ষী থানা

প্ৰথম খবৰ,গোৱালপাৰা:  গোৱালপাৰা জিলাৰ পশ্চিমে ব্ৰহ্মপুত্ৰ নদীৰ কাষত পঞ্চৰত্ন পাহাৰৰ গাতে লাগি আছে পঞ্চৰত্ন নদী আৰক্ষী থানা। ১৯৮১ চনতে স্থাপিত হৈছিল  থানাখন। জিলাখনৰ পূৱৰ পৰা পশ্চিমলৈ এটি বৃহৎ অঞ্চল সাঙুৰি আছে থানাখনে। পিচলৈ থানাখনৰ পুৰণি গৃহটোও নতুনকৈ নিৰ্মান কৰা হৈছিল। ...

Read More »

দৰঙত বন বিভাগৰ নাকৰ তলতে চলিছে বন ধ্বংস

প্ৰথম খবৰ, দৰং: ধৰিত্ৰী দিৱসৰ পিছদিনাই অবৈধ ভাৱে চোৰাং বেপাৰীয়ে  চলাই আছে বন ধ্বংস কাৰ্য। দলংঘাট , ঝাৰগাঁও, বুঢীনগৰ,  সৰাবাৰী, নামখলা, ভুৰানগৰ, জেঙেৰাঝাৰ, ভকতপাৰা আদি ঠাইত নিতৌ বহু গছ অবৈধভাৱে কাটি গৈছে চোৰাং বেপাৰীয়ে। বন বিভাগে দেখি নেদেখাৰ ভাঁও জুৰিছে নে তেওঁলোক ...

Read More »