Home / অসম (page 1565)

অসম

চকলাঘাটত পুৱতি নিশা আঠখনকৈ বালিভৰ্তি ট্ৰাক জব্দ

প্ৰথম খবৰ, বেবেজীয়া:নগাঁও জিলাৰ বেবেজীয়া সমীপৰ চকলাঘাটত ৮ খনকৈ বালিভৰ্তি ট্ৰাক জব্দ। পুৱতি নিশা ৰাইজৰ অভিযানত জব্দ কৰা হ’ল ট্ৰাক কেইখন। দীৰ্ঘদিন ধৰি কামপুৰ কপিলী নদীৰ পাৰৰ পৰা ডুমডুমীয়ালৈ চালান বিহীনভাৱে চলি আছিল বালিৰ সৰবৰাহ। জব্দ কৰা ট্ৰাককেইখন আৰক্ষীৰ জৰিয়তে নগাঁও ...

Read More »

জাজৰিত IPL ৰ নামত ব্যাপক জুৱা

প্ৰথম খবৰ, বটদ্ৰৱা: নগাঁও জিলা ৰ জাজৰি আৰক্ষী থানা ৰ গাতে লাগি থকা জাজৰি বাছ আস্থানত IPL ৰ নামত চলি আছে ব্যাপক জুৱা ৰ আদ্দা। ইয়াৰ সমান্তৰাল কৈ প্ৰশাসনৰ জ্ঞাতাৰ্থে দীৰ্ঘদিন ধৰি চলি আছে তিৰ খেলৰ বেহা।স্থানীয় বহুতো যুৱক এই ব্যৱসায় ...

Read More »

ফেচবুকত এইবাৰ জনগোষ্ঠীক তাচ্ছিল্য অনা-অসমীয়াৰ

প্ৰথম খবৰ, ডিব্রুগড়:  জনপ্রিয় শিল্পী জুবিন গার্গক ফেচবুকত পিষ্টলেৰে গুলীয়াই হত্যা কৰাৰ ভাবুকি দিয়াৰ ঘটনা মাৰ নৌযাওঁতে শেহতীয়াকৈ সোনোৱাল কছাৰী জনগোষ্ঠীক লক্ষ্য কৰি ফেচবুকত তাচ্ছিল্যসুচক মন্তব্য প্রদান কৰিছে এজন অনা অসমীয়াই। বিষয়টোৰ সম্পর্কত জনগোষ্ঠীটোৰ মাজত তীব্র প্রতিক্রিয়া সৃষ্টি হৈছে। অমিত ...

Read More »

পিতলৰ ৩৩ ফুট দীঘল সাপ তৈয়াৰ কৰি চমক সৃষ্টি সৰ্থেবাৰীৰ হৰিদাসৰ

প্ৰথম খবৰ, সৰ্থেবাৰী: কাঁহ-পিতলৰ শিল্পৰ বাবে জগত বিখ্যাত সৰ্থেবাৰী। সৰ্থেবাৰীৰ গাতে লাগি থকা বনিয়াকুছি হ’ল শৰাই শিল্পৰ পীঠস্থান। অসমীয়া সংস্কৃতিলৈ ব্যাপক বৰঙণি আগবঢ়াই অহা বনিয়াকুছিৰ এগৰাকী সুনিপুণ পিতল শিল্পী হ’ল হৰিদাস দাস। এইগৰাকী সুনিপুণ শিল্পীয়ে ৩৩ ফুট দীঘল পিতলৰ এডাল ...

Read More »

অবড়ো সুৰক্ষা সমিতিৰ বাইক ৰেলী

প্ৰথম খবৰ, গোৰেশ্বৰ:  ২৫ এপ্ৰিলত কেন্দ্ৰীয় চৰকাৰৰে অসম চৰকাৰ আৰু এবছুৰ ত্ৰিপাক্ষিক আলোচনাক অবৈধ ঘোষণাৰে অবড়ো সুৰক্ষা সমিতিৰ বিশাল বাইক ৰেলী। আলোচনাত অবড়ো সুৰক্ষা সমিতিৰ প্ৰতিনিধিক অন্তৰ্ভুক্তিৰ দাবী। গোৰেশ্বৰ কপালে বড়োলেণ্ডৰ বিৰোধী ধ্বনিৰে।

Read More »

যোগীঘোপাত বিয়া পাতিবলৈ আহি থানাত সোমাল নগাঁওৰ দৰা সহ চাৰিজন

প্ৰথম খবৰ, যোগীঘোপা: বঙাইগাঁও জিলাৰ যোগীঘোপাত আজি চাৰিজন ঠগ প্ৰৱঞ্চক আটক। যোগীঘোপাৰ বালাপাৰাত নগাঁও ৰুপহীহাটৰ পৰা ভুৱা পৰিচয়ৰে বিয়া পাতিবলৈ আহি আটক চাৰিজন। নগাঁও ৰুপহীহাটৰ আবুল নাছাৰ (দৰা),  জামাল উদ্দিন, (দৰাৰ পিতৃ) আবুল কালাম, (দৰাৰ দাদা) আৰু হাফিজুৰ ৰহমানক আটক ...

Read More »

স্বাধীনতা ৭০ বছৰৰ পাছতো চৰকাৰৰ পৰা অৱহেলিত হোৱা এখন ঐতিহাসিক প্ৰসিদ্ধ গাওঁ

প্ৰথম খবৰ, খুমটাই:  অসমৰ বুৰঞ্জী প্ৰসিদ্ধ অঞ্চল সমূহৰ ভিতৰত গেলেকীয়াল গাওঁখনে ৬০০ বছৰীয়া আহোম ৰাজত্ব কালৰে পৰা এক গৌৰৱোজ্জ্বল স্বাক্ষৰ বহন কৰি আহিছে। খুমটাই বিধানসভা আৰু কলিয়াবৰ লোক সভা সমষ্টিৰ অন্তৰ্গত গাঁওৰ মাজেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগী একমাত্ৰ ...

Read More »

চিলাপথাৰ কাণ্ডৰ খলনায়ক সুবোধ বিশ্বাসক হাজিৰ ধেমাজি আদালতত

প্ৰথম খবৰ, ধেমাজি: ধেমাজিৰ আদালতত হাজিৰ কৰা হৈছে চিলাপথাৰ কাণ্ডৰ অন্যতম অভিযুক্ত সুবোধ বিশ্বাস৷ লগতে হাজিৰ কৰা হয় সুভাস বিশ্বাস, সহদেৱ দাস আৰু বেনীমাধৱ ৰায়ক।

Read More »

মোৰাঝাৰৰ যুৱক কুৱেইটত মৃত্যু

প্ৰথম খবৰ, কাকী: হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অন্তগত চাৰিং পথাৰ ৰহমত নগৰৰ যুৱক কুৱেইটত কাম কৰিবলৈ গৈ মৃত্যু হোৱা ঘটনাই চাৰিওফালে শোকৰ ছাঁ পৰে। যুৱক জনৰ নাম কপিল উদ্দিন(৩০)। জানিব পৰা মতে, যুৱক জনে পেটৰ তাড়নাত বিদেশত কাম কৰিবলৈ কেই ...

Read More »

জৰাজীৰ্ণ দলঙেই ভৰসা মলিগাঁও ৰাভাপাৰাবাসীৰঃ কাণসাৰ নাই জনপ্ৰতিনিধিৰ

প্ৰথম খবৰ, বইটামাৰী: বঙাইগাঁও জিলাৰ বৃহত্তৰ বইটামাৰী অঞ্চলৰ অন্তৰ্গত মলিগাঁও ৰাভাপাৰাবাসীয়ে এখন জৰাজীৰ্ণ কাঠৰ দলঙৰ ওপৰত ভৰসা কৰিয়েই বৰ্হিবিশ্বৰ লগত যোগাযোগ ৰাখিব লগীয়া হৈছে৷ বইটামাৰী অঞ্চলৰ মাজেৰে বৈ যোৱা টুনীয়া নদীৰ ওপৰত থকা মলিগাঁও ৰাভাপাৰা আৰু ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী দলংখন বৰ্তমান ...

Read More »