Home / অসম (page 19)

অসম

নগৰবেৰাত আমলেটৰ মূল্যবৃদ্ধিক লৈ ব্যৱসায়ী-গ্ৰাহকৰ মাজত প্ৰচণ্ড মাৰপিট

নগৰবেৰাৰপৰা মিজানুৰ ৰহমান, প্ৰথম খবৰ: ৰাজ্যত ধাৰাবাহিক মূল্যবৃদ্ধিয়ে জ্বলা কলা খুৱাইছে সাধাৰণ জনতাক। অত্যাৱশ্যকীয় সামগ্ৰীৰ ব্যাপক মূল্য বৃদ্ধিত মাধমাৰ খাইছে সৰ্ব সাধাৰণ গ্ৰাহক। ইয়াৰ মাজতে নগৰবেৰাত ব্যৱসায়ীয়ে কণীৰ মূল্যবৃদ্ধি কৰাত মঙলবাৰে নিশা সংঘটিত হয় এক মাৰপিটৰ ঘটনা। শেষতীয়াকৈ কণীৰ মূল্যবৃদ্ধি হোৱাত ...

Read More »

তিতাবৰত শিশু দিৱস

তিতাবৰৰপৰা চিত্তকমল বেজবৰা, প্ৰথম খবৰ: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে তিতাবৰটো উদযাপন কৰা হয় শিশু দিৱস। তিতাবৰ মহকুমাত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে শিলিখাবাৰীত আয়োজন কৰা হয় শিশু দিৱসৰ। দেশৰ প্ৰথম জন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহেৰুক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে ৰাজ্যৰ লগতে সমগ্ৰ দেশবাসীয়ে। ...

Read More »

শিশুদিৱসৰ দিনা নগাঁৱত ইমন কলাকেন্দ্ৰৰ নিবেদন ‘বৃদ্ধাশ্ৰম’

প্ৰথম খবৰ, জাজৰি: দেউতাকৰ অবিহনে মাকৰ পৰিচৰ্য্যাত ডাঙৰ হয় জীৱন। ইঞ্জিনিয়াৰিং সম্পূৰ্ণ কৰি চাকৰি পোৱাৰ কিছুদিন পাছত বিয়া আৰু লাহে লাহে মাকক গা এৰা দিয়ে। অৱশেষত  বৃদ্ধ কালৰ প্ৰিয় আলয় বৃদ্ধাশ্ৰমত মাকৰ অন্তিম শয়ন। শিশু শিল্পীৰ বলিষ্ঠ অভিনয়েৰে দৰ্শকৰ বিপুল ...

Read More »

ঢকুৱাখনাৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয় সমূহত শিশু দিৱস পালন

ঢকুৱাখনাপৰা পাপু বৰুৱা, প্ৰথম খবৰ: আজি শিশু দিৱস। সমগ্ৰ দেশৰ লগতে ঢকুৱাখনা মহকুমাৰ বিভিন্ন প্ৰান্ততৰ বিদ্যালয় সমূহত দিন জোৰা কাৰ্যসূচীৰে জৱাহৰলাল নেহৰুৰ ১২৮ তম জন্মদিৱস উদযাপন কৰে। শিশু দিবস উপলক্ষে TWINKLE KIDS ৰ ৰ উদ্যোগত প্ৰতি বছৰৰ দৰে এইবেলিও এক ...

Read More »

৫৪ সংখ্য এ টি পি এ শ্বিল্ডঃ ভূলুন্ঠিত বি এছ এফ জলন্ধৰ, চেমিত অসম পুলিচ ব্লুজ

যোৰহাটৰপৰা ঋতুৰাজ ফুকন, প্ৰথম খবৰ: যোৰহাট ষ্টেডিয়ামত চলি থকা ৫৪ সংখ্যক এ টি পি এ শ্বিল্ড প্ৰতিযোগীতাৰ দ্বিতীয়খন কোৱাটাৰ ফাইনেলত আজি অসম পুলিচ ব্লুজে বি এছ এফ জলন্ধৰক চাডেন ডেথ প্ৰক্ৰিয়াত পৰাস্ত কৰি চেমিফাইনেলত প্ৰৱেশ কৰে। নৈশালোকত অনুষ্ঠিত হোৱা আজিৰ কোৱাটাৰ ...

Read More »

মঙ্গলদৈ জিলা মইনা পাৰিজাতৰ উদ্যোগত সদৌ অসম মইনা পাৰিজাতৰ ৰাজ্যিক  শিশু দিৱস

প্ৰথম খবৰ, মংগলদৈ /দেওমৰনৈ: শিশু দিৱসৰ দিনটোত শিশু সকলৰ লগত বিশিষ্ট অভিনেতা যতিন বৰা । প্ৰায় সহস্ৰাধিক শিশুৱে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত ভাগ লৈ নষ্টালজিক হৈ পৰিল যতীন বৰা । নৃত্য , অভিনয়েৰে  শিশু সকলক আমোদ দিলে প্ৰসিদ্ধ অভিনেতা গৰাকীয়ে । সদৌ অসম ...

Read More »

দৌলাশাল হাইস্কুলত প্ৰাচীৰ পত্ৰিকা উন্মোচন

চেঙাৰ পৰা মইদুল ইছলাম, প্ৰথম খবৰ: শিশু দিৱসৰ লগত সংগতি ৰাখি আজি নলবাৰী জিলাৰ দৌলাশাল হাইস্কুলত এখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয় । সহ: শিক্ষক ৰমণী নাথ আৰু নৱ কুমাৰ কলিতাৰ তত্বাৱধানত লিখিত ‘ৰেঙণি’ শীৰ্ষক প্ৰাচীৰ পত্ৰিকাখন উন্মোচন কৰে বিৰিণা ...

Read More »

দৰঙৰ DTO ৰ অদ্ভুত কাণ্ড

প্ৰথম খবৰ, মংগলদৈ /দেওমৰনৈ: দৰং জিলাৰ DTO ই ব্যৱহাৰ কৰা চাৰিচকীয়া গাড়ী চুৰিক লৈ আৰক্ষীক ভুল তথ্য প্ৰদান । গুৱাহাটীত চুৰি হোৱা গাড়ীৰ এজাহাৰ দিলে মংগলদৈত চুৰি হোৱা বুলি । আৰক্ষীৰ হেচাত মুখ খুলিলে DTO ৰ ব্যক্তিগত গাড়ী চালকে । ...

Read More »

এন আৰ চি , সীমা সমস্যা কোনা গুৰুত্ব নাই চৰকাৰৰ : সাংসদ গৌৰৱ গগৈ , খুমটাই বিভিন্ন স্থানত শিশু দিৱস উদযাপন

নিউজ ব্যুৰ,প্ৰথম খবৰ: দেশৰ বিভিন্ন প্ৰান্তৰ লগতে আজি খুমটাইৰ বিভিন্ন বিদ্যালয়টো দেশৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহেৰুৰ ওপজা দিনটো শিশু দিৱস হিচাপে পালন কৰে। খুমটাই অঞ্চলৰ বাল্য বিকাশ বিদ্যালয়ত শিশু দিৱস উপলক্ষে উপস্থিত থাকে প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ আৰু ...

Read More »

আদৰ্শ বিদ্যালয় মৈৰাবাৰীৰ ৱেব ছাইট মুকলি

প্ৰথম খবৰ, মৈৰাবাৰী: মৰিগাঁও জিলাৰ লাহৰীঘাট শিক্ষা খণ্ডৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ ধনেৰে স্থাপিত আদৰ্শ বিদ্যালয় মৈৰাবাৰীৰ ৱেবছাইট আজি মুকলি কৰে অসম সৰ্বশিক্ষা অভিযান মিছনৰ অভিযান সঞ্চালিকা অৰুনা ৰাজৰিয়াই।ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াগৰাকীয়ে শিশু দিৱসৰ লগত সংগতি ৰাখি আজি অঞ্চলটোৰ কেইবাগৰাকী অৱসৰপ্ৰাপ্ত ...

Read More »