শেহতীয়া
Home / অসম (page 2)

অসম

বনবিভাগৰ নিযুক্তি প্ৰক্ৰিয়াত অসন্তুষ্ট বনমন্ত্ৰী

কাজিৰঙাৰপৰা ৰাজেশ বেলোৱাৰ,প্ৰথম খবৰঃ বনমন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্ম শনিবাৰে নিশা কাজিৰঙাত উপস্থিত হৈ কাজিৰঙাৰ স্থানীয় যুৱক-যুৱতীক নিযুক্তি দিয়াৰ ক্ষেত্ৰত বিবেচনা কৰাৰ আশ্বাস দিলে সংবাদ মাধ্যমৰ আগত৷ উল্লেখ্য যে, কাজিৰঙাৰ স্থানীয় যুৱক-যুৱতীয়ে বিশেষ গঁড় সুৰক্ষা বাহিনীৰ নিযুক্তি প্ৰক্ৰিয়াত শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ ...

Read More »

মাণিকপুৰৰ শামুকামাৰীত তৈল ভৰ্তি ট্ৰেংকাৰ দুৰ্ঘটনা

কলগাছিয়াৰপৰা আব্দুল হাই,প্ৰথম খবৰ: বঙাইগাঁও জিলাৰ মানিকপুৰ থানাৰ অন্তৰ্গত শামুকামাৰীত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত তৈল ভৰ্তি ট্ৰেংকাৰ দুৰ্ঘটনাগ্ৰস্ত হয়। এছ ২৬ চি ২৯৯০ নম্বৰৰ ভাৰত পেট্ৰলিয়াম ট্ৰেংকাৰখন বঙাইগাঁও অভিমুখে যোৱাৰ সময়ত দূৰ্ঘটনাগ্ৰস্ত হয়। তৎক্ষণাত ঘটনাস্থলীত হাতে হাতে বাচন বৰ্তন লৈ ...

Read More »

বঙাইগাঁৱৰ মানিকপুৰত শাল কাঠ ভৰ্তি ট্ৰাক জব্ধ আৰক্ষীৰ

কলগাছিয়াৰপৰা আব্দুল হাই,প্ৰথম খবৰঃ বঙাইগাঁও জিলাৰ মাণিকপুৰত আৰক্ষীয়ে চলোৱা এক তালাচী অভিযানত বৃহৎ আকাৰৰ শাল কাঠ ভৰ্তি এখন ১০ চকীয়া ট্ৰাক জব্ধ কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে জব্ধ কৰা ট্ৰাকখনৰ নম্বৰ হৈছে এছ ১৯এ ৫৭৯৫৷ ট্ৰাকখন কোকৰাঝাৰৰ পৰা ...

Read More »

মহানগৰ জিলা প্ৰশাসনৰ ড্ৰাই ডে’ৰ নিৰ্দেশনা

নিউজ ডেস্ক,প্ৰথম খবৰঃ আগন্তুক মেঘালয় ৰাজ্যৰ নিৰ্বাচনক উদ্দেশি সৰৱ হৈ পৰিছে মহানগৰ জিলা প্ৰশাসন৷ শেহতীয়াকৈ কামৰূপ মহানগৰ আৰক্ষীয়ে ড্ৰাই ডে’ৰ নিৰ্দেশনা জাৰি কৰিলে গুৱাহাটী মহানগৰীত৷ প্ৰাপ্ত তথ্য মতে, ড্ৰাই ডে’ক কেন্দ্ৰ কৰি আজি বিয়লি ৪ বজাৰ পৰা বন্ধ থাকিব মহানগৰীৰ ...

Read More »

মংগলদৈত বৰ্নাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে উকীল সন্থাৰ শতবাৰ্ষিকী উদযাপন

দেওমৰনৈৰপৰা নিৰঞ্জন শইকীয়া,প্ৰথম খবৰঃ দৰঙ জিলাৰ মংগলদৈ উকীল সন্থাৰ শতবাৰ্ষিকী উদযাপন আজিৰে পৰা আৰম্ভ হয়। ২৪, ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত মংগলদৈ আদালত চৌহদত অনুষ্ঠিত হোৱা উকীল সন্থাৰ শতবাৰ্ষিকী উদ্‌যাপনৰ আজি ৰাতিপুৱা মুল পতাকা আৰু ৯৯ খন পতাকা উত্তোলনৰে শুভাৰম্ভণি কৰে। ...

Read More »

টীয়ক আৰক্ষী থানাৰ নতুন ভৱনৰ আধাৰশিলা স্থাপন আৰক্ষী সঞ্চালক মুকেশ সাহাইৰ

টীয়কৰ পৰা সমীৰণ বৰঠাকুৰ, প্ৰথম খবৰ : টীয়ক আৰক্ষী থানাৰ প্ৰাংগনত দেখা গ’ল আজি এক ব্যতিক্ৰমী ৰূপ৷সকলো ব্যস্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ সাহাৰ আগমনক লৈ৷ অসম চৰকাৰৰ মৈত্ৰী আঁচনীৰ অধীনত নিৰ্মাণ হ’বলগীয়া আৰক্ষী থানাৰ নতুন গৃহৰ আধাৰশিলা স্থাপন কৰি ভাষণ ...

Read More »

নলবাৰী জিলা সাহিত্য সভাৰ পূৰ্ণাংগ সমিতি গঠন

প্ৰথম খবৰ , নলবাৰী: নলবাৰী জিলা সাহিত্য সভাৰ পূৰ্ণাংগ সমিতিখন আজি সৰ্বসন্মতিক্ৰমে গৃহীত হয়।জিলা সাহিত্য সভাৰ কাৰ্যালয় ‘সুভদ্ৰা চৌধুৰী ভৱন’ত জিলা সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি ডাঃ বিপিন চন্দ্ৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিষয়ববীয়াসকলৰ নাম পাঠ কৰি দিয়া হয়।নৱ নিৰ্বাচিত ...

Read More »

আইৰাৰ অসম ৰাজ্যিক কমিটিৰ গুৰুত্বপূৰ্ণ সভা সম্পন্ন 

চাংসাৰিৰ পৰা পঙ্কজ নাথ,প্ৰথম খবৰ: অল ইণ্ডিয়ান ৰিপোৰ্টাৰ্চ এছোছিয়েশন চমুকৈ আইৰাৰ অসম ৰাজ্যিক কমিটিৰ আজি ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীস্হিত ৰাজগড় বিহুতলীত এখন গুৰুত্বপূৰ্ণ সভা অনুস্থিত হৈ যায়। উক্ত সভাত ৰাজ্যিক কমিটিৰ বিষয়ববীয়া সকল উপস্থিত থাকি আইৰা, অসমৰ আগন্তুক কাৰ্য্যৱলী সম্পৰ্কে বিশেষভাৱে ...

Read More »

দুৰ্নীতি নিবাৰক শাখাৰ ভূৱা বিষয়া আটক,ৰাইজৰ গণপ্ৰহাৰ

প্ৰথম খবৰ, ৰঙিয়া: শাসকীয় বিজেপি চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা গ্ৰহণ কৰাৰ সময়তে আজি ৰঙিয়াত আটক হল এজন ভূৱা দুৰ্নীতি নিবাৰক শাখাৰ বিষয়া। ৰঙিয়া ষ্টেডিয়াম কলিৰ ‘ তৃষ্ণা  মিনাৰেল ওৱাটাৰ’ ফেক্টৰী এটাত  দুৰ্নীতি  নিবাৰক শাখাৰ বিষয়া বুলি চিনাকি দি দাবী ...

Read More »

ৰঙিয়াত মাৰনাস্ত্ৰ সহ ২ দুৰ্বৃত্ত আটক, ৪ জাঁই সজীৱ গুলী উদ্ধাৰ

প্ৰথম খবৰ,ৰঙিয়াঃ ৰঙিয়া আৰক্ষী আৰু সেনাৰ ২১ নং মহাৰাজ ৰেজিমেন্টে যুটীয়া  অভিযান চলাই আজি আটক কৰে দুই  দুৰ্বৃত্ত। আটকাধীন দুৰ্বৃত্ত দুজনৰ জিম্মাৰ পৰা এটা  ৯ এম এম পিস্তল সহ চাৰিজাই সক্ৰিয় গুলী উদ্ধাৰ হয়। ৰঙিয়া থানাৰ  ভাৰপ্ৰাপ্ত বিষয়া পৰমানন্দ কলিতাই জানিবলৈ দিয়ামতে, ৰঙিয়াৰ ...

Read More »