Home / অসম (page 21)

অসম

নগাঁৱত পথ দুৰ্ঘটনাত এজন নিহত

নগাঁওৰ পৰা ৱাহিদুদ জামান,প্ৰথম খবৰ: নগাঁৱৰ ননৈ আৰক্ষী চকীৰ অন্তৰ্গত পানীখাইটিত পুৱা ৯বাজি ৩০মিনিত  সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত এজন লোক নিহত হয়। জানিব পৰা মতে, কামপুৰৰ পৰা নগাওঁ অভিমূখে অহা AS02A1405 নম্বৰৰ ৭০৯ গাড়ীখনে ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰে পাৰ হ’ব বিচৰা ...

Read More »

সীমাৰ পৰিধি ভাঙি ‘গজালি’ৰ যাত্ৰা, বাংলাদেশত উন্মোচন হ’ল নলবাৰীৰ পৰা প্ৰকাশিত আলোচনী

নলবাৰীৰ পৰা প্ৰাঞ্জল শৰ্মা, প্ৰথম খবৰ: নলবাৰীৰ বগলচ ৰোড চকৰ পৰা বিগত পাঁচ বছৰ ধৰি প্ৰকাশ হৈ থকা জেপ আলোচনী গজালি’ৰ দ্বি ভাষিক বিশেষ সংখ্যা টো (নৱেম্বৰ)সীমাৰ পৰিধি ভাঙি যোৱা দহ নৱেম্বৰত সূদুৰ বাংলাদেশৰ ঢাকাৰ সাংস্কৃতিক বিকাশ কেন্দ্ৰত বিশ্ব কবি মঞ্চৰ ...

Read More »

খুমটাইত বিশ্ব মধুমেহ দিৱস পালন

প্ৰথম খবৰ, খুমটাই: দেশৰ বিভিন্ন প্ৰান্তৰ লগতে আজি খুমটাই মৌজাৰ অন্তৰ্গত বৰুৱা কছুপথাৰ হাই স্কুলত চাৰিঙ্গীয়া খণ্ড প্ৰাথমিক কেন্দ্ৰৰ অন্তৰ্গত বহুমুখী স্বাস্থ্য কৰ্মী সন্থাৰ সহযোগত দিন যোৰা কাৰ্য্যসূচীৰে বিশ্ব মধুমেহ দিৱস উদযাপন কৰে। পুৱা ১০ বজাত বৰুৱা কছুপথাৰ হাই স্কুলৰ ...

Read More »

নগাঁৱত তিনি লেনযুক্তন ৰাজ্যিক ঘাই পথ নিৰ্মানে সৃষ্টি কৰিব পৰা সমস্যা সন্দৰ্ভত উপায়ুক্ত অভিযোগ 

নগাঁৱৰ পৰা ৱাহিদুদ জামান,প্ৰথম খবৰ: নগাঁও পৌৰ সভাৰ অন্তৰ্গত ১,২,৩,৪ আৰু ২২ নং ৱাৰ্ডৰ যৌথ উন্নয়ন সমিতিয়ে গুৱাহাটীৰ পৰা কলিয়াবৰ নলতলীলৈকে নিৰ্মাণ কৰি থকা তিনিলেন যুক্ত ৰাজ্যিক ঘাই পথত নগাঁও চহৰৰ পুৰণা এ টি ৰোডৰ লগতে একাংশ এলেকা ওখকৈ পথ নিৰ্মাণ ...

Read More »

বিশ্বত ডায়েবেটিজ বেমাৰীৰ সংখ্যা ৫০০ নিযুত, ভাৰতবৰ্ষ হ’ল ডায়েবেটিচৰ ৰাজধানী

প্ৰথম খবৰ, নগাঁও: ” ডায়েবেটিজ বেমাৰ নহয়, ই আচলতে এক মানসিক অস্থিৰতাহে। দুই ধৰণৰ ডায়েবেটিজ ভিতৰত টাইপ-১ ৰ কোনো প্ৰতিকাৰৰ ব্যৱস্থা নাই যদিও টাইপ-২ ৰ ক্ষেত্ৰত কিছু সাৱধানতা অবলম্বন কৰি ইয়াৰ পৰা হাত সাৰি থাকিব পাৰি। ” – এই মন্তব্য ...

Read More »

নলবাৰীত পুনৰ বৌদ্ধিক জাগৰণ হৈছে: অচ্যুৎ পাটোৱাৰী

নলবাৰীৰ পৰা প্ৰাঞ্জল শৰ্মা, প্ৰথম খবৰ: নলবাৰীৰ ৰাস মহোৎসৱ উপলক্ষে আয়োজিত গ্ৰন্থ মেলাই ৰাস যাত্ৰী সকলক বিশেষ ভাৱে আকৰ্ষিত কৰিছে । আজি দুপৰীয়াৰ ভাগত গ্ৰন্থ মেলাৰ বাকৰিৰ পৰা নলবাৰী পুথিভঁৰাল লৈ উলিওৱা গ্ৰন্থ শোভাযাত্ৰাই ৰাসৰ ৰং আৰু অধিক চৰালে। বিভিন্ন বেনাৰ ...

Read More »

নলবাৰীত গীতে-মাতে, কবিতা, কৌতুকেৰে ৰাজনীতিবিদৰ এঘন্টা জীপাল 

নলবাৰীৰ পৰা প্ৰাঞ্জল শৰ্মা, প্ৰথম খবৰ: নলবাৰীৰ হৰিমন্দিৰৰ ৮৪ সংখ্যক ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি আয়োজন কৰা গ্ৰন্থ মেলাত  নিশা গীত-মাত, নৃত্য ,কবিতা,কৌতুকেৰে ‘ৰাজনীতিবিদৰ এঘন্টা’ শীৰ্ষক অনুষ্ঠানটো সামৰণি পৰে। গ্ৰন্থ মেলাৰ তত্বাৱধায়ক সুভাষ দেৱ নাথ আৰু আহ্বায়ক দিলজিৎ বৰ্মন তথা আছাম ...

Read More »

মৰাণত শিশু দিৱস পালন

মৰাণৰপৰা ৰাজু মিশ্ৰ, প্ৰথম খবৰ: আজি শিশু দিৱসৰ লগত সংগতি ৰাখি অসম চৰকাৰৰ চাহ ও প্ৰাক্তন চাহ জনজাতি কল্যাণ বিভাগৰ দ্বাৰা প্ৰদান কৰা বিশুদ্ধ খোৱা পানীৰ ফিল্টাৰ চেপন চাহ বাগিচাৰ অন্তৰ্গত চেপন বৰতানি প্ৰাথমিক বিদ্যালয়, চেপন 12নং বি ক্লাছ প্ৰাথমিক ...

Read More »

মুৰফুলনিত শিশু দিৱস উদযাপন

প্ৰথম খবৰ, মুৰফুলনি: আজি শিশু দিৱস । সমগ্ৰ দেশৰ লগতে গোলাঘাট জিলাৰ মুৰফুলনিৰ ফলঙনি আদৰ্শ প্ৰাথমিক বিদ্যালয়তো আজি দিন জোৰা কাৰ্যসূচীৰে জৱাহৰলাল নেহৰুৰ ১২৮ তম জন্মদিৱস উদযাপন কৰে । পুৱা ৭ বজাত পৰিৱেশ নিকাকৰণ, ৮ বজাত পতাকা উত্তোলন কৰে বিদ্যলয় ...

Read More »

শিৱসাগৰৰ বিহুবৰত কংগ্ৰেছৰ বিশাল প্ৰতিবাদী সভা

শিমলুগুৰিৰ পৰা নেকিবুল হক, প্ৰথম খবৰ: ৰাজ্যজুৰি নাগা উগ্ৰপন্থী সংগঠন এন এচ চি এন আই এমৰ সৈতে ভাৰত চৰকাৰে কৰা নগা ফেমৱৰ্ক চুক্তি ৰাজহুৱা কৰাৰ লগতে অসমৰ মাতি নাগালেণ্ডৰ অন্তভুক্তিৰ ষড়যন্ত্ৰৰ প্ৰতিবাদত আজি উত্তাল হৈ পৰে নাজিৰা অসম নগালেণ্ড সীমান্তবৰ্তী বিহুবৰৰ ...

Read More »