শেহতীয়া
Home / অসম (page 3)

অসম

সমন্বয়ৰ ক্ষেত্ৰ নলবাৰীৰ মাঁ মহাকালী আশ্ৰমত শ্যাম পূজা উদযাপন 

নলবাৰীৰ পৰা প্ৰাঞ্জল শৰ্মা, প্ৰথম খবৰ: ১৯৮৩ চনতে আচাৰ্য, তান্ত্ৰিক, অসম সাহিত্য সভাৰ আজীৱন সদস্য ৰাজীৱ গোস্বামীৰ প্ৰচেষ্টাত নলবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ ( গনেশ মন্দিৰ চক) খুদিয়াতস্থ মা মহাকালী আশ্ৰমত ধৰ্মীয় ৰীতি নীতিৰে যোৱা নিশা শ্যাম পূজা ও ...

Read More »

নগাঁৱত সহকৰ্মী শিক্ষক-শিক্ষয়িত্ৰীৰ মাজত সংঘাত,দুটাকৈ গোচৰ ৰুজু

নগাঁৱৰ পৰা ৱাহিদুদ জামান, প্ৰথম খবৰ: নিম্ন প্ৰাথমিক স্তৰৰ পৰা মাধ্যমিক স্তৰৰ বিদ্যালয়সমুহৰ গুণগত মান নিৰূপনৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগে আৰম্ভ কৰা গুণোৎসৱ কাৰ্যসূচীৰ সামৰণি পৰাৰ সময়ত নগাঁও জিলাৰ খাগৰিজান প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত সোনাইপাৰ শিমলুগুৰি প্ৰাথমিক বিদ্যালয়ত দীৰ্ঘদিন ধৰি চলি অহা ...

Read More »

খোলাবান্ধা নৈ পৰীয়া চৰাঞ্চল প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত জন্ম মৃত্যু পঞ্জীয়ন নথকাত ৰাইজৰ হাহাকাৰ

নগৰবেৰাৰ পৰা মিজানুৰ ৰহমান, প্ৰথম খবৰ: বৰপেটা জিলাৰ দক্ষিণ প্ৰান্তৰৰ চেঙা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ চৰাঞ্চলৰ এক মাত্ৰ চিকিৎসা সেৱা কেন্দ্ৰ খোলাবান্ধা নৈ-পৰীয়া চৰাঞ্চল প্ৰাথমকি স্বাস্থ্য কেন্দ্ৰ। খোলাবান্ধা, মৈৰাদিয়া¸চাংবান্ধা, আদুৰিপাৰা¸পাঠিমাৰী আদি বৃহত্তৰ গাঁওসমূহৰ  ৰাইজে চিকিৎসালয়খনৰ পৰা নাম মাত্ৰ চিকিৎসা সেৱা গ্ৰহণ কৰি ...

Read More »

খুমটাইত বিদ্যুৎস্পৃষ্ট হৈ দুই শ্ৰমিক আহত

প্ৰথম খবৰ, খুমটাই: খুমটাই জয়া গগৈ মহাবিদ্যালয়ৰ পানী যোগান আঁচনিৰ কাম কৰি থকা অৱস্থাত আজি দিনৰ প্ৰায় ১১ বজাত বিদ্যুৎস্পৃষ্ট হৈ দুজন শ্ৰমিক গুৰুতৰভাৱে আহত হয়। মহাবিদ্যালয়খনৰ পানী যোগান কেন্দ্ৰৰ বাবে লোৰ সামগ্ৰী বিদ্যুৎ সংলগ্ন আৰ্থিং তলেৰে পাৰ হওঁতেই বিদ্যুৎস্পৃষ্ট ...

Read More »

মুৰফুলনিত হাতীৰ তাণ্ডৱ, আহত এজন

প্ৰথম খবৰ, মুৰফুলনি: গোলাঘাট জিলাৰ মুৰফুলনিৰ কাষৰে শ্যামৰাইপুৰ চাহ বাগিচাত আজি পুৱা ১০ মান বজাত বন্যহস্তীৰ আক্ৰমণত এজন যুৱক গুৰুতৰভাৱে আহত হয়। জানিব পৰা মতে, যোৱা নিশা বন্যহস্তীৰ জাকটোৱে গৰঙ্গা পথাৰত ওৰে নিশা উপদ্ৰৱ চলাই আজি পুৱা শ্যামৰাইপুৰ ফালে গুচি ...

Read More »

উজনি মাজুলীত স্বচ্ছ অভিযান

প্ৰথম খবৰ, উজনি মাজুলী: উজনি মাজুলীৰ অন্যতম ব্যৱসায়িক স্থান নতুন বজাৰত আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ মাজুলী জিলা সমিতিৰ উদ্যোগত স্বচ্ছতাই সেৱা কাৰ্যসূচী ৰূপায়ণ কৰে। বিবেকানন্দৰ আদৰ্শেৰে অনুপ্ৰাণিত ছাত্ৰ সংগঠনটোৱে আজিৰ পৰা ধাৰাবাহিকভাৱে এই কাৰ্যসূচী মাজুলীৰ বিভিন্ন স্থানতে চলোৱা হ’ব বুলি ...

Read More »

গহপুৰত যুৱ প্ৰজন্মৰ প্ৰশংসনীয় পদক্ষেপ, দীপাৱলীত গছ পুলি ৰোপন

নিউজ ডেস্ক, প্ৰথম খবৰ: গহপুৰ- দীপাৱলীৰ সময়ত গছ পুলি ৰোপন কৰি সমাজলৈ এটা ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিলে ফেচবুকৰ সাহিত্য সংস্কৃতি, গহপুৰ নামৰ গ্ৰ’পটোৰ সদস্যসকলে। দীপাৱলীৰ সময়ত সেউজী ধৰণী গঢ়াৰ আহ্বানেৰে ৰূপায়ণ কৰা কাৰ্যসূচী অনুসৰি কালি পুৱা ১০ বজাত সাহিত্য- সংস্কৃতি, গহপুৰৰ ...

Read More »

নগৰবেৰাৰ খামেৰী- পলাহৰটাৰী বজাৰত চোৰৰ চাফাই অভিযান

নগৰবেৰাৰ পৰা মিজানুৰ ৰহমান, প্ৰথম খবৰ: কামৰূপ গ্ৰাম্য জিলাৰ বকো সমষ্টিৰ নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত খামেৰী-পলাহৰটাৰী বজাৰত  নিশা তিনিখনকৈ দোকানৰ তলা ভাঙি চোৰে লুট-পাত চলোৱাৰ ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য কৰিছে। বজাৰখনত নিশা কোনো পহৰাৰ ব্যৱস্থা নথকাৰ ফলতেই এইদৰে চোৰে দোকানৰ একাধিক ...

Read More »

২২ তাৰিখত দৰঙৰ বেছিমাৰীত অসম গণ পৰিষদ দলৰ বিশাল গণ সমাবেশ

দলগাঁৱৰপৰা ৰফিক তালুকদাৰ, প্ৰথম খবৰ: দৰং জিলাৰ দলগাঁও থানাৰ অন্তৰ্গত বেছিমাৰীত বেছিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অহা ২২ তাৰিখ দেওবাৰে দিনৰ ১ বজাত অসম মহিলা পৰিষদৰ উদ্যোগত অনুষ্ঠিত হ’ব অসম গণ পৰিষদ দলৰ বিশাল গণসমাবেশ।উক্ত বিশাল গণসমাবেশত অসম গণ পৰিষদ ...

Read More »

 ৰংজুলিৰ কালী পূজাত উপস্থিত ভৃগু কাশ্যপ

ৰংজুলিৰ পৰা কল্যান ৰয়, প্ৰথম খবৰ: হঠাতে অহা বৰষুণৰ বাবেই ম্লান পৰিল কালিৰ পৰা আৰম্ভ হোৱা ৰংজুলি চেণ্ট্ৰেল কালী পূজাৰ উছাহ। আকস্মিক বৰষুণ জাকৰ বাবেই বাতিল কৰা হ’ল আৰতি প্ৰতিযোগিতাও। পোহৰৰ উছৱৰ বন্তি সমূহো নুমাই গ’ল সময়তকৈ বহু পূৰ্বেই। এনে ...

Read More »