শেহতীয়া
Home / অসম (page 30)

অসম

জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নামৰূপ আঞ্চলিকৰ অধিবেশন সম্পন্ন

নামৰূপৰপৰা স্মৃতি ৰেখা কলিতা, প্ৰথম খবৰ:অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নামৰূপ আঞ্চলিকৰ দ্বীবাৰ্ষিক অধিবেশন খনি দেওবাৰে সম্পন্ন হৈ যায়। এই উপলক্ষে পৰিষদৰ কাৰ্য্যালয় প্ৰাংগণত পুৱা পতাকা উত্তোলন কৰে নামৰূপ আঞ্চলিক ৰ সভাপতি ধ্ৰুৱ গগৈয়ে। শ্বহীদ তৰ্পণ কৰে সম্পাদক সঞ্জীৱ গগৈয়ে। ...

Read More »

এনএছএৰ অধীনত দেবতনু ভট্টাচাৰ্যক গ্ৰেপ্তাৰৰ দাবীত এএছএছপিৰ গোচৰ

প্ৰথম খবৰ,ৰূপহীহাট:কিছুদিন কাছাৰৰ এখন সভাত মুছলমানৰ বিৰুদ্ধে অস্ত্ৰ তুলি ল’বলৈ প্ৰৰোচনামূলক ভাষণ দিয়া হিন্দু সংহতি সভাৰ সভাপতি দেৱতনু ভট্টাচাৰ্যৰ বিৰুদ্ধে ৰাজ্য জুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সময়তে আজি তথাকথিত নেতা জনৰ বিৰুদ্ধে গোচৰ তৰে অসম সংখ্যালঘূ সংগ্ৰাম পৰিষদে। সংগঠনটোৰ নগাঁও জিলা ...

Read More »

ঐতিহাসিক আইলক্ষ্মী থানলৈ সুচল হ’ব যাতায়ত

প্ৰথম খবৰ,বটদ্ৰৱা:মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নাতিবোৱাৰী আই কনকলতাৰ স্মৃতি বিজড়িত পৱিত্ৰ আই কনকলতা(আইলক্ষ্মী)থান দৰ্শন কৰিবলৈ যাতায়তৰ ক্ষেত্ৰত আপুনি আৰু সহিব নালাগে নৰক যান্ত্ৰণা। দীৰ্ঘদিন ধৰি মেৰামতিৰ অভাৱত জহি খহি যোৱা নগাঁও জিলাৰ চকলাঘাট নভেটিৰ পৰা-আইভেটি সংযোগী পথচোৱাৰ কাম আজিৰেপৰা আৰম্ভ হৈছে। ...

Read More »

বৰহোলা-তিতাবৰ পথত দ গাঁত কানসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ

বৰহোলাৰ পৰা অজয় শইকীয়া, প্ৰথম খবৰ : বিগত পোন্ধৰটা বছৰে মুখ্যমন্ত্ৰী সমষ্টি হিচাপে ৰাজ্যত নাম জিলিকাবলৈ সক্ষম হোৱা তিতাবৰ সমষ্টিৰ এতিয়া নাজল নাথৰ অৱস্থা। বাট-পথ, খোৱাপানী, স্বাস্থ্যখণ্ড আদিৰ বিধ্বস্ত অৱস্থাই বাৰুকৈয়ে জলাকলা খোৱাইছে ৰাইজক । তিতাবৰ-বৰহোলা সংযোগী ন-আলি পথটোত বিশেষকৈ ...

Read More »

শিক্ষাবিদ সুৰেণ বৰুৱাৰ মৃত্যুত টীয়কত শোকৰ ছাঁ

টীয়কৰ পৰা সমীৰণ বৰঠাকুৰ,প্ৰথম খবৰ:- টীয়কৰ বিশিষ্ট শিক্ষাবিদ টীয়ক চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক তথা টীয়ক নগৰ সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি সুৰেন বৰুৱা আজি পুৱা টীয়ক নগৰস্থিত নিজ বাসভৱনত বাৰ্ধক্যজনিত কাৰণত পৰলোকগামী হয়।সুৰেন বৰুৱাৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগেই ...

Read More »

বেংক শব্দ ব্যৱহাৰত নিষেধাজ্ঞা ৰিজাৰ্ভ বেংকৰ

সৌৰভ জ্যোতি গোস্বামীৰ বিশেষ প্ৰতিবেদন, প্ৰথম খবৰ: ভাৰতীয় ৰিজাৰ্ভ বেংকে এক নিৰ্দেশনা জাৰি কৰিছে। উক্ত নিৰ্দেশনা অনুসৰি কোনো সমবায় সমিতিয়ে এতিয়াৰপৰা বেংক শব্দটো ব্যৱহাৰ কৰিব নোৱাৰিব। ‘বেংকিং ৰেগুলেচন এক্ট’ কাৰ্যকৰী কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় বেংকটোৱে এই সিদ্ধান্ত লৈছে। উল্লেখ্য, কেইবাখনো সমবায় ...

Read More »

বিধায়ক ৰুপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে প্ৰতিবাদত নামিল টীয়ক আঞ্চলিক ছাত্ৰ সন্থা

টীয়কৰ পৰা সমীৰণ বৰঠাকুৰ,প্ৰথম খবৰ: সততে চৰ্চিত হোৱা মৰিয়নি সমষ্টিৰ বিধায়ক ৰুপজ্যোতি কুৰ্মী এইবাৰ আছুৰ যোৰহাট জিলা সম্পাদকক জন্তুৰ লগত তুলনা কৰি ব্যাপক চৰ্চিত হৈছে৷ এটা ব্যক্তিগত খণ্ডৰ সংবাদ মাধ্যমত আছুৰ যোৰহাট জিলা সম্পাদক জিতু নেওগক সমালোচনা কৰিবলৈ গৈ দুবিধ ...

Read More »

গুৱাহাটীৰ বজাৰত পিয়াজৰ পাৰাস্তম্ভী মূল্যবৃদ্ধি

সৌৰভ জ্যোতি গোস্বামীৰ বিশেষ প্ৰতিবেদন, প্ৰথম খবৰ: দৈনন্দিন ব্যৱহাৰ্য খাদ্য সামগ্ৰীৰ এক অপৰিহাৰ্য্য অংগ হৈছে পিয়াজ। বৰ্তমান সময়ত গুৱাহাটীৰ বজাৰত পিয়াজৰ জুই চাই দাম। মূল্যবৃদ্ধিয়ে কন্দুৱাইছে গৃহিণীসকলৰ লগতে সাধাৰণ ৰাইজকো। এসপ্তাহ পূৰ্বে ৪৫ টকা প্ৰতি কিলো হাৰত বিক্ৰী হোৱা পিয়াজৰ বৰ্তমান ...

Read More »

বিশুদ্ধ খোৱাপানী যোগানৰ বাবে নহয়,প্রদৰ্শনীৰ বাবেহে স্থাপন কৰা হৈছিল লাংমেপিৰ আঁচনি

খেৰণিৰপৰা কনক দেউৰী, প্ৰথম খবৰ:ঘন জংঘলৰ আৱৰণৰ মাজত বিকল-পৰিত্যক্ত অৱস্থাত পৰি ৰৈছে পশ্চিম কাৰ্বি আংলঙৰ লাংমেপি পানী যোগান আঁচনি। ৰাইজৰ অভিযোগ  বিশুদ্ধ খোৱাপানী যোগানৰ বাবে নহয়;প্রদৰ্শনীৰ বাবেহে স্থাপন কৰা হৈছিল লাংমেপিৰ পানী যোগান আঁচনি। সঁচাকৈ এক পৰিতাপৰ বিষয় এটুপি বিশুদ্ধ ...

Read More »

গুৱাহাটীত অনুষ্ঠিত হৈছে আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা

সৌৰভ জ্যোতি গোস্বামীৰ বিশেষ প্ৰতিবেদন, প্ৰথম খবৰ: অইন বছৰৰ দৰে এইবাৰো যোৱা ১ ডিচেম্বৰৰপৰা ১২ ডিচেম্বৰলৈ অনুষ্ঠিত হৈছে গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা। লিঅ’ এডভাৰটাইজিং আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত এইবাৰৰ মূখ্য আকৰ্ষণ হৈছে থাইলেণ্ড, বাংলাদেশ, ইজিপ্ত, তুৰস্ক আৰু নেপালৰপৰা অহা বিভিন্ন আকৰ্ষণীয় বিপণীসমূহ। ...

Read More »