শেহতীয়া
Home / অসম (page 4)

অসম

নলবাৰীত দুখনকৈ বিদ্যালয়ত ৰাইজে লগালে তলা, প্ৰতিক্ৰিয়া অব্যাহতঃ শিক্ষামন্ত্ৰীক হস্তক্ষেপৰ দাবী

প্ৰথম খবৰ,নলবাৰীঃ নলবাৰীৰ দক্ষিণ প্ৰান্তৰ মায়াপুৰ স্থিত দুখন বিদ্যালয়ৰ অৰাজক অৱস্থাৰ বাবে বৃহস্পতিবাৰে স্থানীয় ৰাইজে মূল গেটত তলা লগাই দি ক্ষোভ উজৰা ঘটনাৰ প্ৰতিক্ৰিয়া বৰ্তমানেও অব্যাহত আছে। জানিব পৰা মতে, মাধাপুৰ এম চি মিলন হাইস্কুল আৰু এম চি মিলন এম ...

Read More »

মাৰ্ঘেৰিটাৰ পথ দুৰ্ঘটনাত যুৱকৰ কৰুণ মৃত্যু

প্ৰথম খবৰ,লিডুঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত মাকুম পথাৰৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি দুপৰীয়া এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয়। মাৰ্ঘেৰিটাৰপৰা ডিগবৈ অভিমুখে এএছ ২৩ আৰ ৭৭০২ নম্বৰৰ স্কুটাৰেৰে গৈ থকা বিজু সিং (২২) নামৰ যুৱকজনে এএছ ২৩ ...

Read More »

চেঙাত অসামাজিক কাৰ্যৰ বিৰুদ্ধে ৰাইজৰ তৎপৰতা

চেঙাৰপৰা মইদুল ইছলাম,প্ৰথম খবৰঃ বিগত কিছুদিন ধৰি বৰপেটা জিলাৰ চেঙা অঞ্চলত দুচকীয়া বাহন, গাড়ীৰ বেটাৰী, গেছ-চিলিণ্ডাৰ, ঘৰ চুৰি আদি অসামাজিক কৰ্ম কাণ্ড ক্ৰমাৎ বৃদ্ধি হোৱাত সচেতন মহল উদ্বিগ্ন হৈ পৰিছে৷ এচাম দুষ্ট চক্ৰৰ এই কৰ্ম কাণ্ড প্ৰতিৰোধ কৰিবলৈ ৰণ কৌশল ...

Read More »

নিজ পত্নীক এচিড ঢালি হত্যাৰ চেষ্টা লম্পট স্বামীৰ

চেঙাৰপৰা মইদুল ইছলাম,প্ৰথম খবৰঃ নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ৰামপুৰত পত্নীক এচিড ঢালি হত্যা কৰিবলৈ চেষ্টা কৰা ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিজৰ পত্নীক এচিড ঢালি হত্যা কৰিবলৈ বিচৰা এইজন লম্পট স্বামী হৈছে বৰক্ষেত্ৰীৰ ১ নং লাৰকুছিৰ ছাহজাহান আলীৰ পুত্ৰ বাতচু ...

Read More »

পুৰণিগুদাম প্ৰেছ ক্লাৱৰ নতুন সমিতি গঠন

পুৰণিগুদামৰ পৰা দিব্যজ্যোতি ভূঞা, প্ৰথম খবৰ,  নগাঁও জিলাৰ বৃহত্তৰ পুৰণিগুদাম অঞ্চলৰ সাংবাদিকসকলৰ উমৈহতীয়া মঞ্চ “পুৰণিগুদাম প্ৰেছ ক্লাৱ”ৰ নতুন সমিতিখন বৃহস্পতিবাৰে গঠন কৰা হয়৷ প্ৰেছ ক্লাৱৰ সভাপতি তপন কটকীৰ সভাপতিত্বত পুৰণিগুদাম বাপুজী ভৱন আৰু পুথিভঁৰাল প্ৰাংগণত অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্যে  বাখ্যা ...

Read More »

বৰগাংত শিশু নিৰ্যাতন ৰাজনৈতিক নেতা আৰু মাতৃৰ 

প্ৰথম খবৰ, বৰগাং: বিশ্বনাথ জিলাৰ অন্তৰ্গত বিহালীত পোহৰলৈ আহিছে এক শিশু নিৰ্যাতনৰ ঘটনা ৷ বিহালীত সংঘটিত এই শিশু নিৰ্যাতনত সাঙোৰ খাই পৰিছে এগৰাকী হাইপ্ৰ’ফাইল নেতাসহ এগৰাকী বৃদ্ধাৰ নাম ৷ জানিব পৰা মতে, বৃহস্পতি বাৰৰ নিশা প্ৰায় ৮ মান বজাত বিহালীৰ ...

Read More »

বাছ আৰু স্কুটিৰ মাজত সংঘৰ্ষ,নিহত এজন

প্ৰথম খবৰ, মংগলদৈ / দেওমৰনৈ: দৰং জিলাৰ মংগলদৈ ইণ্ডাষ্ট্ৰি চকত বাছ আৰু স্কুটিৰ মাজত সংঘৰ্ষ হয়। বাইহাটাৰ দিশেৰে আহি থকা বাছ এখনে একে দিশেৰে আহি থকা স্কুটি এখনক খুন্দা মৰাৰ ফলত স্কুটি আৰোহী জনৰ থিতাতে মৃত্যু হয়। স্কুটি খনৰ নম্বৰ ...

Read More »

জাগৃতি সন্মিলিত উন্নয়ন কেন্দ্ৰৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু ঔষধ বিতৰণ

লালুকৰ পৰা বিতোপন শইকীয়া, প্ৰথম খবৰ : শুক্ৰবাৰে জাগৃতি সন্মিলিত উন্নয়ন কেন্দ্ৰৰ ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰন মন্ত্ৰনালয়ৰ অধীনস্থ  ভ্ৰাম্যমাণ চিকিৎসা সেৱা কেন্দ্ৰৰ দ্বাৰা ৭৯\৮২ নং গ্ৰাণ্টৰ কাপিচলা অঙ্গনবাড়ী কেন্দ্ৰত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু ঔষধ যোগান ধৰা শিবিৰ অনুস্থিত ...

Read More »

শংকৰদেৱ শিশু নিকেতন, মিলনপুৰৰ বাৰ্ষিক বঁটা বিতৰণী সভা                                

তেজপুৰৰপৰা অপুৰ্ব বৰা, প্ৰথম খবৰঃ ১৯৯৭ চনৰ ১৭ জানুৱাৰী ঐতিহ্যমণ্ডিত মিলনবাকৰি ৰাসমন্দিৰৰ ভোগঘৰৰ পৰা আৰাম্ভ কৰি বৰ্তমান ২১ বছৰত ভৰি দিলে মিলনপুৰ শংকৰদেৱ শিশু নিকেতনে। আজি মিলনবাকৰি ৰাস মন্দিৰৰ মঞ্চত বাৰ্ষিক বঁটা বিতৰণী সভা বৰ্ণাঢ্য কাৰ্য্যসুচীৰে অনুষ্ঠিত হয়। তেজপুৰ বিশ্ববিদ্যালয়ৰ ...

Read More »

অধ্যক্ষ আৰু বিষয় শিক্ষকৰ হেমাহীৰ বাবে পৰীক্ষাৰ পৰা বঞ্চিত হ’ল শিক্ষাৰ্থী

প্ৰথম খবৰ, মংগলদৈঃ দৰং জিলাৰ অন্তৰ্গত ছিপাঝাৰৰ সৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আৰু বিষয় শিক্ষক এগৰাকীৰ হেমাহীৰ বাবে তিনিগৰাকী ছাত্ৰই বঞ্চিত হ’বলগীয়া হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ পৰা৷ উল্লেখ্য যে, উক্ত বিদ্যালয়ৰ বিষয় শিক্ষক যোগেন্দ্ৰ কুমাৰ নাথে পৰীক্ষাৰ প্ৰৱেশ পত্ৰৰ ...

Read More »