শেহতীয়া
Home / অসম (page 40)

অসম

মহিলা বিশ্ববিদ্যালয় সুৰক্ষাৰ দাবী, টিংখাঙৰ ৰাজগড়ত আছুৰ বিশাল জোৰ সমদল

টিংখাংৰপৰা দেৱজিৎ গগৈ, প্ৰথম খবৰ: যোৰহাটস্থিত অসমৰ একমাত্ৰ মহিলা বিশ্ববিদ্যালয়ক সুৰক্ষাৰ প্ৰদানৰ লগতে পূৰ্ণাংগ ৰূপত প্ৰতিষ্ঠা কৰাৰ দাবীত আজি আছুৰ নেতৃত্বত শতাধিক ছাত্ৰ-ছাত্ৰীয়ে হাতে হাতে জোঁৰ লৈ টিংখাঙৰ ৰাজগড়ত এক বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰে। সন্ধিয়া ৭ বজাত ৰাজগড়স্থিত আছুৰ কাৰ্যালয় ...

Read More »

দক্ষিণ শালমাৰাৰ ফকীৰগঞ্জ-আমবাৰীত চিলিণ্ডাৰ বিস্ফোৰণ, চাৰিটা পৰিয়ালৰ লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত

প্ৰথম খবৰ, হাটশিঙিমাৰী: ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা সমষ্টিৰ ফকীৰগঞ্জ থানা এলেকাৰ আমবাৰী-ভূঞাপাৰা গাঁওত আজি পুৱাৰ ভাগত লোক এজনৰ ঘৰত চিলিণ্ডাৰ বিস্ফোৰণ হৈ ৫ টা পৰিয়ালৰ ১৫ টা ঘৰ, দুটা তাত শাল হয় পৰা ১৮ লক্ষাধিক টকাৰ সম্পত্তি নিমিষতে ভস্মীভূত হৈ ...

Read More »

জাগৃত নাৰী সমাজৰ নগাঁৱৰ জঘন্য বলাৎকাৰ প্ৰতিবাদত অৱস্থান ধৰ্মঘট

প্ৰথম খবৰ, শিৱসাগৰ: নগাঁৱৰ লালুং গাঁৱত পঞ্চম শ্ৰেণীৰ ছাত্ৰীক বলাৎকাৰ কৰি জীৱন্তে জ্বলাই হত্যা কৰা ঘটনাৰ তীব্ৰ প্ৰতিবাদ জনাই সঘনে অসমত সংঘটিত হৈ থকা নাৰী নিৰ্যাতনকাৰীক কঠোৰ শাস্তি প্ৰদান বাবে চৰকাৰখনে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আজি শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ ...

Read More »

বিদ্যুৎ বিভাগৰ অৰ্কমণ্যতা

প্ৰথম খবৰ, সোণাৰি: সোণাৰিত অঘটন। প্ৰতিবাদকাৰী ওপৰতে পৰিল উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাৰ। সৌভাগ্য ক্ৰমে ৰক্ষা প্ৰতিবাদকাৰী আৰু পথচাৰী। জ্বলি উঠিল প্ৰতিবাদস্থলী। সোণাৰি লাচিত উদ্যানত বিশ্ববিদ্যালয় স্বীকৃতি বাতিলৰ প্ৰতিবাদত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰিছিল।

Read More »

গ্ৰেপ্তাৰ হ’ল নগাঁও ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত

নিউজ ডেস্ক, প্ৰথম খবৰ: অৱশেষত আৰক্ষীৰ জালত পৰিল নগাঁও কাণ্ডৰ মূল অভিযুক্ত জাকিৰ হুছেইন। সহযোগীৰ কল ৰেকৰ্ডৰ আঁত ধৰি লম্পট জাকিৰক নগাঁওৰ ইটাপাৰা লাওগাঁওৰ পৰা ৰবিবাৰে নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। এজনী ১৩ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি জ্বলাই দিছিল নৰপিশাচ জাকিৰ হুছেইন ...

Read More »

বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাত আজিৰে পৰা আৰম্ভ গঁড় গণনা

কাজিৰঙাৰপৰা ৰাজেশ বেলোৱাৰ, প্ৰথম খবৰ: বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ গঁড়ৰ গননা৷ ৰাষ্ট্ৰীয় উদ্যানখনত ২৬ মাৰ্চৰ পৰা ২৮ মাৰ্চলৈকে হ’ব লগীয়া গঁড়ৰ গণনাৰ প্ৰথম দিনা উদ্যানৰ অন্তৰ্গত ডিফলু নদীৰ দক্ষিণ দিশত আৰম্ভ কৰা হৈছে৷ প্ৰথম দিনাৰ গণনা বাবে ...

Read More »

জাগুনত আলফাৰ কেডাৰ অাটক

প্ৰথম খবৰ,জাগুন:তিনিচুকীয়া জিলাৰ লেখাপানীৰ থানাৰ অন্তর্গত সেনাৰ তৃতীয় ৰেজিন্টৰ এক অভিযানত জাগুনৰ ফানেং ঘাটত সঞ্জয় অসম উৰফে ৰহনি বৰা নামৰ অলফাৰ দুৰ্ধৰ্ষ কেডাৰ আটক। লগতে উদ্ধাৰ এটা ০.০৩ পিষ্টল,দুই জাই সাজীৱ গুলীৰ লগতে বহু আপত্তিজনক সামগ্ৰী।

Read More »

বৰ্ণিল ভাগৱত শোভাযাত্ৰাৰে প্ৰাণৱন্ত নগাঁৱৰ কুজাৰবড়ি

বটদ্ৰৱাৰপৰা মানস জ্যোতি মহন্ত, প্ৰথম খবৰ: শিশুৰপৰা আবাল বৃদ্ধ-বণিতা লৈ সকলোৱে আত্মবিভোৰ হৈছে হৰি নাম কীৰ্তনত। খোল-তাল, নেগেৰা, দবা-কাহৰ শব্দ, জাউৰিয়ে জাউৰিয়ে হাত চাপৰি আৰু হৰিনামৰ সুললিত সুৰে দেওবাৰে মুখৰিত কৰি তুলিলে নগাঁও জিলাৰ বৃহত্তৰ কুজাৰবড়ি অঞ্চলৰ আকাশ-বতাহ। বিগত বৃহস্পতিবাৰৰ ...

Read More »

বিশ্ব যক্ষ্মা দিৱসত ৰৌতা চাৰি আলিত ১০ জনক সম্বৰ্ধনাঃ

প্ৰথম খবৰ, ২৪ মাৰ্চ, মংগলদৈ /দেওমৰনৈ , দৰংঃ ওদালগুৰি যক্ষ্মা কেন্দ্ৰৰ উদ্যোগত আৰু ৰৌতা চাৰিআলি মডেল হস্পিটেলৰ সহযোগত আজি বৰ্নাঢ্য কাৰ্যসূচীৰে বিশ্ব যক্ষ্মা দিৱস মডেল হস্পিটেলত অনুষ্ঠিত কৰা হয়।এই উপলক্ষে পুৱা ৯-৩০ বজাত ওদালগুৰি জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ...

Read More »

শিৱসাগৰত বিয়াগোম লোহা চোৰ,পুখুৰীত মাছ নহয় পোৱা গৈছে লাখ লাখ টকাৰ লোহা

প্ৰথম খবৰ শিৱসাগৰ ২৪ মাৰ্চ : শিৱসাগৰৰ পুখুৰীত মাছ নহয়, পোৱা গৈছে লাখ লাখ টকাৰ চুৰি লোহা।শিৱসাগৰ আৰক্ষীৰ তৎপৰতাত লোহা চোৰৰ বিৰুদ্ধে অভিযান। অ এন জি চিৰ গুডামৰ পৰা চুৰি কৰা হৈছিল এই বৃহৎ পৰিমাণৰ লোহা ওপৰৰ ফটোখনলৈ মন কৰিলে ...

Read More »