নলবাৰীত পথ দুৰ্ঘটনাত টেম্পচালক আহত
প্ৰথম খবৰ, নলবাৰী: নলবাৰী জিলাৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ আখৰাত সোমবাৰে বিয়লি সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত এজন লোক গুৰতৰভাৱে আহত হয়। আহত লোকজনক টেম্প ভেনৰ চালক বিকাশ বৰ্মন বুলি চিনাক্ত কৰা হৈছে। আহত লোকজনক নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি ...
Read More »