শেহতীয়া
Home / অসম (page 50)

অসম

শিলাদিত্য দেৱৰ সাম্প্ৰদায়িকমূলক মন্তব্যক তীব্ৰ ভাষাৰে ধিক্কাৰ ৰাজ্যিক এনএছইউআই

প্ৰথম খবৰ,ননৈ: হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেবে সংবাদ-মাধ্যমৰ আগত সংখ্যালঘু সকলক লক্ষ্য কৰি যি সাম্প্ৰদায়িক মন্তব্য প্ৰকাশ কৰিছে তাক অসম ৰাজ্যিক এনএনএছইউআয়ে তীব্ৰ ভাষাৰে গৰিহণা দিছে। এই মন্তব্য অসম ৰাজ্যিক এন এচ ইউ আই সমন্বয়ক পল্লবজ্যোতি নাথৰ। এক প্ৰেজ বিজ্ঞপ্তি ...

Read More »

পশ্চিম কাৰ্বি আংলঙৰ খেৰণি চাৰি-আলিত ভয়াৱহ পথ দুৰ্ঘটনা

খেৰণিৰপৰা কনক দেউৰী,প্ৰথম খবৰ:পশ্চিম কাৰ্বি আংলঙৰ খেৰণি থানা অন্তৰ্গত খেৰণি চাৰি-আলিত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা। যান্ত্ৰিক বিজুতি ঘটি নিয়ন্ত্ৰণ হেৰুৱাই গছত প্ৰচণ্ড খুন্দা মাৰে এখন টাটা মোবাইলে। দোকানৰ সামগ্ৰী কঢ়িয়াই লংকাৰ পৰা উমৰাংছ’ অভিমুখে গৈ আছিল উক্ত বাহনখন। ...

Read More »

পৌৰসভাৰ ব্যৰ্থতাৰ প্ৰতিবাদ শিৱসাগৰৰ আছু

প্ৰথম খবৰ,শিৱসাগৰ: শিৱসাগৰ চহৰখন সৰ্বতোপ্ৰকাৰৰ উন্নয়ণত ব্যৰ্থতাৰ প্ৰতিবাদত শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থা ধৰ্ণাৰ কাৰ্য্যসুচী ৰূপায়ণ কৰি চহৰখনত উত্তাল কৰি তোলে। শিৱসাগৰৰ পৌৰ কৰ্মী সকলৰ ১৩ মহীয়া দৰমহা নোপোৱাৰ বাবেই পৌৰকৰ্মীৰ কৰ্মবৰতিৰ ফলত চহৰখন সময়ে সময়ে আবৰ্জনাময় হোৱাৰ লগতে চহৰখনৰ বাত ...

Read More »

মঙ্গলদৈত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰতিবাদী কাৰ্য্যসূচী

প্ৰথম খবৰ,মংগলদৈ /দেওমৰনৈ:আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ মঙ্গলদৈ শাখাই হাইলাকান্দি আৰু কামপুৰত সংঘটিত হোৱা ধৰ্ষন তথা ৰাজ্যত বৃদ্ধি পোৱা নাৰী নিৰ্যাতনৰ বিৰুদ্ধে মঙ্গলদৈ চহৰত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। প্ৰতিবাদী কাৰ্য্যসূচীত মঙ্গলদৈ মহাবিদ্যালয়ৰ একাংশ ছাত্র ছাত্রীয়ে অংশগ্ৰহণ কৰে।

Read More »

বালিপৰাৰ লখৰা বজাৰত অগ্নিকাণ্ড

তেজপুৰৰপৰা অপুৰ্ব বৰা,প্ৰথম খবৰ:শোনিতপুৰৰ বালিপৰাৰ সমিপবৰ্তী লখৰাৰ সাপ্তাহিক বজাৰত সংঘটিত হৈছে। অগ্নিকাণ্ডত বজাৰখনৰ এশ খনৰো অধিক বজাৰগৃহ জুইত জাহ গৈছে। স্থানীয় ৰাইজে জুই জ্বলি থকা দেখা পাই লগে লগে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াত অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলিত উপস্থিত হৈ ৰাইজৰ সহযোগত ...

Read More »

টুপামাৰী গাওঁ পঞ্চায়তত দৰিদ্ৰ হিতাধিকাৰীক ঘৰ দিয়াৰ নামত পঞ্চায়ত সদস্যৰ লুণ্ঠনৰাজৰ অভিযোগ:আৰক্ষী থানাত গোচৰ ৰুজু

নগৰবেৰাৰপৰা মিজানুৰ ৰহমান: কামৰূপ গ্ৰাম্য জিলাৰ বকো সমষ্টিৰ নগৰবেৰাস্থ ছমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত টুপামাৰী গাওঁ পঞ্চায়তত প্ৰধান মন্ত্ৰী আৱাস যোজনা আঁচনি ৰূপায়নৰ নামত ব্যাপক দুৰ্নীতি অনিয়ম সংঘটিত কৰি একাংশ পঞ্চায়ত সদস্যই গৃহ লাভ কৰা হিতাধিকাৰীৰ ওপৰত অবাধ লুণ্ঠনৰাজ চলোৱাৰ অভিযোগ ...

Read More »

দৰঙৰ ছিপাঝাৰত গুণোৎসৱৰ ফলাফলাক লৈ উৎসৱ মূখৰ পৰিবেশ

দেওমৰনৈৰপৰা,নিৰঞ্জন শইকীয়া: তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ ফলাফলত ছিপাঝাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত মহলীয়াপাৰা প্ৰাথমিক বিদ্যালয়ে উন্নত ফলাফল লাভ কৰাত নাচে গানে আনন্দ ত আত্মহাৰা হৈ পৰে শিক্ষক শিক্ষয়িত্ৰী,ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক সকলো। উল্লেখ্য যে গুণোৎসৱৰ ফলাফল অনুসৰি মহলীয়াপাৰা প্ৰাথমিক বিদ্যালয়ে দৰং জিলাৰ ...

Read More »

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিৰুদ্ধে কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ গোচৰ

নিউজ ডেস্ক,প্ৰথম খবৰ:অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ গাত যেন শনি লম্ভিছে নিজৰ মুখৰ লেকাম নোহোৱা কথাৰ বাবে সততে বিতৰ্কৰ মাজত থকা গগৈ এইবাৰ পৰিল গোচৰৰ জালত। এখন সংবাদমেলত তেওঁ কৰা মন্তব্যৰ বাবে দিশপুৰ থানাত গোচৰ তৰিছে কৃষক শ্ৰমিক উন্নয়ন পৰিষদে। ...

Read More »

বৰহাট চাহ বাগিচাত অসম মজূৰি ইউনিয়নৰ অৱস্থান ধৰ্মঘট

প্ৰথম খবৰ,বৰহাট:চৰাইদেউ জিলাৰ বৰহাট চাহ বাগিচাত আজি অসম মজুৰি শ্ৰমিক ইউনিয়নৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত চাহ শ্ৰমিক সকলৰ মজুৰি বৃদ্ধি কৰাৰ দাবীত অৱস্থান ধৰ্মঘট পালন কৰে।

Read More »

কাজিৰঙাত অাটছাৰ অৱস্থান ধৰ্মঘট

কাজিৰঙাৰপৰা ৰাজেশ বেলোৱাৰ,প্ৰথম খবৰ:কঁহৰা আদৰ্শ চিকিৎসালয় অতি শীঘ্ৰে মুকলি কৰাৰ দাবীৰ লগতে ১৯৩২ চনৰ আইন অমান্য আন্দোলনত শ্বহীদ হোৱা বিজু বৈষ্ণৱ ৰ নামত চিকিৎসালয় খন নামাকৰণ কৰাৰ দাবীত এই অৱস্থান ধৰ্মঘট আটছা বোকাখাত শাখাৰ। আটছা বোকাখাত শাখাৰ উদ্যোগত আটছাৰ শতাধিক ...

Read More »