শেহতীয়া
Home / খেল

খেল

চেকেণ্ডাৰ আলী-অচ্যুতানন্দ পাঠক সোঁৱৰণী ক্ৰিকেট প্ৰতিযোগিতাত চেঙাৰ মাৰ্চী কুঁহি ক্লাব চেম্পিয়ন

প্ৰথম খবৰ,চেঙাঃ চেঙা আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত মহৰুম চেকেণ্ডাৰ আলী আৰু ৰাষ্ট্ৰপতি পদক প্ৰাপ্ত অচ্যুতানন্দ পাঠক  ক্ৰিকেট প্ৰতিযোগিতাখনৰ ফাইনেল খেলখন  আজি চেঙা বেছিক খেল পথাৰত সৰ্থেবাৰী চাৰ্ক একাদশ  আৰু চেঙাৰ মাৰ্চী কুঁহি ক্লাবৰ মাজত অনুষ্ঠিত হৈ যায়। টছত হাৰি প্ৰথমে ...

Read More »

চেকেণ্ডাৰ আলী-অচ্যুতানন্দ পাঠক সোঁৱৰণী ক্ৰিকেট প্ৰতিযোগিতাৰ অহাকালিৰ ফাইনেল খেল

চেঙৰপৰা মইদুল ইছলাম,প্ৰথম খবৰঃ মহৰুম চেকেণ্ডাৰ আলী আৰু ৰাষ্ট্ৰপতি পদক প্ৰাপ্ত অচ্যুতানন্দ ক্ৰিকেট প্ৰতিযোগিতাখনৰ ফাইনেল খেলখন কাইলৈ চেঙা বেছিক খেল পথাৰত সৰ্থেবাৰী আৰু মাৰ্চি একাদশৰ মাজত অনুষ্ঠিত হ’ব৷ চূড়ান্ত খেলখনত চেঙা ৰাজহ চক্ৰ বিষয়া ৰাজীৱ কুমাৰ দাস, প্ৰাক্তন মন্ত্ৰী তথা ...

Read More »

পুনৰ ছেমি ফাইনেলত এমচি মেৰীকম

ইণ্টাৰনেচনেল ডেস্ক,প্ৰথম খবৰঃ বুলগেৰিয়াৰ ছফিয়াত অনুষ্ঠিত হোৱা ষ্ট্ৰেণ্ডজা মেম’ৰিয়েল বক্সিং টুৰ্ণ্টামেণ্টৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে মণিপুৰৰ বক্সাৰ এম চি মেৰীকম৷ উল্লেখ্য যে, পাঁচবাৰৰ বিশ্ব চেম্পিয়ন মণিপুৰৰ বক্সাৰ এমচি মেৰীকমে ৰোমানিয়াৰ বক্সাৰ ষ্টেলুটা দুটাক পৰাস্ত কৰি প্ৰৱেশ কৰে ছেমিফাইনেলত৷

Read More »

আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত দ্বিতীয়খন টি-২০ মেচ

স্পোৰ্টচ ডেস্ক,প্ৰথম খবৰঃ ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীৰ নেতৃত্বত আজি ভাৰতীয় দলটোৱে দক্ষিণ আফ্ৰিকাৰ লগত খেলিব দ্বিতীয়খন টি-২০ মেচ৷ ১৮ ফেব্ৰুৱাৰীত জোহান্সবাৰ্গত অনুষ্ঠিত হোৱা প্ৰথমখন টি-২০ মেচ ২৮ ৰানত জয়ী হোৱাৰ পিছত আজি চেঞ্চুৰিয়নৰ ছুপাৰ স্পোৰ্টত অনুষ্ঠিত হ’বলগীয়া খেলখনতো ...

Read More »

প্ৰথম টি-২০ ত ভাৰতৰ জয়, জয়ৰ নায়ক ভূৱনেশ্বৰ কুমাৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: দেওবাৰে দক্ষিণ আফ্ৰিকা আৰু ভাৰতৰ মাজত অনুষ্ঠিত প্ৰথমখন টি-২০ ত শিখৰ ধাৱনৰ বিস্ফোৰক অৰ্ধশতক আৰু ভূৱনেশ্বৰ কুমাৰৰ বিধ্বংশী বলিংৰ ফলত ২৮ ৰাণত জয়লাভ কৰে ভাৰতে৷ টচত জয়লাভ কৰি প্ৰথমতে দক্ষিণ আফ্ৰিকাই ভাৰতক বেটিং কৰিবলৈ আমন্ত্ৰণ জনায় ...

Read More »

বিৰুস্কালৈ ভেলেণ্টাইন ডে’ৰ উপহাৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: অনুষ্কা শৰ্মা আৰু বিৰাট কোহলী বৰ্তমান সময়ৰ সকলোতকৈ চৰ্চিত যুটি। চ’চিয়েল মিডিয়াতো এই যুটিক লৈ চৰ্চাৰ অন্ত নাই। কিন্তু শেহতীয়াকৈ, এই যুটি অন্য এক কাৰণৰ বাবেহে চৰ্চালৈ আহিছে। খবৰ অনুসৰি, এই চৰ্চাৰ কাৰণ হৈছে অনুষ্কাৰ পিতৃ। ...

Read More »

মহেন্দ্ৰ সিং ধোনীৰ নতুন অভিলেখ:৪০০ খেলুৱৈক ষ্টাম্পিং কৰি আউট কৰা একমাত্ৰ ভাৰতীয় উইকেট কীপাৰ

স্পোৰ্টচ নিউজ,প্ৰথম খবৰ: দক্ষিণ আফ্ৰীকাত অনুষ্ঠিত এদিনীয়া শৃংখলাত ভাৰতীয় অধিনায়ক বিৰাট কোহলীৰ সুন্দৰ খেল প্ৰদৰ্শন আৰু স্পীন বলাৰ সকলৰ হাতৰ যাদু অব্যাহত থকাৰ সময়তে সংগোপনে নতুন অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে ভাৰতীয় দলৰ আন এজন খেলুৱৈয়ে৷ ভাৰতীয় ক্ৰিকেট দলৰ উইকেট ...

Read More »

১৯ অনুৰ্ধ্ব বিশ্বকাপ ক্ৰিকেট ভাৰতৰ দখলত   

স্পোৰ্টচ্ ডেস্ক, প্ৰথম খবৰ: ১৯ অনুৰ্ধ্ব বিশ্বকাপ ক্ৰিকেট ২০১৮ ৰ ফাইনেলত শণিবাৰে ভাৰতে ইতিহাস ৰচিলে। ভাৰতে অষ্ট্ৰেলিয়াক ৮ উইকেটৰ ব্যৱধানত হৰুৱাই ৰেকৰ্ড সংখ্যক চতুৰ্থ বাৰৰ বাবে বিশ্বকাপ দখল কৰে।  ইয়াৰ আগতে ভাৰত ২০০০, ২০০৮ আৰু ২০১২ ত বিশ্বকাপ জয়ী হৈছিল। অষ্ট্ৰেলিয়াই প্ৰথমে ...

Read More »

পাকিস্তানক হৰুৱাই ভাৰতৰ ফাইনেলত প্ৰৱেশ

স্পোৰ্টচ্ ডেস্ক, প্ৰথম খবৰ: ভাৰতৰ ১৯ বছৰ অনুৰ্ধ্বৰ ক্ৰিকেট দলে ১৯ বছৰ অনুৰ্ধ্ব ক্ৰিকেট বিশ্বকাপত পাকিস্তানক হৰুৱাই ফাইনেলত প্ৰৱেশ কৰে। মঙ্গলবাৰে হোৱা ছেমিফাইনেল খেল খনত ভাৰত ২০৩ ৰাণত জয়ী হয়। খেলখনত পাকিস্তানৰ দলে ৩০ অভাৰ খেলো খেলিব নোৱাৰিলে আৰু ৬৯ ৰাণত ...

Read More »

দুটাকৈ সোণৰ পদকেৰে জিলিকিল দৰংৰ প্ৰতীক্ষা

দেওমৰনৈৰপৰা নিৰঞ্জন শইকীয়া,প্ৰথম খবৰ:দৰং জিলাৰ বাবে সুখৰ কঢ়িয়াই আনিছে দৰংৰ হাজৰিকা পাৰাৰ জিয়ৰী প্ৰতীক্ষা ডেকাই। অসম দলক প্ৰতিনিধিত্ব কৰি মুম্বাইত অনুষ্ঠিত হোৱা নেচনেল কাৰাটে প্রতিযোগীতাত প্ৰতীক্ষাই দুটাকৈ সোনৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।উৰিষ্যা আৰু পাঞ্জাৱক পৰাস্ত কৰি সোণৰ পদক দুটা ...

Read More »