শেহতীয়া
Home / গেলেৰী

গেলেৰী

জনপ্ৰিয়তাৰ পথত মেকআপ আৰ্টিষ্ট পূবালী

সঞ্জীৱ দাস: ৰাজ্যখনত ভিচিডি, ছবি, গীতৰ দৃশ্যৰূপ নিৰ্মাণৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে৷ ইয়াৰ লগে লগে বৰ্তমান সময়ত মেক আপ আৰ্টিষ্টসকলৰো জনপ্ৰিয়তা বৃদ্ধি পইছে। পিছে এইক্ষেত্ৰত বেছিভাগ মেকআপ আৰ্টিষ্টয়ে বৰ্তমান সময়তো আগুৱাব পৰা নাই,ইয়াৰ মাজতে নিজৰ আত্মবিশ্বাসৰে উজলি উঠিছে পূবালী ...

Read More »

ৰাসৰ আনন্দ

শং‌কৰ জ্যোতি কলা-কৃষ্টিৰ উদ্যোগত যোৰহাট টিয়ক ব্ৰাহ্মন গাও‍ৰ ৰাসৰ কেইটামান দৃশ্য।

Read More »

অাবেলি অাকাশৰ মেঘাছন্ন পৰিৱেশ

প্ৰথম খবৰৰ কেমেৰাত বন্দী হ’ল প্ৰকৃতিৰ এক মনোমোহা দৃশ্য-  

Read More »

কৃষ্ণাংগ সুন্দৰীৰ ভাইৰেল ভিডিঅ’

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ: ইনষ্টাগ্ৰামত এতিয়া ভাইৰেল হৈ পৰিছে কেইগৰাকীমান কৃষ্ণাংগ সুন্দৰীৰ নৃত্যৰ ভিডিঅ’। ইনষ্টাগ্ৰামত এই ভিডিঅ’ অাপলোড কৰাৰ কেইমুহূৰ্তৰ ভিতৰতে কেইবা সহস্ৰাধিক দৰ্শকে উপভোগ কৰিছে এই ভিডিঅ’টো। ইনষ্টাগ্ৰামত ব্লেক বিউটীফুল ক্লাচি নামৰ একাউণ্টৰ পৰা আপলোড কৰা ভিডিঅ’ এইটো। উল্লেখ্য ...

Read More »

জন্মাষ্টমী বিশেষ

ফটোৰ কণমানি: প্ৰজ্ঞানদ্বীপ ভৰালী ফটো: সমীৰণ বৰঠাকুৰ, টীয়ক   ফটো কণমানি: দিব্যাংগ শৰ্মা ফটোগ্ৰাফাৰ: অমৰ

Read More »

পৰ্ণষ্টাৰ মিয়া খালিফাৰ শিৰচ্ছেদ কৰিব আইছিছে!

ইণ্টাৰনেচনেল ডেস্ক, প্ৰথম খবৰ: পৰ্ণষ্টাৰ মিয়া খালিফাক হত্যা কৰাৰ ভাবুকি দিছে আইছিছে। যিকোনো মুহূৰ্ততে আইছিছে ৰাজহুৱা স্থানত মিয়া খালিফাক শিৰচ্ছেদ কৰিব পাৰে বুলি ভাবুকি দিয়া হৈছে।   প্ৰকৃততে মাইক্ৰ’ব্লগিং ছাইট টুইটাৰত প্ৰাক্তন পৰ্ণষ্টাৰগৰাকীৰ এখন ফটো পোষ্ট কৰাৰ পিছতে খলকনি সৃষ্টি ...

Read More »

লাফিকুল ইছলামৰ হত্যা এক ৰাজনৈতিক অভিসন্ধি, লাফিকুলে বৌদ্ধিকভাৱে সমৰ্থন কৰিছিল  বিজেপিক

প্ৰথম খবৰৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত ক’লে অসম বিজেপিৰ শীৰ্ষ নেতাই প্ৰথম খবৰ, বৰপেটা: ছাত্ৰ নেতা লাফিকুল ইছলামৰ হত্যাকাণ্ডই সমগ্ৰ ৰাজ্যতে তোলপাৰ লগোৱাৰ লগতে আউল লগাইছে ৰাজ্যৰ ৰাজনীতিত৷ প্ৰাথমিক পৰ্যায়ত লাফিকুল ইছলামৰ হত্যাকাণ্ডৰ মূল কাৰক হিচাপে অসম-বাংলাদেশৰ মাজত চলা অবৈধ গো-ব্যৱসায় বুলিয়ে চিহ্নিত হৈছে যদিও ...

Read More »

গ্লেমাৰ গাৰ্ল যুথিকা

গৌতম হাজৰিকা গ্লেমাৰ গাৰ্ল। তেওঁৰ নাম যুথিকা ভূঞা। প্ৰতিযোগিতাৰ দৌৰত তেওঁ নিজকে প্ৰতিস্থা কৰিছে এগৰাকী সফল মডেল হিচাপে। শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ খগেন ভূঞা আৰু  দ্বীপা ভূঞাৰ দুহিতা জ্যোতিকাৰ মন নিজৰ ৰূপ লাৱণ্যৰে জগত জিনা। সৰুতেই বুকুত থিতাপি লোৱা সেই সপোনৰ ...

Read More »

সফলতাৰ নতুন দুৱাৰ খুলি আগবাঢ়ি যোৱা দিবাশ্ৰীৰ কথাৰে

গৌতম হাজৰিকা তাইৰ সপোন আছিল আকাশ চোৱাৰ, যোৰহাটৰ এখন অখ্যাত গাঁও বনাই আমতল চিন্তামণি গঁড়ৰপৰা দিবাশ্ৰীয়ে গুৱাহাটীলৈ আহি নাম ভৰ্তি কৰে জেট উইংছত। কিন্তু এয়াৰ হোষ্টেছ হোৱাৰ সপোন পূৰণ নহ’ল তেওঁৰ। কিন্তু তিক্ত অভিজ্ঞতাই তেওঁক বিচলিত কৰিব নোৱাৰিলে। খোল খালে ...

Read More »

ডিৱাই কেলেণ্ডাৰ গাৰ্লৰপৰা হিন্দী ছবিলৈ অনুষ্কাৰ যাত্ৰা

গৌতম হাজৰিকা গুৱাহাটীৰ নিবাসী প্ৰণৱ গোহাঁই আৰু মধুমিতা গোহাঁইৰ জীয়ৰী অনুষ্কা। ২০১৫ বৰ্ষত ডিৱাই কেলেণ্ডাৰ গাৰ্লৰ জৰিয়তে অনুষ্কাৰ প্ৰৱেশ ঘটে মডেলিং জগতত। মাতৃৰ প্ৰেৰণা আৰু পিতৃৰ সাহসত ক্ৰমে খোজ আগবঢ়াই গ’ল গ্লেমাৰ জগতখনত। ডিৱাই কেলেণ্ডাৰ গাৰ্লৰ টপ-10 লৈকে যোৱা অনুষ্কাই ...

Read More »