শেহতীয়া
Home / বিজ্ঞান

বিজ্ঞান

সাৱধান! ভুৱা হোৱাটছএপে বিপদত পেলাব পাৰে আপোনাকো

নিউজ ডেস্ক, প্ৰথম খবৰ: আপুনি হোৱাটছএপৰ কোনটো সংস্কৰণ ব্যৱহাৰ কৰে? খোদ গুগল প্লেষ্ট’ৰৰপৰাই লাখ লাখ ব্যৱহাৰকাৰীয়ে ভুৱা হোৱাটছএপ ডাউনলোড কৰি ব্যৱহাৰ কৰি আছে। শেহতীয়াভাৱে এই তথ্য পোহৰলৈ অহাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। উল্লেখ্য যে হোৱাটছএপৰ নকল এই এপটোৰ নাম হৈছে ‘আপডেট ...

Read More »

দেশত সোনকালেই বৃদ্ধি হ’ব ইন্টাৰনেটৰ গতি

নেচনেল ডেস্ক,প্ৰথম খবৰঃ বৰ্তমান তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ বিস্ফোৰণৰ ঘটিছে। ছচিয়েল মিডিয়াৰ পৰা আৰম্ভ কৰি বাতৰি চোৱালৈকে সকলো এতিয়া ব্যস্ত ইন্টাৰনেটৰ পৃথিৱীত৷ কিন্তু নেটৰ মন্থৰতাই আমাৰ দেশৰ নেট ব্যৱহাৰকাৰীৰ মাজত ত্ৰাসৰ সৃষ্টি কৰি আহিছে। এই সময়তে আমাৰ দেশৰ ইন্টাৰনেট ব্যৱহাৰকাৰীসকলৰ বাবে সুখবৰ৷ ...

Read More »

এতিয়াৰেপৰা হোৱাটছএপত কালাৰ ষ্টেটাছ

ইণ্টাৰনেচনেল ডেস্ক, প্ৰথম খবৰ: এতিয়াৰেপৰা হোৱাটছএপলৈ আহিব কালাৰ ষ্টেটাছৰ সুবিধা থকা এণ্ডৰইড আৰু আইফোন এপছ। এই সুবিধা প্ৰথমে জনোৱা হৈছিল ফেচবুকৰ জৰিয়তে। তেওঁলোকে জনাইছিল যে, ৰঙীন বেকগ্ৰাউণ্ড, ফ’ণ্ট আৰু ইমোজী সংযোজন কৰিব। হোৱাটছএপে সিদ্ধান্ত লৈছে যে, কালাৰ টেক্সট এণ্ডৰইড আৰু ...

Read More »

‘ৱান্নাক্ৰাই’ৰ আঁৰত খলনায়ক জালত পৰিল

ইণ্টাৰনেচনেল ডেস্ক, প্ৰথম খবৰ: ৱান্নাক্ৰাই ৰেনছম ৱেৰেৰে বিশ্বজুৰি সন্ত্ৰাস সৃষ্টি কৰা চাইবাৰ আক্ৰমণকাৰী মাৰ্কাছ হাছিনছ অৱশেষত গ্ৰেপ্তাৰ হ’ল। নিজকে চাইবাৰ বিশেষজ্ঞ বুলি দাবী কৰা মাৰ্কাছ হাছিনছে দীৰ্ঘদিন ধৰি চাইবাৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ গৱেষণা কৰি আহিছে। সমান্তৰালভাৱে বিভিন্ন মেলৱেৰ প্ৰস্তুত কৰাটো ...

Read More »

প্ৰদূষণে বাসৰ অনুপযোগী কৰি আনিছে আমাৰ পৃথিৱীখনক

নিবেদিতা ফুকন আমাৰ বিনন্দীয়া পৃথিৱীখনৰ বেছি ক্ষতি আমিয়েই কৰিছোঁ। বৰ্তমানৰ আটাইতকৈ বৃহৎ সমস্যা প্ৰদূষণৰ কথাই ধৰা হওঁক। মানুহৰ দৈনন্দিন জীৱনৰ বিভিন্ন কাৰ্যৰ ফলতে প্ৰদূষণৰ সৃষ্টি। সঁচাকৈয়ে আমি সদায় কৰি থকা কামবোৰে প্ৰত্যক্ষ বা পৰোক্ষভাৱে পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলায়। আমাৰ কামবোৰৰ ...

Read More »