শেহতীয়া
Home / বিনোদন

বিনোদন

ব’হাগৰ ব’হাগী উন্মাদনাত মত্ত ৰঙিয়াবাসী

  নিউজ ডেস্ক, প্ৰথম খবৰ: ৰঙেৰে জীপাল ৰঙিয়াৰ বিহু।ব’হাগৰ আনন্দৰ যেন শেষেই নাই। সমগ্ৰ ৰঙিয়া বাসীক আনন্দ প্ৰদান কৰিবলৈ সাজু ৰঙিয়া জিলা বিহু সমিতি। অহা ২২ এপ্ৰিল ৮ বহাগ দেওবাৰে ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰা হব বিহু। উক্ত মঞ্চত ...

Read More »

অখ্যাত গাঁওৰ বিখ্যাত যুৱক ছফিকুল ইছলামৰ অফুৰন্ত প্ৰতিভাক লৈ গৌৰাম্বিত বেছিমাৰীবাসী

দলগাঁৱৰ পৰা ৰফিক তালুকদাৰ, প্ৰথম খৱৰ: দৰং জিলাৰ দলগাঁও থানাৰ অন্তৰ্গত নগাঁও নামৰ এখনি অখ্যাত গাঁও। গাঁওখনত জন্ম লাভ কৰিছে এগৰাকী বিখ্যাত যুৱক। যিজন যুৱকৰ মাজত লুকাই আছে অফুৰন্ত প্ৰতিভা। কামেই যাৰ পৰিচয় নাম ছফিকুল ইছলাম। যুৱকজন দেখাত সাধাৰণ হ’লেও যুৱকজনে ...

Read More »

বাদশ্বাহৰ ‘তেৰা বজ মুজে’ৰ ইউটিউব ৰেকৰ্ড

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ: ৰেপ সংগীতৰ সম্ৰাট বাদশ্বাহ। বৰ্তমান তেওঁৰ ৰেপ নহ’লে বলিউডৰ গান হিট নহয়। ‘ডীজে ৱালে বাবু’ৰে নিজৰ সংগীতৰ যাত্ৰা আৰম্ভ কৰা বাদশ্বাহৰ শেহতীয়া গান হৈছে ‘তেৰা বজ মুজে’। যিয়ে ইতিমধ্যে ইউটিউবত ৰেকৰ্ড কৰিছে। গীতটিৰ মুক্তিৰ ২৪ ঘণ্টা ...

Read More »

অসুস্থ অভিনেতা ইমৰাণ খান

নিউজ ডেস্ক, প্ৰথম খবৰ: এক হৃদয়বিদাৰক খবৰে জোঁকাৰিছে বলিউডক। বলিউডৰ জনপ্ৰিয় অভিনেতা ইৰফান খান গুৰুতৰ ভাৱে অসুস্থ হৈ পৰিছে। বিগত কিছুদিন আগতে তেওঁ নিজৰ টুইটাৰ একাউন্টৰ জৰিয়তে তেওঁৰ অসুস্থতাৰ কথা জনাইছিল। পৰৱৰ্তী সময়ত তেওঁ চিকিৎসা সংক্ৰান্তত আমেৰিকা যায় আৰু তেওঁৰ ...

Read More »

হেপাহৰ বহাগ

সৌৰভ জ্যোতি গোস্বামী: ব’হাগ, অসমীয়া বৰ্ষপঞ্জীৰ প্ৰথম মাহ। এক ব’হাগ হ’ল এই মাহৰ প্ৰথম দিন। এই বিশেষ দিনটোতে অসমীয়া নৱবৰ্ষ উপলক্ষে মানুহ বিহু পতা হয়। অসমীয়া পঞ্জিকাত ব’হাগ মাহ চলি থাকোতে গ্ৰেগৰিয়ান পঞ্জিকাত এপ্ৰিল আৰু মে’ হয়। ব’হাগ মাহ চলি থকাৰ সময়ত অন্য কিছু ভাৰতীয় হিন্দু ...

Read More »

জিঅ’ৰ প্ৰাইম মেম্বাৰশ্বিপৰ ম্যাদ বৃদ্ধি

নিউজ ডেস্ক, প্ৰথম খবৰ: বৰ্তমান সময়ত আগশাৰীৰ টেলিকম কোম্পানীৰ ভিতৰত অন্যতম জিঅ’। শেহতীয়াকৈ, এই কোম্পানীটোৱে তেওঁলোকৰ গ্ৰাহকলৈ আগবঢ়াইছে এক বিশেষ অফাৰ। এই বিশেষ অফাৰ জিঅ’ প্ৰাইম মেম্বাৰশ্বিপৰ লগত জড়িত। দৰাচলতে, জিঅ’এ বৰ্তমান তেওঁলোকৰ গ্ৰাহকলৈ আগবঢ়াইছে এবছৰৰ বাবে বিনামূলীয়া প্ৰাইম মেম্বাৰশ্বিপৰ সুবিধা। ...

Read More »

গান গোৱা মাছ

নিউজ ডেস্ক, প্ৰথম খবৰ: আপুনি মাছ দেখিছে, খাইছেও হয়তো! মাছে কি কি কৰিব পাৰে আপুনি সেইবিষয়ে জ্ঞাত। কিন্তু শেহতীয়াভাৱে বিশ্বত এনে এবিধ মাছ ওলাইছে যি গান গাব পাৰে। তাকো এটা দুটা নহয়, এই মাছবিধে গাইছে ১৮৪ টাকৈ গীত। অবিশ্বাস্য হ’লেও ...

Read More »

অসমীয়া সংগীতত আন এক প্ৰতিশ্ৰুতিৰ স্বাক্ষৰ চয়নিকা

‘লাহি লাহি ওঁঠে’, ‘তোমাৰ সপোনতে’, ‘গোলমাল’, ‘দেহা ঐ’, ‘মৰমৰে লুকাভাকু’ আদি জনপ্ৰিয় গীতেৰে অতি কম সময়ৰ ভিতৰতে অসমৰ সংগীতপ্ৰেমী ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছে নৱপ্ৰজন্মৰ প্ৰতিভাশালী কন্ঠশিল্পী চয়নিকা কলিতাই। ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ বিশাৰদ ডিগ্ৰী লাভ কৰা প্ৰতিশ্ৰুতিসম্পন্ন শিল্পীগৰাকীৰ সাক্ষাৎকাৰ গ্ৰহণ ...

Read More »

সুবাসৰ বসন্তৰাণী প্ৰতিযোগিতা

সৌৰভজ্যোতি গোস্বামী: বৰ্তমান সময়ৰ জনপ্ৰিয় অনলাইন আলোচনীবোৰৰ ভিতৰত সুবাস অন্যতম। এই আলোচনীখনে ২০১৮ বৰ্ষৰ আৰম্ভণীতে আয়োজন কৰিছিল ‘সুবাস কেলেণ্ডাৰ বয় এণ্ড গাৰ্ল ২০১৮’ শীৰ্ষক প্ৰতিযোগিতাৰ। উক্ত প্ৰতিযোগিতাখনৰ বিজয়ী মনালিছা হাজৰিকাই পূৰ্ব প্ৰতিশ্ৰুতি অনুসৰি মাইনা প্ৰডাকচনৰ এটি গীতত অভিনয়ৰ সুযোগ পোৱাৰ ...

Read More »

এজাক পছোৱা বতাহে দিলে বহাগৰ বতৰা

ননৈৰপৰা গৌৰাংগ বৰা, প্ৰথম খবৰ: বৃহস্পতিবাৰে দুপৰীয়া ঠিক ২.৩০ বজাত নগাঁৱৰ ননৈৰ জলাহৰ মাজেদি পাৰ হৈ গ’ল এজাক পছোৱা বতাহ। চতৰ পছোৱাই যেন বহাগৰ বৰদৈচিলা জনীৰে আগলী বতৰা দিলে। কুলিৰ মাতেৰে বহাগৰ গোন্ধ দিলে। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে আজি দুপৰীয়া অহা ...

Read More »