শেহতীয়া
Home / বিনোদন (page 10)

বিনোদন

‘পাৰ্চনেলিটি অফ দ্য ইয়াৰ’ খিতাপ অৰ্জন কৰিব বিগ-বিয়ে

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ: IFFIৰ বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে, মহানায়ক অমিতাভ বচ্চনক ‘পাৰ্চনেলিটি অফ দ্য ইয়াৰ’ এৱাৰ্ডৰে সন্মানিত কৰা হ’ব। মঙলবাৰে ছবি নিৰ্মাতা সুজয় ঘোষে ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ফিল্ম মহোৎসৱৰ পৰা অব্যাহতি লোৱাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। ১৩ ...

Read More »

১১ মাহতে কোটিপতি কণমানি টাইমুৰ

পাপৰি গগৈৰ বিশেষ প্ৰতিবেদন, প্ৰথম খবৰ: শিশু দিৱসতে কোটিপতি হ’ল কণমানি টাইমুৰ। বলিউডৰ ছুপাৰষ্টাৰ ছৈফ আলী খানে আজিৰ শিশু দিৱসৰ দিনটোতেই নিজ পুত্ৰক প্ৰদান কৰে এখন কোটি টকীয়া গাড়ী। পুত্ৰৰ এবছৰ সম্পূৰ্ণ হোৱাৰ পূৰ্বেই ১১ মহীয়া পুত্ৰ টাইমুৰ আলী খানক ...

Read More »

আইএফএফআইৰপৰা বিদায় ল’লে সুজয় ঘোষে: ‘ছেক্সী দুৰ্গা’ বিতৰ্ক

নেশ্যনেল ডেস্ক, প্ৰথম খবৰ: ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল অফ ইণ্ডিয়াৰপৰা ভাৰতৰ জনপ্ৰিয় ছবি নিৰ্মাতা সুজয় ঘোষে পদত্যাগ কৰিলে। ‘ছেক্সী’ দুৰ্গা’ আৰু ‘ন্যুড’ ছবি দুখনৰ বিতৰ্কৰ বাবে এই সিদ্ধান্ত সুজয় ঘোষৰ। ‘ইণ্ডিয়ান পেন’ৰামা ছেকচন’ৰ সিদ্ধান্ত অনুসৰি মালায়ালম ছবি ‘ছেক্সী দুৰ্গা’ আৰু মাৰাঠী ...

Read More »

জুহী চাওলাৰ হাফ চেঞ্চুৰী

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ: বলিউডত চুলবুলী চৰিত্ৰত অভিনয় কৰা জুহী চাওলাৰ আজি জন্মদিন। ১৯৬৭ চনৰ ১৩ নৱেম্বৰত জন্মলাভ কৰা অভিনেত্ৰীগৰাকীয়ে ৫০ তম জন্মদিন উদযাপন কৰিছে পৰিয়ালবৰ্গৰ সৈতে। ১৯৮৪ চনত মিছ ইণ্ডিয়া খিতাপ অৰ্জন কৰা অভিনেত্ৰীগৰাকীয়ে ১৯৮৬ চনত ‘চল্তনত’ ছবিখনৰ জৰিয়তে ...

Read More »

“পৰজনমৰ শুভ লগনত” শীৰ্ষক অডিঅ’ চিডি উন্মোচন

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ : নেবক’ছৰ প্ৰয়াসত ৰবিবাৰে ১৯ সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলাত উন্মোচন কৰা হয় “পৰজনমৰ শুভলগনত” শীৰ্ষক অডিঅ’ চিডিখন। অনুষ্ঠানটোত উপস্থিত থাকে কবি নীলিম কুমাৰ, সাহিত্যিক ৰমেন বুঢ়াগোঁহাই, নাট্যকাৰ তথা অভিনেতা কুলেন্দ্ৰ ৰায় চৌধুৰী, যুৱ কবি প্ৰেমকান্ত হাজৰিকা, সমাজকৰ্মী ...

Read More »

তেলেগু ভাষাত নিৰ্মাণ হ’ব বলিউডৰ ছুপাৰহিট ফিল্ম ‘কুইন’

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ: মোহময়ী অভিনেত্ৰী কংকনা ৰানাৱাট অভিনীত ‘কুইন’ ছবিখনৰ কথা সকলোৰে মনত আছে। এই ছবিখন তেলেগু ভাষাত ৰিমেক কৰিব। মুখ্য চৰিত্ৰত অৰ্থাৎ কংকনাৰ চৰিত্ৰটোত অভিনয় কৰিব অভিনেত্ৰী তমন্না ভাটিয়াই। এই ছবিখনৰ বাবে বৰ্তমান ব্যস্ত অভিনেত্ৰী তমন্না। তেওঁ কয়, ...

Read More »

হৃত্বিকৰ ছুপাৰ-৩০: উপকৃত হ’ব ছাত্ৰ-ছাত্ৰী

এণ্টাটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ: বিহাৰৰ এক এটা সাধাৰণ পৰিয়ালৰ প্ৰতিভাশালী গণিতজ্ঞ ‘আনন্দ কুমাৰ’ৰ জীৱনক লৈ ছবি নিৰ্মাণ কৰা হ’ব। ছুপাৰ-৩০ নামেৰে নামাকৰণ কৰা হৈছে ছবিখনক য’ত মুখ্য চৰিত্ৰত অভিনয় কৰিব জনপ্ৰিয় অভিনেতা হৃত্বিক ৰোশ্বনে। ২০১৮ৰ ২৩ নৱেম্বৰত মুক্তি পাবলগীয়া এই ...

Read More »

আজিৰপৰা আৰম্ভ হ’ব ‘দ্য ভইচ ইণ্ডিয়া কিডছ’

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ: ‘&TV’ ৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব’ ‘দ্য ভইচ ইণ্ডিয়া কিডছ’ আজিৰপৰা আৰম্ভ হ’ব। সুখবৰ এই যে, নিশা ৯ বজাৰপৰা সম্প্ৰচাৰ হ’বলগীয়া শ্ব’টোত বিচাৰকৰ আসনত দেখিবলৈ পাব অসম সন্তান অংগৰাগ পাপন মহন্তক। অসমৰ তথা বলিউডৰ জনপ্ৰিয় গায়কজনক নেশ্যনেল ...

Read More »

অাজি “প্ৰিয়াৰ প্ৰিয়”ৰ শুভমুক্তি

জিন্টুমনি ভূঞাৰ বিশেষ প্ৰতিবেদন, প্ৰথম খবৰ: মিছন চাইনাৰ পাছত জুবিন গাৰ্গ অভিনীত ছবি প্ৰিয়াৰ প্ৰিয় অাজি অসমৰ কথাছবি গৃহত মুক্তি লাভ কৰে। মুনিন বৰুৱাৰ প্ৰযোজনা ছবি প্ৰিয়াৰ প্ৰিয়ৰ কথাছবি গৃহৰ দৰ্শকৰ বিপুল সঁহাৰি। বৃহস্পতিবাৰে প্ৰমচনেল দৰ্শনী শেষ হোৱাৰ পাছত যুৱ ...

Read More »

মিছেচ্‌ ইণ্ডায়া হ’মমেকাৰ খিতাপ লাভ কৰা কবিতা নাৰ্জাৰীক গৃহভূমিত আদৰণি

গোসাঁইগাঁৱৰপৰা ৰুবুল পাঠক, প্ৰথম খবৰ: মিছেচ্‌ ইণ্ডিয়া হ’মমেকাৰ,মিছেচ্‌ নৰ্থ ইষ্ট আৰু মিছেচ্‌ এছিয়ান ৰিপাব্লিক ২০১৭’ৰ সন্মান লাভ কৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চললৈ গৌৰৱ কঢ়িয়াই আনা গোসাঁইগাৱঁৰ জীয়ৰি কবিতা নাৰ্জাৰীক আজি উষ্ম আদৰণি জনাই কোকৰাঝাৰ জিলাবাসীয়ে৷ কবিতা নাৰ্জাৰীয়ে কোকৰাঝাৰত উপস্থিত হোৱাৰ লগে লগে ...

Read More »