শেহতীয়া
Home / বিনোদন (page 2)

বিনোদন

টেঙা আম

ৰুৱাদ লঃয়ৃং: বুধবৰীয়া হাটত আম এটা কিনিলো, ঘৰ পাই মিঠা বুলি খাই চালো! বৰ টেঙা পালো তাৰ সোৱাদ। কথাতে কয়-টেঙা আম এবাৰহে বেচে, সেই দিন ধৰি টেঙাৰ জুতি বৰকৈ পাকত উঠিছে অথচ দ্বিতীয়বাৰ টেঙা আম পাবলৈ নাই হাটত।

Read More »

ধৰ্ষণৰ প্ৰতিবাদত সমদল অসম শিল্পী সমাজৰ

নিউজ ডেস্ক,প্ৰথম খবৰ:অতীজৰেপৰা ধৰ্ষণৰ সন্মুখীন হৈ আহিছে বিশ্বৰ বিভিন্ন প্ৰান্তৰ নাৰীসকল। বিভিন্ন ক্ষেত্ৰত ধৰ্ষণ তথা নাৰী নিৰ্যাতনক লৈ প্ৰতিবাদ হৈ আহিছে কিন্তু এই ঘটনা কমিবলৈ এৰি বাঢ়িছে। নগাঁৱৰ বটদ্ৰৱা ধৰ্ষণ কাণ্ডৰ পিছত যেন সকলোৱে ভাবিবলৈ বাধ্য হৈছে যে, সঁচাকৈয়ে এক ...

Read More »

এইবাৰ ৰাজদ্বীপৰ গীতত একেলগে কণ্ঠদান কৰিলে ভৃগু-নীল-দীপলিনাই

নিউজ ডেস্ক,প্ৰথম খবৰ:অসমৰ ৩ গৰাকী জনপ্ৰিয় কণ্ঠশিল্পী ভৃগু কাশ্যপ,নীল আকাশ আৰু দীপলিনা ডেকাই এটি বিশেষ গীতত একেলগে কণ্ঠদান কৰিছে। গীতটোৰ নাম-‘এতিয়া টেনচন নাই’। উল্লেখযোগ্য যে,এই গীতটো ২০১৮-১৯ বৰ্ষৰ ৰাজমুকুট থিয়েটাৰৰ ‘বাউলী মোৰ প্ৰিয়া’ নাটখনৰ। গীতিকাৰ আৰু সুৰকাৰ জনপ্ৰিয় নাট্যকাৰ ৰাজদ্বীপৰ। ...

Read More »

ধৰ্ষিতাৰ যন্ত্ৰণা

মাচুদ হক মিল্টন: মোৰ পিন্ধনত যেন ফুটি উঠে নগ্নতাৰ সুবাস, মোৰ শৰীৰত যেন ষ্টাম্প মৰা আছে যৌনতাৰ ঠিকনাটি। চঞ্চল মনৰ ভণ্ডই বিচাৰি আহে দূৰৰে পৰা, হেনো আছে অমৃত, মাথোঁ এবাৰ পাণ কৰোৱা। এখোজ দুখোজকে কাষ চাপে, এজন-দুজনকৈ জঁপিয়াই পৰে, সমস্ত ...

Read More »

কেতেকীৰ আমোল মোলা সুগন্ধিই হাত বাউল দি মাতে ব’হাগক, কেতেকী বাৰীৰ সুগন্ধি সুবাসে মতলীয়া কৰিছে খুমটাইৰ জীয়ৰী বোৱাৰীক

প্ৰথম খবৰ, খুমটাই: ব’হাগ অহাৰ লগে লগে প্ৰকৃতিৰ বিনন্দীয়া পৰিবেশে সকলোকে বিমোহিত কৰি ৰাখে। কুলি কেতেকীৰ মৌসনা সুৱদি মাতে ডেকা গাভৰুৰ চকুৰ টুপনি হৰি নিয়াৰ দৰে গছৰ ডালৰ কপৌ ফুলৰ দৰেই কেতেকী ফুলৰ সুগন্ধই বসন্তৰ বতৰত সকলোকে মতলীয়া কৰি তোলে। ...

Read More »

এপ্ৰিল ফুল দিৱস

সৌৰভ জ্যোতি গোস্বামী:  এটি বিশেষ মাহ, এপ্ৰিল। এই মাহতেই পালন কৰা হয় অসমৰ বাপতিসাহোন বিহু উৎসৱ তথা এপ্ৰিল ফুল দিৱস। এই এপ্ৰিল ফুল দিৱস বহু দেশত এক এপ্ৰিলৰ দিনা পালন কৰা হয়। পিছে সকলো মূৰ্খৰ দিন(All Fools’ Day) বুলিও অভিহিত কৰা এই ...

Read More »

অসমতো উদযাপন বিশ্ব পুতলা দিৱস

যামিনী অনুৰাগ, ২১মাৰ্চ, ২০১৮, আজি বিশ্ব পুতলা দিৱসৰ লগত সঙ্গতি ৰাখি গুৱাহাটীৰ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰতো বিশ্ব পুতলা দিৱস উদযাপন কৰা হয়। ভাৰত চৰকাৰৰ সঙ্গীত নাটক একাডেমী আৰু শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ সহযোগত অসম অভিযান্ত্ৰিক মহাবিদ্যালয় চৌহদত অৱস্থিত সুৰজিত একাডেমীৰ উদ্যোগত সন্ধিয়া ...

Read More »

দৰঙৰ মংগলদৈ চপাইত অসমীয়া চলচ্চিত্ৰ ‘বাহী’ৰ শুভ মহুৰত

প্ৰথম খবৰ,মংগলদৈ /দেওমৰনৈ:দৰং জিলাৰ মঙ্গলদৈ চহৰৰ পাৰ্শ্বৱতী চপাই যুৱ কল্যাণ কেন্দ্ৰৰ প্ৰাংগনত ২১ মাৰ্চ তাৰিখে সুৰভী এন্টাৰপ্ৰাইজ প্ৰযোজিত অসমীয়া পূৰ্নদৈৰ্ঘৰ চলচ্চিত্ৰ ‘বাহী’ৰ শুভ মহুৰত সম্পূৰ্ণ হয়। সাহিত্যিক মনিকুন্তলা ভট্টাচাৰ্য্যৰ ‘বাহী’ উপন্যাসখনৰ কাহিনীৰে নিৰ্মাণ হ’বলগীয়া এই চলচ্চিত্ৰ খনৰ মহুৰত অনুষ্ঠানত সহযোগী ...

Read More »

কংগনাৰ ‘কাৰ্তিক’ কানেকছন, পূজাত বহিছে কুইন

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ: আচৰিত হৈছে চাগে নহয়, যে কোন এই কংগনা আৰু কি কাৰ্তিক কিয় হৈ আছে পূজা? আমি ক’ব খুজিছোঁ বলিউডৰ কুইনখ্যাত কংগনা ৰানাৱতৰ কথা। তেখেতে যোৱা কেইদিনমান আগতে মানালীৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত এটি গৃহ ক্ৰয় কৰে। এই ...

Read More »

প্ৰতিদ্বন্দ্বী ওলাল মিষ্টাৰ ৰাজকুমাৰৰ! পাপনৰ চুমাক লৈ অখ্যাত শিল্পীৰ ‘আজৱ’ গান

নিউজ ডেস্ক, প্ৰথম খবৰ: এতিয়াৰেপৰা আৰু প্ৰতিদ্বন্দ্বীহীন নহয় মিষ্টাৰ ৰাজকুমাৰ। আজৱ সৃষ্টিৰে অসমৰ ইমূৰৰপৰা সিমূৰলৈ চৰ্চা লাভ কৰি দেশতো অসমৰ নাক কটা মিষ্টাৰ ৰাজকুমাৰৰ বেশত ওলাই আহিছে আন এজন অদ্ভুত শিল্পী।  এক কথাত ক’বলৈ গ’লে মিষ্টাৰ ৰাজকুমাৰ মানেই যেন জনপ্ৰিয়তা। ...

Read More »