শেহতীয়া
Home / বিনোদন (page 20)

বিনোদন

মুক্তিৰ পথত ‘অভিশ্ৰুতি’

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ : অসমৰ লোকসংগীতৰ সংমিশ্ৰণেৰে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা অসমৰ জীয়ৰী অভিশ্ৰুতি বেজবৰুৱা। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ সম্পৰ্কিত পৰিয়ালত জন্মগ্ৰহণ কৰা এইগৰাকী শিল্পীৰ প্ৰথমটো গীতৰ এলবাম “অভিশ্ৰুতি” কাইলৈ মুক্তি পাব। গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা সংবাদ মেলত ...

Read More »

নতুন ছবি ‘তুমি আহিবানে’, অব্যাহত ব্যাপক প্ৰচাৰ অভিযান

নিউজ ডেস্ক,প্ৰথম খবৰ: শাৰদীয় সময়ত ছবিগৃহলৈ আহি আছে আকৌ এখন নতুন অসমীয়া ছবি| পাঠশালাত উপস্থিত হৈ ছবিখনৰ প্ৰচাৰ চলালে বৰষাৰাণী বিষয়া আৰু ছবিখনৰ গোটেই টীম| ‘তুমি আহিবানে’ৰ প্ৰচাৰৰ বাবে শনিবাৰে কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজত উপস্থিত হয় বৰষাৰাণী বিষয়া,গুঞ্জন ভাৰদ্বাজ,ছবিখনৰ পৰিচালক ...

Read More »

মাতৃভূমিত বীৰ ৰাধা

এণ্টাৰটেইণ্টমেণ্ট ডেস্ক, প্ৰথম খবৰ: ইণ্ডিয়ান টেলিভিচন ষ্টাৰপ্লাছত সম্প্ৰচাৰিত ডেন্সিং ৰিয়েলিটি শ্ব’ ড্ৰান্স প্লাছ-৩ৰ ফাইনেলিষ্ট বীৰ ৰাধা ছেৰপা উপস্থিত হয় নিজ মাতৃভূমিত। শিলচৰ জন্মগ্ৰহণ কৰা অসম সন্তানজনে শ শ নৃত্যপ্ৰেমীৰ মাজত ইতিমধ্যে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে। ড্ৰান্স প্লাছ-৩ৰ আটাইকেইজন ফাইনেলিষ্টৰ মাজত ...

Read More »

প্ৰিয়ংকাৰ ক্ষমা প্ৰাৰ্থনা

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ: অসমৰ ব্ৰেণ্ড এম্বেচাদৰ প্ৰিয়ংকা চোপ্ৰাই অসমীয়া ছবি নিৰ্মাণ কৰাৰ বাতৰিয়ে সমগ্ৰ অসমলৈ সুখবৰ কঢ়িয়াই আনিছে। কিন্তু এই প্ৰাকক্ষণত কানাডাৰ এক টিভিৰ চেনেলত প্ৰিয়ংকা চোপ্ৰাৰ বিতৰ্কিত সাক্ষাৎকাৰে এতিয়া তোলপাৰ লগাইছে। প্ৰিয়ংকাৰ মতে, চিকিম অশান্তিজৰ্জৰ। উগ্ৰপন্থাৰ বাবেই চিকিমত ...

Read More »

বলীউডৰ ২০১৭ চনৰ ১০ গৰাকী ধনী অভিনেতা নাম

শ্ৰী কল্পজ্যোতি শইকীয়া: চলচ্চিত্ৰ নিৰ্মাণ তথা অভিনয়ৰে অধিক ধন উপাৰ্জন কৰিবলৈ সক্ষম হোৱা বলিউডৰ তাৰকাসকলে নিজ নিজ প্ৰতিভাৰে ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে জনপ্ৰিয়তা অৰ্জন কৰিছে। কিন্তু এই ক্ষেত্ৰত কোনগৰাকীয়ে অধিক ধন উপাৰ্জন কৰিছে সেয়া পোনপটীয়াকৈ কোৱাটো অলপ জটিল। তথাপি তাৰ ...

Read More »

“মিছন চাইনাক”ক কলকতাত বিছাৰিলে বংগ অভিনেত্ৰীয়ে”, জুবিনৰ লগত কাম কৰি সুখী বংগৰ অভিনেত্ৰী দেৱাস্মিতা বেনাৰ্জী

সোনাৰিৰ পৰা মিতুপৰ্ণ গগৈ, প্ৰথম খবৰ এক্সক্লোচিভ: বংগৰ জনপ্ৰিয় এগৰাকী অভিনেত্ৰী।বাংলা, হিন্দীৰ লগতে অসমীয়া চিনেমাতো অভিনয় কৰি অসমবাসীৰ আপোন হৈ পৰা এই গৰাকী বংগৰ অভিনেত্ৰী দেৱাস্মিতা বেনাৰ্জী। অতি কম সময়তে কলকতাৰ চিনেমা উদ্যোগত খলকনি লগোৱা দেৱাস্মিতাই অভিনয় কৰা শেহতীয়া অসমীয়া চিনেমা ...

Read More »

বৰ্ণিল সংগীতৰ যাত্ৰাৰ মাজেদি অতিক্ৰম কৰা অসমৰ প্ৰতিভাৱান যুৱক অঞ্জনৰ জন্মদিনৰ শুভকামনা

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ: মিউজিকক নিচা হিচাপে লোৱা অসমৰ যুৱক অঞ্জনে নিজৰ কেৰিয়াৰ গঢ়িবলৈ সক্ষম হৈছিল আজিৰ পৰা প্ৰায় ৫ বছৰ আগতে। চাউণ্ড ইঞ্জিনিয়াৰ শিক্ষাৰ ডিগ্ৰী লৈয়েই মিউজিকত পোখা মেলিছিল মুম্বাই চহৰত। এক বৰ্ণিল জীৱন পৰিক্ৰমা। মিউজিকক নিচা হিচাপে লোৱা অঞ্জনে ...

Read More »

অজয় ফুকনৰ বিৰুদ্ধে গোচৰ, ফেচবুকত অশালীন মন্তব্য

নিউজ ডেস্ক, প্ৰথম খবৰ: ফেচবুকত সাংবাদিক ৰাজু বৰুৱাৰ বিৰুদ্ধে অশালীন মন্তব্য দিবলৈ উচতনি দিয়া অজয় ফুকন নামৰ সংগীত শিল্পীজনৰ বিৰুদ্ধে গোচৰ দিছে উতমাই৷ উতমা হৈছে ইউনাইটেড টেলিভিশ্যন মিডিয়া এছ’চিয়েশ্যন৷ সাংবাদিক ৰাজু বৰুৱাই মিছন চাইনা ছবিখনক লৈ ফেচবুকত সমালোচনাত্মক লেখা লিখাৰ ...

Read More »

বলীউদৰ পৰ্দাত আকৌ কাম কৰিব প্ৰিয়ংকা চোপ্ৰাই

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ : বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই বলীউদত আকৌ ছবি কৰিবনে? তেওঁ ভাৰতক বেছি সনিদিয়াই হৈছে।  এনেবোৰ কথা এতিয়া বহুতৰে মুখত। এই কথা নিজেই ব্যক্ত কৰিছে বলীউদৰ মোহময়ী অভিনেত্ৰী গৰাকীয়ে। তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে, ২০১৮ ...

Read More »

পুনৰ বিতৰ্কিত মন্তব্য জুবিন গাৰ্গৰ

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ : জুবিন গাৰ্গ পুনৰ সাঙোৰ খাই পৰিছে বিতৰ্কত। এইবাৰ সেনা জোৱানে গোচৰ তৰিছে জুবিনৰ বিৰুদ্ধে। ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী জ্যেষ্ঠ অধিবক্তাৰ পুত্ৰক অপমান কৰাৰ অভিযোগত অভিযুক্ত জুবিন। শুনানিৰ দিন চলিত বৰ্ষৰ ২৬ ছেপ্টেম্বৰ। এইক্ষেত্ৰত আকৌ ...

Read More »