শেহতীয়া
Home / বিনোদন (page 3)

বিনোদন

ছেঞ্চৰ ব’ৰ্ডৰ এইবাৰ চকু ‘টাইগাৰ জিন্দা হ্যে’ৰ ওপৰত

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ: ছলমন খানৰ আগন্তুক ছবি ‘টাইগাৰ জিন্দা হ্যে’ অহা ২২ ডিচেম্বৰত মুক্তি পাব। ছবিখনত কেটৰিণা আৰু ছলমানক একেলগে দেখা যাব। কিন্তু ছেঞ্চৰ ব’ৰ্ডৰ অধ্যক্ষ প্ৰসুন যোচীয়ে কয় যে, ‘পদ্মাৱতীৰ নিৰ্মাতাসকলক চাৰ্টিফিকেট নিদিয়াৰ দৰে টাইগাৰ জিন্দা হ্যে’ ছবিখনৰ ...

Read More »

ছ’চিয়েল মিডিয়াত ভাইৰেল সুন্দৰী আৰক্ষী, হৰলিন আচলতে কোন?

নেচনেল ডেস্ক, প্ৰথম খবৰ: শেহতীয়াভাৱে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এগৰাকী সুন্দৰী আৰক্ষী বিষয়াৰ আলোকচিত্ৰ। কাইনাত হৰলিন কৌৰ নামৰ এইগৰাকী আৰক্ষী বিষয়াৰ ফটোক লৈ উৎসুকতাৰ অন্ত নাই। ফেচবুকৰপৰা হোৱাটছএপলৈ এতিয়া মাথোঁ আৰক্ষী বিষয়াগৰাকীৰেই আলোচনা। ছ’চিয়েল মিডিয়াৰ তথ্য অনুসৰি হৰলিন কৌৰ ...

Read More »

শ্বাহৰুখৰ পিতৃ বিগ-বি!

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ: কিং খান শ্বাহৰুখৰ পিতৃ প্ৰকৃততে অমিতাভ বচ্চন নেকি? এই কথাৰ অৱতাৰণা কৰিছে স্বয়ং শ্বাহৰুখ খানে। শ্বাহৰুখ খানে প্ৰকাশ কৰা মতে, তেওঁৰ পুত্ৰ আবৰামে বিশ্বাস কৰে যে পিতৃ শ্বাহৰুখৰ দেউতাক অমিতাভ বচ্চনহে। ‘কভি খুচি কভি গম’ নামৰ ...

Read More »

চান্দমাৰী থানাত মাৰ ছোৱালী

নিউজ ডেস্ক, প্ৰথম খবৰ: পুনৰ আন এক বিস্ফোৰক খবৰে খলকনি তুলিছে অসমৰ শিল্পী সমাজত। এই খলকনি তুলিছে  মাৰ ছোৱালী প্ৰস্তুতি পৰাশৰে। জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ বিৰুদ্ধে উত্থাপিত হৈছে পৰকীয় প্ৰেমৰ অভিযোগ। অভিনেতা মনজিৎ শৰ্মাৰ সৈতে সম্পৰ্ক থকা অভিযোগ আনিছে অভিনেতাজনৰ পত্নীয়ে। ...

Read More »

ভাৰতৰ মানুষী ছিল্লাৰৰ মিছ ৱৰ্ল্ড ২০১৭ খিতাপ অর্জন

নিউজ ডেস্ক, প্ৰথম খবৰ: শৈশৱৰ ৰঙীন স্বপ্নই দিঠক ৰূপ পালে চিকিৎসা বিজ্ঞানৰ ছাত্রী হাৰিয়ানাৰ মানুষী ছিল্লাৰৰ। চীনত অনুষ্ঠিত প্রতিযোগিতাত বিশ্ব সৌন্দৰ্যৰ নতুন ৰাণীৰ মুকুটেৰে মিছ ৱৰ্ল্ড ২০১৭ৰ বিজয়ীৰ খিতাপ অর্জন কৰি মানুষী ছিল্লাৰৰ শৈশৱৰ স্বপ্ন পূৰণ হােৱাৰ লগতে দেশবাসীকো গৌৰৱান্বিত ...

Read More »

পুনৰ বিশ্ব সুন্দৰীৰ খিতাপ অৰ্জন কৰিলে ভাৰতীয় যুৱতীয়ে

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ: শনিবাৰে হাৰিয়ানাৰ যুৱতী মানুষী চিল্লাৰে বিশ্ব সুন্দৰীৰ খিতাপ অৰ্জন কৰে। চীনত অনুষ্ঠিত হোৱা বিশ্ব সুন্দৰীৰ প্ৰতিযোগিতাত বিজয়ী হোৱাৰ পাছত আবেগিক হৈ পৰা মানুষীয়ে কয়-“ভাৰতৰ নাম উজলাবলৈ সক্ষম হোৱা বাবে যথেষ্ট সুখী। পৰিয়ালৰ লগতে প্ৰতিজন শুভাকাংক্ষীক মই ...

Read More »

যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গে অতিক্ৰম কৰিলে ৪৫ টা বসন্ত

কল্পজ্যোতি শইকীয়াৰ বিশেষ প্ৰতিবেদন, প্ৰথম খবৰ: প্ৰায় ১৬০০০ গীত পৰিৱেশন কৰা যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ আজি জন্মদিন। বিগত কেইবছৰমান নিজৰ জন্মদিনটি কলাগুৰু মহোৎসৱ হিচাপে পালন কৰা জুবিনে এইবাৰো নিশা ১২ বজাত কেক কাটি বন্ধুবৰ্গৰ সৈতে পালন কৰিলে ওপজা দিনটি। এইবছৰো ...

Read More »

মৰম , ত্যাগ আৰু বিশ্বাসৰ জয়যাত্ৰা অব্যাহত 

ধৃতিমান Email – dsarma540@gmail.com সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়াত সৰ্বাধিক চৰ্চা লাভ কৰিবলৈ সক্ষম হোৱা ২০১৭/১৮ নাট্যবৰ্ষৰ এখন হৃদয়স্পৰ্শী নাট হৈছে ৰাজশ্ৰী থিয়েটাৰে মঞ্চস্থ কৰা জনপ্ৰিয় নাট্যকাৰ অভিজিত ভট্টাচাৰ্য্যৰ “আত্মাৰ আৰ্তনাদ”  । নাট্যযাত্ৰা আৰম্ভ কৰাৰ পৰাই আজিলৈকে নাটকখনে প্ৰতিটো পেণ্ডেলতে ...

Read More »

বিতৰ্কই এৰা নিদিয়া হৈছে ‘পদ্মাৱতী’ক

ইন্টাৰটেইন্টমেন্ট ডেস্ক, প্ৰথম খবৰ: সঞ্জয় লীলা ভাঞ্চালীৰ আগন্তুক ছবি পদ্মাৱতীৰ বিতৰ্কই গৰম কৰিছে বি-টাউন।  ছবিখনৰ মুক্তিৰ সময়ত ৰাজপুত সমাজৰ লোকসকলে ছবিগৃহত অগ্নিসংযোগ তথা ধ্বংসলীলা চলাব বুলি ভাবুকি দিছে। উত্তৰ প্ৰদেশৰ মিৰাটত এজন ৰাজপুত নেতাই ঘোষণা কৰিছে যে, যিজন ব্যক্তিয়ে জনপ্ৰিয় ...

Read More »

“ধিনছেক পূজা”ৰ নতুন ৰিয়েলিটী শ্ব’

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ : গান গাই ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ধিনছেক পূজাক সকলোৱে চিনি পায়। বিগ বছ ১১ত ৱাইল্ড কাৰ্ড এণ্ট্ৰীৰে মনোৰঞ্জনৰ কেন্দ্ৰ হৈ পৰা ধিনছেক পূজাক বেছিদিনলৈ হজম কৰিব নোৱাৰিলে দৰ্শকে। মাত্ৰ দুসপ্তাহৰ বাবে বিগ বছ’ৰ ঘৰত ...

Read More »