শেহতীয়া
Home / বিনোদন (page 30)

বিনোদন

শীঘ্ৰেই ছবিগৃহলৈ আহি আছে “নিজানৰ গান”

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ: শীঘ্ৰেই ছবিগৃহলৈ আহি আছে পৰিচালক মুন্না আহমেদৰ অন্য এখন অসমীয়া ছবি “নিজানৰ গান”। চিত্ৰনাট্য,সংলাপ আৰু কাহিনী মুনিন বৰুৱাৰ, প্ৰযোজনা হাইদৰ কালাম আজাদৰ। ছবিখনৰ সংগীত পৰিচালনা কৰিছে যতীন শৰ্মাই(মুম্বাই)।যতীন বৰা,আইমী বৰুৱা,অমৃতা গগৈ,অন্যন্যা পাচনি, অতুল পাচনি, সিদ্ধাৰ্থ মূখাৰ্জী, দেৱজিৎ ...

Read More »

বেৱাছলৈ ‘A’ চাৰ্টিফিকেট, প্ৰিয়ংকাই ক’লে সন্তানৰ সৈতে নাচাব

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ: দেছী গাৰ্ল প্ৰিয়ংকাৰ শেহতীয়া ছবি বেৱাছ শীঘ্ৰেই আহিব ছবিঘৰলৈ। কিন্তু এই সময়তে আন এটা খবৰ আছে প্ৰিয়ংকাৰ অনুৰাগীলৈ। খোদ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই অনুৰাগীসকলৈ অনুৰোধ কৰিছে যাতে তেওঁলোকে ছবিখন সন্তানৰ সৈতে উপভোগ নকৰে। ছবিখনত এডাল্ট কনটেণ্ট থকাৰ ...

Read More »

কাটাপ্পালৈ জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ: কাটাপ্পালৈ জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰী কৰিছে আদালতে। হয়, উটী ন্যায়িক দণ্ডাধীশৰ আদালতে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰী কৰিছে বাহুবলীত কাটাপ্পাৰ চৰিত্ৰৰ জৰিয়তে ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰা অভিনেতা সত্যৰাজৰ বিৰুদ্ধে। সমান্তৰালভাৱে আন সাতজন তামিল অভিনেতালৈও জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা ...

Read More »

জেমছ ব’ণ্ড ৰ’জাৰ মুৰে আৰু নাই

এণ্টাৰটেইমেণ্ট ডেস্ক, প্ৰথম খবৰ: জেমছ ব’ণ্ডৰ চৰিত্ৰৰে বিশ্বখ্যাত হৈ পৰা অভিনেতা ৰ’জাৰ মুৰে আৰু নাই। ৮৯ বছৰ বয়সত মৃত্যু অভিনেতাগৰাকীৰ। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা অভিনেতাজনৰ মৃত্যুৰ বাতৰি স্পষ্ট কৰিছে অভিনেতাগৰাকীৰ পৰিয়ালেই। জীৱনৰ অন্তিম সময়ছোৱাত তেওঁ ছুইজাৰলেণ্ডত বাস ...

Read More »

বেহাৰবাৰী আউটপষ্টৰ মোহনৰ ঢোলৰ তালে-তালে, কে.কেৰ বিহুগীতৰ লয়ত বিহু নাচিলে জগদুৱাৰবাসী ৰাইজে

প্ৰথম খবৰ,টীয়ক: ৰেঙনি চেনেলৰ জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপষ্টৰ মোহনৰ ঢোলৰ তালে তালে আৰু কে কে ৰ গীতৰ তালত জীপাল হ’ল টীয়কৰ জগদুৱাৰ সিংহযুৱক প্ৰয়াত ললিত চন্দ্ৰ ৰাজখোৱা প্ৰেক্ষাগৃহ ৷ জগদুৱাৰ যুৱক সংঘ আৰু জগদুৱাৰবাসী ৰাইজৰ উদ্যোগত আয়োজিত ৰঙালী বিহুৰ কাৰ্যসূচীত ...

Read More »

ছেলফী কিয়, গুণমুগ্ধক বাইবাৰৰ অশ্লীল গালি

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ: ১০ মে’ত আন্তৰ্জাতিক পপ  ছেনছেচন জাষ্টিন বাইবাৰে মুম্বাইৰ এক কনছাৰ্টত ভাগ ল’লে। ইয়াৰ পূৰ্বে বাইবাৰে মুম্বাইৰ  বিভিন্ন প্ৰান্তত এপাক ফুৰিলেও। কিন্তু মুম্বাই পৰিদৰ্শন কৰাৰ সময়ত জাষ্টিন বাইবাৰে গুণমুগ্ধক অশ্লীল গালি-শপনি দিয়াৰ ঘটনা পোহৰলৈ আহিছে। জানিব পৰা মতে ...

Read More »

পুৰস্কৃত জুবিন

এণ্টাৰটেইনমেণ্ট ডেস্ক,প্ৰথম খবৰ: জুবিন গাৰ্গলৈ সুগন্ধি সুৰীয়া উপাধি প্ৰদান কৰা হ’ল। লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰ বিহুতলীত প্ৰদান কৰে এই বঁটা।

Read More »

চেলিব্ৰেটীৰ শ্ব’ চাবলৈ চেলিব্ৰেটীৰ ভিৰ

প্ৰথম খবৰ, মুম্বাইঃ মুম্বাইৰ ডিৱাই পাটিল ষ্টেডিয়ামত জাষ্টিন বিবাৰৰ সংগীতানুষ্ঠানক কেন্দ্ৰ কৰি প্ৰায় দেশজুৰি চৰ্চা চলিছে অনুৰাগীৰ মাজত। মাত্ৰ ২৩ বছৰ বয়সতে বিশ্বজোৰা খ্যাতি অৰ্জন কৰা বিবাৰৰ সংগীতানুষ্ঠান প্ৰথমবাৰৰ বাবে মুম্বাইত অনুষ্ঠিত হৈছে। আৰু সেই অনুষ্ঠানত দেখা গৈছে বলিউডৰ বহু ...

Read More »

‘অনন্যা’ আহি আছে

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ: ৮২ টা বসন্ত অতিক্ৰম কৰা অসমীয়া বোলছবিৰ জগতত সংযোজন হ’বলৈ ওলাইছে এখন নতুন অসমীয়া বোলছবি। এখন সম্পূৰ্ণ ব্যতিক্ৰমী ছবি ‘অনন্যা’ৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে। অৰূপ মান্নাৰ দ্বাৰা পৰিচালিত আৰু নবমিকা বৰঠাকুৰৰ দ্বাৰা প্ৰযোজিত ছবিখনৰ ল’কেচন ‘স্কটলেণ্ড অৱ ...

Read More »

নিজে বাইক চলাই শদিয়াত জুবিন

প্ৰথম খবৰ,শদিয়া: অসমৰ পূৱ প্ৰান্তৰ সীমামূৰীয়া জিলা শদিয়াত আজি উপস্থিত হ’ল অসমৰ জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গ ৷ ধলাৰ পৰা শদিয়ালৈ নিজে বাইক চলাই আহিল জুবিন। জুবিন ফেনছ ক্লাবে ধলাৰ পৰা আদৰি আনে জনপ্ৰিয় গায়ক গৰাকীক ৷

Read More »