শেহতীয়া
Home / বিনোদন (page 34)

বিনোদন

আনুষ্ঠানিকভাৱে মুকলি হ’ল জুবিন গাৰ্গৰ ছবি ‘মিছন চাইনা’ৰ পোষ্টাৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: ৰাজগড়ৰ অভিনয়াত ‘মিছন চাইনা’ৰ আজি পোষ্টাৰ মুকলি কৰে জুবিন গাৰ্গে। ৮ ছেপ্টেম্বৰত অসমৰ ছবিগৃহৰ লগতে বাংগালুৰুতো মুক্তি পাব বহু চৰ্চিত ছবি ‘মিছন চাইনা’।

Read More »

১৮ জুলাইৰ পৰা দেৰগাঁৱত সৰ্বভাৰতীয় নৃত্য নাট্য লোক সংগীত মহোৎসৱৰ আয়োজন

কুতুবুদ্দিন আলী,সাংস্কৃতিক প্ৰতিবেদক: দেৰগাঁৱৰ আগশাৰীৰ নৃত্য শিক্ষাৰ অনুষ্ঠান নৃত্যাঞ্জলি কলা কেন্দ্ৰৰ উদ্যোগত অহা ১৮ জুলাইৰ পৰা ২২ জুলাইলৈ পাচদিনীয়া কাৰ্যসূচীৰে ৭ম সংখ্যক “”সৰ্বভাৰতীয় নৃত্য নাট্য লোক সংগীত মহোৎসৱ আৰু নৃত্যাঞ্জলি বঁটা ২০১৭” প্ৰদানৰ আয়োজন কৰিছে। বিগত সময়ত সাংস্কৃতিক জগতৰ বহু ...

Read More »

দক্ষিণৰ শিল্পীৰে নিৰ্মাণ কৰা বাহুবলীত হিন্দী সংলাপ কাৰ?

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ: বাহুবলী-২ চালেনে? বাহুবলীৰ দুয়োটা ছিকুৱেলে ভাৰতৰ চলচ্চিত্ৰ উদ্যোগত একপ্ৰকাৰ জোৱাৰ আনিলে। বাণিজ্যিক দিশেই কওঁক বা কাৰিকৰী দিশৰ কথাই কওঁক। কথাটো হ’ল যদিহে বাহুবলী কেৱল দক্ষিণ ভাৰতীয় ভাষাত নিৰ্মাণ হ’লহেঁতেন তেন্তে আপুনি চালেহেঁতেননে? তেতিয়া বহুতেই হয়তো বাহুবলী উপভোগ ...

Read More »

জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাস এতিয়া অন্য ৰূপত: গান এৰি পথাৰত ব্যস্ত কুসুম

প্ৰতিবছৰৰ দৰে এইবাৰো খেতিৰ বাবে সাজু হৈছে শিল্পী কুসুম কৈলাস প্ৰথম খবৰ, মৰাণ: শেষ হ’ল বিহু মঞ্চৰ ব্যস্ততা৷ অসমৰ জনপ্ৰিয় শিল্পীসকল বাৰু এতিয়া ক’ত ব্যস্ত৷ বিহু মঞ্চৰ ব্যস্ততা ভৰা দিনবোৰ এৰি এতিয়া কেনেদৰে ব্যস্ত আপোনালোকৰ মৰমৰ শিল্পীজন৷ জনপ্ৰিয় কণ্ঠশিল্পী কুসুম ...

Read More »

হিন্দী চিৰসেউজ গানৰ ৰিমেক কৰিলে অসমৰ নেহাই

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ: হিন্দী সংগীত জগতৰ প্ৰাতঃস্মৰণীয় শিল্পী কিশোৰ কুমাৰ, লতা মংগেশকাৰৰ কেইবাটাও চিৰসেউজ গানৰ ৰিমেক অসমীয়া শিল্পী নেহা নন্দিনীৰ। ইতিমধ্যে গীতকেইটাৰ অডিঅ’ সম্পূৰ্ণ হৈ উঠিছে। কিছুদিনৰ ভিতৰতে গীতকেইটাৰ ভিডিঅ’ৰ কামো সম্পূৰ্ণ হৈ উঠিব বুলি আশা কৰা হৈছে। এই ...

Read More »

ৰবীন্দ্ৰ ভৱনত অৰুণ শৰ্মাৰ স্মৃতিত শূদ্ৰকৰ মৃচ্ছকটিকম্

নিউজ ডেস্ক, প্ৰথম খবৰ: শূদ্ৰকৰ মৃচ্ছকটিকম্ নাটখন বিয়লি ৭ বজাত মঞ্চস্থ কৰা হয় ৰবীন্দ্ৰ ভৱনত। পদ্মশ্ৰী অৰুণ শৰ্মাৰ স্মৃতিত জেৰিফা ৱাহিদ প্ৰডাকচনে দৰ্শকৰ বাবে আগবঢ়ায় এই নাটখন। উল্লেখযোগ্য গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শাখাৰ অসমীয়া বিভাগৰ পাঠ্যক্ৰমত সন্নিবিষ্ট কৰা এই নাটখনৰ বিভিন্ন ...

Read More »

অৰুণ শৰ্মাৰ স্মৰণত ৰবীন্দ্ৰ ভৱনত জেৰিফা ৱাহিদ প্ৰডাকচনৰ মৃচ্ছকটিকম্

নিউজ ডেস্ক, প্ৰথম খবৰ: পদ্মশ্ৰী অৰুণ শৰ্মাৰ স্মৃতিত গুৱাহাটীত ৰবীন্দ্ৰ ভৱনত মঞ্চস্থ কৰা হ’ব মৃচ্ছকটিকম্ শীৰ্ষক নাটকখন। জেৰিফা ৱাহিদ প্ৰডাকচনৰ বেনাৰত মঞ্চস্থ হ’বলগীয়া শূদ্ৰকৰ এই নাটকখন অসমীয়ালৈ ভাষান্তৰিত কৰিছিল পদ্মশ্ৰী অৰুণ শৰ্মাই। আজি সন্ধিয়া ৭ বজাত মঞ্চস্থ হ’বলগীয়া নাটকখন উপভোগ কৰিবলৈ ...

Read More »

ভাইৰেল হৈ পৰিছে ছানী লিয়নিৰ বাথৰুমৰ নতুন ভিডিঅ’

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ: শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে পৰ্ণষ্টাৰৰপৰা বলিউডৰ অভিনেত্ৰীৰূপে চিনাকি হৈ পৰা ছানী লিয়নিৰ এটা ভিডিঅ’। ছানী লিয়নিয়ে নিজৰ টুইটাৰ একাউণ্টত আপল’ড কৰা এই ভিডিঅ’টো একপ্ৰকাৰ সকলোৰে ম’বাইলে ম’বাইলে বিয়পি পৰিছে। কিছুদিন পূৰ্বে অভিনেত্ৰীগৰাকীয়ে তেওঁৰ পোহনীয়া ...

Read More »

বিগ বছ ১১ত পুনৰ ছলমান, আৰম্ভ হৈছে পঞ্জীয়ন

প্ৰথম খবৰ, মুম্বাই: বিগ বছ-১১ পুনৰ হোষ্ট কৰিব অভিনেতা ছলমান খানে। ইতিমধ্যে কালাৰ্ছ টিভি কৰ্তৃপক্ষই বিগ বছৰ পৰৱৰ্তী সংস্কৰণ সম্পৰ্কে ঘোষণা কৰিছে। কালাৰ্ছৰ মুখ্য কাৰ্যবাহী বিষয়া ৰাজ নায়কে এক টুইটযোগে এটা ভিডিঅ’ ৰিলিজ কৰিছে। ৰাজ নায়কে টুইটযোগে প্ৰকাশ কৰিছে যে কালাৰ্ছৰ ...

Read More »

বিশ্বজিৎ বৰাৰ নতুন অসমীয়া চলচ্চিত্ৰ ফেহুঁজালি

নিউজ ডেস্ক, প্ৰথম খবৰ:  এখন ভাল চিনেমা চোৱাৰ অপেক্ষাত ৰৈ থকা দৰ্শকৰ বাবে সুখবৰ কঢ়িয়াই আনিছে বিশ্বজিৎ বৰাই। চিত্ৰগৃহলৈ আহি আছে আন্তৰ্জাতিক খ্যাতিসম্পন্ন চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱাৰ এসময়ৰ সহযোগী আৰু বৰ্তমান মুম্বাই নিৱাসী বিশ্বজিৎ বৰাৰ নতুন চলচ্চিত্ৰ ফেহুঁজালি। কোৱাৰ্টাৰ মুন ...

Read More »