শেহতীয়া
Home / বিনোদন (page 35)

বিনোদন

বেৱাটছত ডেছী গাৰ্লৰ এক্সন

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ: ডেছী গাৰ্ল অভিনীত হলিউডৰ আহিবলগীয়া ছবি ‘বেৱাটছ’ৰ নতুন ট্ৰেইলৰে খলকনি তুলিছে দৰ্শকৰ মাজত। সৌন্দৰ্য আৰু অভিনয়ৰ লগতে ছবিখনত প্ৰিয়ংকাৰ এক্সনে আপ্লুত কৰিছে প্ৰতিজন অনুৰাগীক। এই ট্ৰেইলৰটোত প্ৰিয়ংকাক এক্সন গাৰ্ল ৰূপত দেখা গৈছে।    

Read More »

বিনোদনৰ নামত জীৱ-জন্তু ব্যৱহাৰ নকৰে আমেৰিকাবাসীয়ে

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ: সদ্যঘোষিত প্ৰেছ বিবৃতিযোগে লছ এঞ্জেলছবাসীয়ে অৱগত কৰে যে চলচ্চিত্ৰৰ বাবে জীৱ-জন্তু ব্যৱহাৰে বিপদ নমাইছে বহু বন্যপ্ৰাণীৰ জীৱনলৈ। চাৰ্কাছ, চিনেমা, জীৱ-জন্তুৰ প্ৰদৰ্শনী এনেবোৰ কাৰ্যই জীৱ-জগতলৈ বিপদ অনাৰ বাবেই এনে গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে দেশবাসীয়ে। জানিব পৰা মতে লছ এঞ্জেলছৰ ...

Read More »

বিনোদ খান্নাৰ দেহাৱসান

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ: বলিউডৰ জনপ্ৰিয় অভিনেতা তথা সাংসদ বিনোদ খান্নাৰ দেহাৱসান। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭০ বছৰ। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল বলিউডৰ এই অভিনেতাগৰাকী। ১৯৬৮ চনৰ পৰা ২০১৩ চনলৈ প্ৰায় ১৪১খন ছবিত অভিনয় কৰিছিল বিনোদ খান্নাই। ...

Read More »

দিল নহী চাহতা হে, অনুধা-ফাৰহানৰ বিচ্ছেদ

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ: বলিউডৰ জনপ্ৰিয় অভিনেতা/পৰিচালক ফাৰহান আখটাৰ আৰু তেওঁৰ পত্নী অনুধা ভাবানীৰ বাণ্ড্ৰা আদালতত বিবাহ বিচ্ছেদ হয়। আদালতৰ বিচাৰ মতে, ফাৰহানৰ দুই জীয়ৰী মাতৃৰ লগত থাকিব আৰু যিকোনো সময়তে ফাৰহানে নিজ কন্যাক লগ কৰিব পাৰিব। জানিব পৰা মতে ...

Read More »

আকৌ আহিল ৰাংঢালী 2017

প্ৰথম খবৰ, গুৱাহাটী: এভৰিডে ছল্টে লৈ আহিছে ৰাজ্যৰ ইতিহাসৰ সৰ্ববৃহৎ বিহুৱতী প্ৰতিযোগিতা ডিজিটেল মঞ্চলৈ। তিনি মিনিটৰ বিহু নৃত্যৰ ভিডিঅ’ ৱেবছাইটত আপলোড কৰি ষোল্ল বছৰৰ উৰ্ধৰ সকলো নাচনীয়ে অংশ ল’ব পাৰিব এই প্ৰতিযোগিতাত৷  www.rangdhalee.com ত তিনি মিনিটৰ ভিডিঅ’  আপলোড কৰিব পাৰিব ...

Read More »

১৬ বছৰৰ পিছত আমিৰ খানে গ্ৰহণ কৰিলে বঁটা

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ: বলিউডৰ জনপ্ৰিয় অভিনেতা আমিৰ খানে ১৬ বছৰৰ পিছত লাভ কৰিলে বঁটা। ‘ডংগল’ ছবিখনৰ বাবে ভাৰতৰত্ন লতা মাংগেশকাৰৰ পৰিয়ালৰ তৰফৰ পৰা ‘দীননাথ মংগেশকাৰ বঁটা’ আগবঢ়াই আমিৰ খানলৈ। এই বঁটা প্ৰদান কৰে RSS প্ৰধান মোহন ভাগৱতে।  

Read More »

PC-য়ে নতুনকৈ সজাব Official Portal

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ:  টেকন’ছেভী হিচাপে নাম আছে অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ। ২০১০ চনতেই প্ৰিয়ংকা চোপ্ৰাই মুকলি কৰিছিল তেওঁৰ iampriyankachopra.com নামৰ অ’ফিচিয়েল ৱেবছাইটটো। শেহতীয়াভাৱে প্ৰিয়ংকা চোপ্ৰাই তেওঁৰ অফিচিয়েল ছাইটটো নতুনকৈ ডিজাইন কৰাৰ কথা ভাবিছে। গতিকে ৱেব ব্ৰাউজাৰৰ এড্ৰেছ বাৰত প্ৰিয়ংকাৰ অফিচিয়েল ...

Read More »

কল্পনাৰ চৰিত্ৰত ডেডীছ গাৰ্ল

প্ৰথম খবৰ, এণ্টাৰটেইনমেণ্ট ডেক্স: ভাৰতৰ প্ৰখ্যাত মহাকাশচাৰী কল্পনা চাওলাক লৈ শীঘ্ৰেই নিৰ্মাণ হ’ব এখন বায়’পিক। এই ছবিখনত কল্পনা চাওলাৰ চৰিত্ৰত অভিনয় কৰিব পাৰে প্ৰিয়ংকা চোপ্ৰাই। টাইমছ অব্ ইণ্ডিয়া, ইণ্ডিয়া টুডে আদি কেইবাটাও সংবাদ প্ৰতিষ্ঠানে এই সম্ভাৱনাক লৈ বাতৰি প্ৰকাশ কৰিছে। অৱশ্যে এই ...

Read More »

আপুনি জানেনে ‘হেৰী পটাৰ’এ লাইনত থিয় হৈ কোন ভাৰতীয় খেলুৱৈৰ লৈছিল অটোগ্ৰাফ

এণ্টাৰটেইনমেইন ডেস্ক, প্ৰথম খবৰ: ‘হেৰী পটাৰ’ৰ নায়ক ডেনিয়েল ৰেডক্লিফক দেশ-বিদেশৰ সকলো চিনেমাপ্ৰেমী লোকে চিনি পায়। তেওঁৰ অটোগ্ৰাফৰ ল’বৰ বাবে হাজাৰ হাজাৰ লোকে লাইন পাতি থাকে। এতিয়া আমি ক’ব লৈছো ডেনিয়েল ৰেডক্লিফো তেওঁ প্ৰিয় খেলুৱৈৰ অটোগ্ৰাফ ল’বলৈ বহুদেৰি লাইনত থিয় দিছিল। ...

Read More »

পুনমৰ এপত গুগলৰ তলা

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ: বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী পুনম পাণ্ডে গুগলৰ ওপৰত ক্ষূুণ্ণ হৈ পৰিছে। কিয়নো গুগলে প্লেষ্টোৰৰ পৰা পুনৰবাৰ নিষিদ্ধ কৰিছে পুনম পাণ্ডেৰ এপ। উল্লেখ্য যে ১৭ এপ্ৰিলত পুনম পাণ্ডে মুকলি কৰিছিল তেওঁৰ এপটো। কিন্তু প্লেষ্টোৰত মুকলি কৰি দিয়াৰ পিছতে গুগলে ...

Read More »