শেহতীয়া
Home / বিনোদন (page 39)

বিনোদন

কল্পনাৰ চৰিত্ৰত ডেডীছ গাৰ্ল

প্ৰথম খবৰ, এণ্টাৰটেইনমেণ্ট ডেক্স: ভাৰতৰ প্ৰখ্যাত মহাকাশচাৰী কল্পনা চাওলাক লৈ শীঘ্ৰেই নিৰ্মাণ হ’ব এখন বায়’পিক। এই ছবিখনত কল্পনা চাওলাৰ চৰিত্ৰত অভিনয় কৰিব পাৰে প্ৰিয়ংকা চোপ্ৰাই। টাইমছ অব্ ইণ্ডিয়া, ইণ্ডিয়া টুডে আদি কেইবাটাও সংবাদ প্ৰতিষ্ঠানে এই সম্ভাৱনাক লৈ বাতৰি প্ৰকাশ কৰিছে। অৱশ্যে এই ...

Read More »

আপুনি জানেনে ‘হেৰী পটাৰ’এ লাইনত থিয় হৈ কোন ভাৰতীয় খেলুৱৈৰ লৈছিল অটোগ্ৰাফ

এণ্টাৰটেইনমেইন ডেস্ক, প্ৰথম খবৰ: ‘হেৰী পটাৰ’ৰ নায়ক ডেনিয়েল ৰেডক্লিফক দেশ-বিদেশৰ সকলো চিনেমাপ্ৰেমী লোকে চিনি পায়। তেওঁৰ অটোগ্ৰাফৰ ল’বৰ বাবে হাজাৰ হাজাৰ লোকে লাইন পাতি থাকে। এতিয়া আমি ক’ব লৈছো ডেনিয়েল ৰেডক্লিফো তেওঁ প্ৰিয় খেলুৱৈৰ অটোগ্ৰাফ ল’বলৈ বহুদেৰি লাইনত থিয় দিছিল। ...

Read More »

পুনমৰ এপত গুগলৰ তলা

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ: বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী পুনম পাণ্ডে গুগলৰ ওপৰত ক্ষূুণ্ণ হৈ পৰিছে। কিয়নো গুগলে প্লেষ্টোৰৰ পৰা পুনৰবাৰ নিষিদ্ধ কৰিছে পুনম পাণ্ডেৰ এপ। উল্লেখ্য যে ১৭ এপ্ৰিলত পুনম পাণ্ডে মুকলি কৰিছিল তেওঁৰ এপটো। কিন্তু প্লেষ্টোৰত মুকলি কৰি দিয়াৰ পিছতে গুগলে ...

Read More »

পুনৰ পৰ্দাত দেখিবলৈ পাব অভিনেত্ৰী সুস্মিতা সেনক

এণ্টাৰটেইনমেইন ডেস্ক, প্ৰথম খবৰ: বলিউডৰ অভিনেত্ৰী সুস্মিতা সেনক বহু দিনৰ বিৰতিৰ মূৰত পুনৰবাৰ দেখিবলৈ পাব পৰ্দাত।অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত প্ৰকাশ কৰা মতে, তেওঁ মিনাৰেল ৱাটাৰৰ এটা বিজ্ঞাপনৰ বাবে অভিনয় কৰিছে।য’ত বিশুদ্ধ পানীৰ মহত্বৰ সবিশেষ দেখুওৱা হ’ব।

Read More »

জোনাকী পুনৰ নিৰ্মাণ কৰিব জুবিনে

তেজপুৰৰ পৰা অপুৰ্ব বৰা: অসমৰ প্ৰথম ছবিগৃহ জোনাকীৰ অৱস্থাক লৈ উদ্বিগ্ন জুবিন গাৰ্গ। তেজপুৰৰ মধ্য তেজপুৰ ৰঙালী বিহু সন্মিলনৰ মুল সাংস্কৃতিক সন্ধ্যাত মূল আকৰ্ষন হিচাপে অংশগ্ৰহণ কৰি জুবিন গাৰ্গে কয় যে জ্যোতিপ্ৰসাদ আগৰৱালা তেজপুৰত নিৰ্মাণ কৰা প্ৰথম ছবিগৃহটোৰ ক্ষেত্ৰত চৰকাৰে ...

Read More »

চৰ্চাত কৰিশ্মাৰ স্বামীৰ তৃতীয় বিবাহ

অভিনেত্ৰী কৰিশ্মা কাপুৰৰ প্ৰাক্তন স্বামী সঞ্জয় কাপুৰৰ তৃতীয় বিবাহক লৈ বি-টাউনত সৃষ্টি হৈছে ব্যাপক চৰ্চাৰ।১৩ এপ্ৰিলত দিল্লীত সঞ্জয় কাপুৰৰ বিবাহ অনুষ্টুপীয়াকৈ সম্পন্ন হ’ল মডেল প্ৰিয়া সচদেৱৰ সৈতে।শীঘ্ৰেই নিউয়ৰ্কত তেওঁলোকৰ বিবাহৰ ৰিচেপচন পাৰ্টীৰ আয়োজন কৰা হ’ব। যোৱা বছৰেই কৰিশ্মা আৰু সঞ্জয়ে পৃথকে ...

Read More »

কপিল শৰ্মা শ্ব’ত নতুন মুখ, কি কৰিব ডাঃ মছউৰ গুলাটীয়ে

সনাতন কুমাৰ এইকেইদিন দ্য কপিল শৰ্মা শ্ব’ত অঘটনৰ বাতৰি প্ৰায়ে ওলাই আছে। ডাঃ মছউৰ গুলাটী মানে সুনীল গ্ৰোভাৰ, আলি আছগৰ, চন্দন প্ৰভাকৰ আদিয়ে ওলাই যোৱাৰ পিছত টিআৰপি কমি আহিছে কপিল শৰ্মা শ্ব’ৰ। আনকি, ৰাজু শ্ৰীবাস্তৱ, এহছান কুৰেশ্বিৰ দৰে অভিনেতাও আহিব ...

Read More »

ৰাজ্যজুৰি কিমান খৰচ বিহু কমিটিৰ?

কুমুদ দাস বিহুৰ কথা এইকেইদিন খুবেই চৰ্চিত হৈছে। মঞ্চ বিহুৰ পৰা একেবাৰে বিহুমঞ্চত শিল্পীৰ গীতৰ তালিকা আৰু সাজপোচাকলৈকে। ব’হাগ বিহুৰ ক্ষেত্ৰত আমাৰ অসমবাসীৰ এক স্বাভিমান জড়িত হৈছে। সেইকাৰণে, বিগত তিনি চাৰি বছৰ ধৰি বিহুৰ সময়ত অৱধাৰিতভাবে বিতৰ্কৰ সূচনা হয়। কোনোবাই ...

Read More »