শেহতীয়া
Home / বিনোদন (page 4)

বিনোদন

হোলী উৎসৱ আৰু বৰপেটাৰ ঐতিহ্য

সৌৰভ জ্যোতি গোস্বামী:  ফাগুণ মাহৰ পূৰ্ণিমা তিথিত হিন্দু ধৰ্মাৱলম্বী লোকসকলে উদযাপন কৰা ৰঙৰ উৎসৱ হৈছে হোলী। হোলীক ফাকু্ৱা উৎসৱ নামেৰেও জনা যায়। আনহাতে ফাকুৱাক আকৌ দৌলোৎসৱ, ফল্গুৎসৱ, ফাগুৱা, ফাকু, মদনোৎসৱ আদি বিভিন্ন নামেৰেও জনা যায়। সমগ্ৰ ভাৰতবৰ্ষতে হিন্দুসকলৰ প্ৰাচীনতম উৎসৱসমূহৰ ভিতৰত ফল্গোৎসৱ ফাগুন অথবা ...

Read More »

ফাগুন

কৃষ্ণাংগ সাউদ: ধূলিৰে আৱৰণী ধৰণীৰ চৌপাশ… শুনিবলৈ পাওঁ ইফালে সিফালে ফাগুন গানৰ মৃদু ৰাগ ৷ আবিৰৰ গোন্ধ সনা ফাগুনী বতাহত দেহ মন পৰি যায় জুৰ , হোলীৰ আনন্দত মতলীয়া মন হৃদয়ত বাজে মাথো চিনাকী বাঁহীৰ সুৰ।

Read More »

ডুবাইত জীৱন নাট সামৰিলে শ্ৰীদেৱীয়ে

নিউজ ডেস্ক, প্ৰথম খবৰ: আত্মীয়ৰ বিবাহ অনুষ্ঠানত অংশ লোৱাৰ বাবে ডুবাইত উপস্থিত হৈছিল বলিউডৰ প্ৰথমগৰাকী মহিলা ছুপাৰষ্টাৰ শ্ৰীদেৱী। কিন্তু এই যাত্ৰাই শেষ যাত্ৰা হ’ল কিংবদন্তি অভিনেত্ৰীগৰাকীৰ। হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ ফলতেই মৃত্যু হয় অভিনেত্ৰীগৰাকীৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৪ বছৰ। ...

Read More »

উত্তৰ-পূৱৰ অনুসন্ধানেৰে আহি আছে “দা ফল বেক”

গুৱাহাটী আৰু অৰুণাচলৰপৰা সৌৰভ জ্যোতি গোস্বামীৰ বিশেষ প্ৰতিবেদন,প্ৰথম খবৰঃ কেইজনমান যুৱক। আগুৱাইছে এখনি অজান ঠাইলৈ। যাত্ৰাপথত বহু বাধা অতিক্ৰম কৰিছে তেওঁলোকে। তথাপি থমকি ৰোৱা নাই। আগুৱাইছে….. মাথো আগুৱাইছে। কেতিয়াবা বৰফত বাগৰি পৰিছে, আকৌ উঠিছে। তেওঁলোকৰ লক্ষ্য এটাই, যিয়েই নহওঁক…… যাবই লাগিব ...

Read More »

চল্লিশজন লোকৰ বিৰুদ্ধে পাপনিষ্টৰ গোচৰ

নিউজ ডেস্ক, প্ৰথম খবৰঃ ফেচবুকত পাপনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য দিয়াক লৈ দিছপুৰ থানাত ফেচবুকৰ চল্লিশটা একাউণ্টৰ বিৰুদ্ধে গোচৰ দিছে পাপন ফেন ক্লাৱৰ সদস্যই৷ মূলত পাপনৰ ফেচবুক পেজত ফেচবুক লাইভত এগৰাকী কণমানিক মৰম প্ৰদৰ্শন কৰি কৰা চুম্বনক লৈ শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ব্যাপক বিতৰ্ক ...

Read More »

জনপ্ৰিয় শিল্পী পাপনৰ বিৰুদ্ধে গোচৰ

নিউজ ডেস্ক,প্ৰথম খবৰঃ শিশুৰ সৈতে যৌন আতিশৰ্য্য চলোৱাৰ অভিযোগত অসমৰ জনপ্ৰিয় শিল্পী পাপনৰ বিৰুদ্ধে আজি সৰ্বোচ্চ ন্যায়ালয়ৰ অধিবক্তাৰ এটা দলে ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগত ৰুজু কৰে এক গোচৰ৷ এটা টেলিভিছন চেনেলৰ ৰিয়েলিটি শ্ব’ৰ দৃশ্যগ্ৰহণৰ আগমূহুৰ্তত পাপনৰ ফেচবুক পেজৰ পৰা ...

Read More »

জনপ্ৰিয় শিল্পী পাপনৰ বিৰুদ্ধে গোচৰ

নিউজ ডেস্ক,প্ৰথম খবৰঃ শিশুৰ সৈতে যৌন আতিশৰ্য্য চলোৱাৰ অভিযোগত অসমৰ জনপ্ৰিয় শিল্পী পাপনৰ বিৰুদ্ধে আজি সৰ্বোচ্চ ন্যায়ালয়ৰ অধিবক্তাৰ এটা দলে ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগত ৰুজু কৰে এক গোচৰ৷ এটা টেলিভিছন চেনেলৰ ৰিয়েলিটি শ্ব’ৰ প্ৰতিযোগীতাৰ লগত প্ৰাক হোলী উদযাপনৰ সময়ত ...

Read More »

একেলগে চাওঁ আহক ৰক্তবীজ

আশাস্মীতা দাসঃ অসমীয়া কথাছবি ৰক্তবীজ আহি আছে। অতি সোনকালে অসমীয়া দৰ্শকৰ কাষলৈ আহিব ছবিখন। ইতিমধ্যে মুকলি হৈছে ৰক্তবীজৰ টীজাৰ। এই টিজাৰ দেখিয়েই অনুভৱ কৰিছোঁ যে ছবিখন অতি উন্নত মানৰ ছবি হ’ব। প্ৰথমবাৰৰ বাবে টীজাৰটো চাওতে এনে লাগিছিল যেন মই এখন ...

Read More »

বলিউদৰ বিতৰ্কত হলিউদৰ বাজী

এন্টাৰটেইন্টমেন্ট ডেস্ক,প্ৰথম খবৰঃ যোৱা কিছু বছৰৰ পৰা একেৰাহে হলিউদে বলিউদৰ ওপৰত ৰাজত্ব কৰি আছে। ইংৰাজী ছবিয়ে নিজৰ শ্ৰেষ্ঠ প্ৰডাকচন ব্যয়ৰ জৰিয়তে দৰ্শকক মনোৰঞ্জন দি আহিছে। এই কথা ভাৰতত ব্যৱসায় কৰি থকা হলিউদৰ ছবিয়ে নিজেই প্ৰমাণ কৰি আছে। হলিউদৰ ছবিয়ে ভাৰতত ...

Read More »

আপুনি জানেনে? ড্ৰীম লাইট অথবা ক্ষীণ পোহৰে আপোনাৰ মগজুৰ স্মৃতিশক্তি কেনেদৰে হ্ৰাস কৰে?

জ্যোতিশ্ৰী বৈশ্যৰ বিশেষ প্ৰতিবেদন,প্ৰথম খবৰ: ড্ৰীম লাইটৰ কোঠা এটাত বেছি সময় অতিবাহিত কৰাৰ ফলত আপুনি মুখামুখি হ’ব পাৰে এক ভয়ংকৰ পৰিস্থিতিৰ৷ তেনে কোঠাত অধিক সময় কটালে মগজুৰ গঠন সলনি হয় আৰু মনত ৰখা শক্তি হ্ৰাস পোৱাৰ উপৰিও শিকাৰ ক্ষমতা দূৰ্বল ...

Read More »