শেহতীয়া
Home / বিনোদন (page 5)

বিনোদন

আজিৰপৰা আৰম্ভ হ’ব ‘দ্য ভইচ ইণ্ডিয়া কিডছ’

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ: ‘&TV’ ৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব’ ‘দ্য ভইচ ইণ্ডিয়া কিডছ’ আজিৰপৰা আৰম্ভ হ’ব। সুখবৰ এই যে, নিশা ৯ বজাৰপৰা সম্প্ৰচাৰ হ’বলগীয়া শ্ব’টোত বিচাৰকৰ আসনত দেখিবলৈ পাব অসম সন্তান অংগৰাগ পাপন মহন্তক। অসমৰ তথা বলিউডৰ জনপ্ৰিয় গায়কজনক নেশ্যনেল ...

Read More »

অাজি “প্ৰিয়াৰ প্ৰিয়”ৰ শুভমুক্তি

জিন্টুমনি ভূঞাৰ বিশেষ প্ৰতিবেদন, প্ৰথম খবৰ: মিছন চাইনাৰ পাছত জুবিন গাৰ্গ অভিনীত ছবি প্ৰিয়াৰ প্ৰিয় অাজি অসমৰ কথাছবি গৃহত মুক্তি লাভ কৰে। মুনিন বৰুৱাৰ প্ৰযোজনা ছবি প্ৰিয়াৰ প্ৰিয়ৰ কথাছবি গৃহৰ দৰ্শকৰ বিপুল সঁহাৰি। বৃহস্পতিবাৰে প্ৰমচনেল দৰ্শনী শেষ হোৱাৰ পাছত যুৱ ...

Read More »

মিছেচ্‌ ইণ্ডায়া হ’মমেকাৰ খিতাপ লাভ কৰা কবিতা নাৰ্জাৰীক গৃহভূমিত আদৰণি

গোসাঁইগাঁৱৰপৰা ৰুবুল পাঠক, প্ৰথম খবৰ: মিছেচ্‌ ইণ্ডিয়া হ’মমেকাৰ,মিছেচ্‌ নৰ্থ ইষ্ট আৰু মিছেচ্‌ এছিয়ান ৰিপাব্লিক ২০১৭’ৰ সন্মান লাভ কৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চললৈ গৌৰৱ কঢ়িয়াই আনা গোসাঁইগাৱঁৰ জীয়ৰি কবিতা নাৰ্জাৰীক আজি উষ্ম আদৰণি জনাই কোকৰাঝাৰ জিলাবাসীয়ে৷ কবিতা নাৰ্জাৰীয়ে কোকৰাঝাৰত উপস্থিত হোৱাৰ লগে লগে ...

Read More »

কপিল শৰ্মা আৰু সুনীল গ্ৰোভাৰৰ পুনৰ মিলন

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ: কমেডিয়ান কপিল শৰ্মা আৰু সুনীল গ্ৰোভাৰক পুনৰ একেখন পৰ্দাত দেখিবলৈ পোৱা যাব। বিগত কিছুদিন ধৰি দুয়োৰে মাজত মনোমালিন্য হোৱা দেখা গৈছিল যদিও খুব কম সময়ৰ ভিতৰত পুনৰ একেলগে কাম কৰিব দুয়োজন অভিনেতাই। বিশ্বৰ বিভিন্ন প্ৰান্তত থকা ...

Read More »

বিবাহ পাশত আৱদ্ধ হ’ব জনপ্ৰিয় কৌতুক অভিনেত্ৰী ভাৰতী

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ : ভাৰতৰ জনপ্ৰিয় কমেডিয়ান ভাৰতীৰ বিয়া। চলিত বৰ্ষৰ ৩ ডিচেম্বৰত বিবাহ পাশত আৱদ্ধ হ’ব জনপ্ৰিয় অভিনেত্ৰীগৰাকী। বুধবাৰে ইন্ষ্টাগ্ৰামত এক পোষ্টযোগে এই কথা ব্যক্ত কৰে দাৰা সিঙৰ দুহিতাই। বিগত বহুবছৰৰ পৰাই লিখক হৰ্ষিল লিমবাছিয়াৰ লগত প্ৰেমৰ সম্পৰ্ক ...

Read More »

ডেংগুত আক্ৰান্ত অভিনেতা ৰাগ ঐনিতম:নেমকেয়াৰ হাস্পাতালত চিকিৎসাধীন 

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ : অসমৰ জনপ্ৰিয় অভিনেতা ৰাগ ঐনিতম বৰ্তমান অসুস্থ। ডেংগুত আক্ৰান্ত হৈছে অভিনেতাজন। ইতিমধ্যে গুৱাহাটী মহানগৰীৰ নেমকেয়াৰ হাস্পতালৰ ৩২৪ নং কোঠাত (পুৰণি) চিকিৎসাধীন হৈ আছে ৰাগ ঐনিতম। উল্লেখযোগ্য যে ২০১৭-১৮ বৰ্ষৰ ভাগ্যদেৱী থিয়েটাৰত অভিনয় কৰি আছে জোনবাই ...

Read More »

ন-ৰূপত আহি আছে সুস্মীতা সেন

এণ্টাৰটেইনমেণ্ট ডেস্ক,প্ৰথম খবৰ: বলীউডৰ মোহময়ী অভিনেত্ৰী সুস্মীতা সেন ছ’চিয়েল মিডিয়াত যথেষ্ট এক্টিভ। শেহতীয়া কোনো ছবিত অভিনেত্ৰীগৰাকীয়ে অভিনয় কৰা নাই যদিও ইনষ্টাগ্ৰাম আৰু টুইটাৰৰ যোগেদি নিজৰ অনুৰাগীৰ লগত বহু কথা তেওঁ শ্বেয়াৰ কৰে। সম্প্ৰতি অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা কেইখনমান ফটোৱে অনুৰাগীৰ ...

Read More »

ৰণবীৰ কাপুৰ vs. অৰ্জুন কাপুৰ

নেশ্যনেল ডেস্ক, প্ৰথম খবৰ : বলীউদৰ অভিনেতা ৰণবীৰৰ কাপুৰৰ লগত অৰ্জুন কাপুৰৰ কোনো সম্পৰ্ক নাই। এই কথা ব্যক্ত কৰিছে বলীউদৰ জনপ্ৰিয় অভিনেতা অৰ্জুন কাপুৰে। ইয়াৰ পাছতেই চাঞ্চল্যৰ সৃষ্টি হৈছে দুয়োগৰাকী অভিনেতাৰ অনুৰাগীসকলৰ মাজত। দৰাচলতে “আইএছএল ছিজন-৪”ক লৈ দুয়োৰে মাজত ফাট ...

Read More »

ছুইটী বনাম অনুষ্কা

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ : দাক্ষিণাত্যৰ ছুপাৰ টেলেন্টেড অভিনেত্ৰী অনুষ্কা চেট্টীয়ে উদযাপন কৰিছে জন্মদিন। শেহতীয়াভাৱে “বাহুবলী” ছবিখনৰ দেৱসেনাৰ চৰিত্ৰত অভিনয় কৰা অনুষ্কা চেট্টীৰ আচল নাম ছুইটী চেট্টী। অভিনয়ৰ জগতখনলৈ অহাৰ আগতে যোগাসনৰ প্ৰশিক্ষক হিচাপে কাম কৰিছিল এইগৰাকী মোহময়ী অভিনেত্ৰীয়ে। সৰুৰে ...

Read More »

ৰাজমুকুটত বিষাক্ত প্ৰেমৰ শিকলি

ধৃতিমান Email – dsarma540@gmail.com এয়া প্ৰচাৰৰ চমক , কিম্বা প্ৰচাৰৰ ফুলজাৰি নহয় …….. দৰ্শকৰ দৃষ্টিত চলিত বৰ্ষৰ শ্রেষ্ঠ কাহিনী ,শ্রেষ্ঠ অভিনয় ,শ্রেষ্ঠ পৰিচালনা, ৰাজ্যৰ বিভিন্ন প্ৰান্তত অদ্বিতীয় হৈ ৰোৱা নাট ৰাজমুকুট থিয়েটাৰ নিবেদিত স্বনামধন্য নাট্যকাৰ চম্পক শৰ্মা ৰচিত পৰিচালিত চলিত ...

Read More »