শেহতীয়া
Home / মহিলা (page 2)

মহিলা

অসমীয়াই ছবিৰ মোল নুবুজে, ‘কেৰেক্টাৰলেছ’ শিল্পী সৃষ্টিশ্ৰী

ক্ষমা কৰিব, কোনো শিল্পী বা স্ৰষ্টাক কেৰেক্টাৰলেছ বা চৰিত্ৰহীন বুলি কোৱাৰ ধৃষ্টতা আমাৰ নাই। কিন্তু বহু সময়ত কিছুমান বিশেষ সৃষ্টিৰ বাবে ককৰ্থনাৰ সন্মুখীন হ’বলগীয়া হয়। তেনে এগৰাকী হৈছে সৃষ্টিশ্ৰী ৰাজগুৰু। কোট আনকোট কেৰেক্টাৰলেছ। সৃষ্টিশ্ৰীয়ে এই অনাকাংক্ষিত অভিধাটো পাইছিল এখন ছবিৰ ...

Read More »

তানজিম মহিলা সমিতিৰ জ্যোতিগৃহ পৰিদৰ্শন

প্ৰথম খবৰ,শিমলুগুৰি: নাজিৰাৰ এক অন্যতম স্বেচ্ছাসেৱী সংগঠন তানজিম মহিলা সমিতিৰ বিষয়ববীয়া ক্ৰমে কাৰ্যকৰী সভানেত্ৰী নাচৰিন হুছেইন, সম্পাদিকা নাজমা বেগম, উপ সভানেত্ৰী মঞ্জু বেগম, সহ সম্পাদিকা নাজলীন বেগম(পবি) লগতে শিৱসাগৰ জিলা লেখিকা সমাৰোহৰ সম্পাদিকা তথা সদৌ অসম লেখিকা সমাৰোহৰ প্ৰচাৰ সম্পাদিকা চৈয়দা ...

Read More »

বিশিষ্ট উপন্যাসিকা মণিকুন্তলা ভট্টাচাৰ্য্যলৈ “চম্পাৱতী বঁটা”

পুৰণিগুদামৰপৰা দিব্যজ্যোতি ভূঞা,প্ৰথম খবৰ:অসমৰ আগশাৰীৰ সাহিত্য আলোচনী “গৰিয়সী” ত “জলপ্ৰপাত” নামৰ উপন্যাসৰ জৰিয়তে চাপানালা অঞ্চলটিক উজ্বলাই তোলা সাম্প্ৰতিক সময়ৰ পৰিচিত জনপ্ৰিয় লেখিকা মণিকুন্তলা ভট্টাচাৰ্য্যক চাপানালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে এইবছৰ “চম্পাৱতী বঁটা” প্ৰদান কৰিব বুলি আজি বিদ্যালয়খনৰ অধ্যক্ষা পাৰুল গায়নে এক ...

Read More »

এক হাজাৰ এগৰাকী আয়তীৰ জলাৰোহনেৰে উদুলি-মুদুলি সোণাইপাৰ

বটদ্ৰবাৰপৰা মানসজ্যোতি মহন্ত;প্ৰথম খবৰ:যোৱা ২৩ জানুৱাৰীৰ পৰা ৭ দিনীয়া কাৰ্য্যসূচীৰে ঐতিহ্যমণ্ডিত সোণাইপাৰ গৌৰিনাথ মন্দিৰত চলি আছে শ্ৰী শ্ৰীমহাৰুদ্ৰ যজ্ঞ।সহস্ৰাধিক ভক্তৰ সমাগমেৰে উদুলি মুদুলি গৌৰিনাথ শিৱ মন্দিৰৰ বাকৰি। অাজি চতুৰ্থ দিনা এক হাজাৰ এগৰাকী আয়তীৰ জলাৰোহন কাৰ্যসূচী সম্পন্ন হয়। সোণাইপাৰৰ পকামূৰা ...

Read More »

ব্ৰেইন কেঞ্চাৰত মৃত্যু সৰবৰহী মহিলাৰ,শোকস্তব্ধ জয়পুৰ

টিংখাঙৰপৰা মিৰাণ ইছলাম,প্ৰথম খবৰ:ব্ৰেইন কেঞ্চাৰত আক্ৰান্ত হৈ এগৰাকী সৰবৰহী মহিলাৰ মৃত্যুত আজি শোকস্তব্ধ হৈ পৰে  ডিব্ৰুগড়ৰ জয়পুৰ অঞ্চল । জয়পুৰৰ নিবাসী বৰহানউদ্দিন কাদিৰৰ পত্নী তথা আছু জয়পুৰ শাখাৰ প্ৰাক্তন সম্পাদক জাহাংগীৰ কাদিৰৰ মাতৃ ৰঞ্জনা বেগমে (৫২) ২৩ জানুৱাৰীৰ সন্ধিয়া ডিব্ৰুগড়স্থিত ...

Read More »

শীতত সুস্থ হৈ থাকিবলৈ কি কৰিব?

নিলোফা ৰহমান শীতে আমাৰ জীৱনলৈ আনে মিঠা আমেজ। শীত বুলিলেই মনলৈ আহে এক সুন্দৰ অনুভৱ। কিন্তু শীতৰ এই সময়ছোৱাত শৰীৰত বিভিন্ন সমস্যাই দেখা দিয়ে । গতিকে শৰীৰটো সুস্থ কৰি ৰাখিবলৈ হ’লে খোৱা-লোৱাৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগে। শীতৰ এই সময়খিনিত ...

Read More »

প্ৰিয়ংকা চোপ্ৰালৈ মাদাৰ টেৰেছা স্মাৰক বঁটা

নিউজ ডেস্ক,প্ৰথম খবৰ: বলিউডৰ মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই শেহতীয়াকৈ সমাজৰ বিভিন্ন দায়িত্বশীল কৰ্মত নিজৰ অৱদান আগবঢ়োৱাৰ বাবে লাভ কৰিলে মাদাৰ টেৰেছা স্মাৰক বঁটা। অভিনেত্ৰীগৰাকীয়ে ছিৰিয়াত হোৱা দুৰ্যোগৰ সময়ত দুৰ্গতসকলক সহায় কৰাৰ লগতে শৰনাৰ্থী শিশুসকলৰ লগতো মত বিনিময় কৰিছিল আৰু এই ...

Read More »

জনপ্ৰিয়তাৰ পথত মেকআপ আৰ্টিষ্ট পূবালী

সঞ্জীৱ দাস: ৰাজ্যখনত ভিচিডি, ছবি, গীতৰ দৃশ্যৰূপ নিৰ্মাণৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে৷ ইয়াৰ লগে লগে বৰ্তমান সময়ত মেক আপ আৰ্টিষ্টসকলৰো জনপ্ৰিয়তা বৃদ্ধি পইছে। পিছে এইক্ষেত্ৰত বেছিভাগ মেকআপ আৰ্টিষ্টয়ে বৰ্তমান সময়তো আগুৱাব পৰা নাই,ইয়াৰ মাজতে নিজৰ আত্মবিশ্বাসৰে উজলি উঠিছে পূবালী ...

Read More »

শীতৰ সময়ত চুলিৰ যতন

নিলোফা ৰহমান শীতৰ দিন কেইটাত নিজৰ চুলিকোচা সুন্দৰকৈ ৰখাটো এটা ডাঙৰ সমস্যা। চুলি সৰা আৰু উফিৰপৰা মুক্ত হ’বলৈ এই সময়ছোৱাত চুলি কোচা ভালকৈ ৰাখিবলৈ কি কৰিব? ১) চুলিৰ সৌন্দৰ্য বৃদ্ধিৰ কিছুমান সুন্দৰ সুন্দৰ টিপচ ব্যৱহাৰ কৰি আমি আমাৰ চুলিকোচা সুন্দৰকৈ ...

Read More »

বিশ্ব স্তনপান সপ্তাহ: নৱজাতকৰ একমাত্ৰ পুষ্টিকৰ আহাৰ মাতৃদুগ্ধ

নিউজ ডেস্ক, প্ৰথম খবৰ: আগষ্টৰ প্ৰথম তাৰিখৰপৰা ৭ আগষ্টলৈ পালন কৰা হয় বিশ্ব স্তনপান দিৱস। প্ৰতি বছৰে বিশ্বৰ ১২০খনৰো অধিক দেশত বিশ্ব স্তনপান দিৱস পালন কৰা হয়। ১৯৯১ চনত আৰম্ভ হোৱা বিশ্ব স্তনপান দিৱসত “Sustaining Breastfeeding Together”ক এইবাৰৰ থীম হিচাপে ...

Read More »