শেহতীয়া
Home / যুৱ

যুৱ

প্ৰথম খবৰ’ৰ কবিতাৰ সন্ধান প্ৰতিযোগিতা

‘প্ৰথম খবৰ’ৰ অভিনৱ আয়োজন ‘কবিতাৰ সন্ধান’ প্ৰতিযোগিতা| কবিতাৰ সন্ধানৰ আপুনিও অংশীদাৰ হব পাৰে| ই মাথো এক প্ৰতিযোগিতা নহয়,আমাৰ মনৰ সুপ্ত প্ৰতিভা বিকাশৰ এক পথৰ সন্ধান ‘কবিতাৰ সন্ধান’| ‘কবিতাৰ সন্ধান’ প্ৰতিযোগিতাত যোগদান কৰিবলৈ সকলো বয়সৰ কবিয়ে নিজে লিখা দুটা কবিতা জমা ...

Read More »

প্ৰথম খবৰৰ কবিতাৰ সন্ধান প্ৰতিযোগিতালৈ ব্যাপক সহাঁৰি

নিউজ ডেস্ক, প্ৰথম খবৰ: ‘প্ৰথম খবৰৰ কবিতাৰ সন্ধান’ প্ৰতিযোগিতালৈ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ কবিতাক হৃদয়েৰে ভাল পোৱা সকলে আগবঢ়াইছে ব্যাপক সহাঁৰি| আপোনালোকৰ সহাঁৰিয়ে আমাক দুগুণ উৎসাহিত কৰি তুলিছে| কবিতাৰ সন্ধান এক মঞ্চ প্ৰতিভাবান সকলৰ বাবে,যাৰ প্ৰতিভা থাকিও সঠিক প্ৰকাশৰ পথ ...

Read More »

প্ৰথম খবৰৰ কবিতাৰ সন্ধান

নিউজ ডেস্ক, প্ৰথম খবৰ: কোনোবাই কয়, কবিৰ সংখ্যা দুশ৷ কোনোবাই কয় অকবিৰ সংখ্যা বহুত বেছি৷ কবি, অকবি সকলোৰে আছে আত্মিক উপলব্ধি৷ সেই উপলব্ধিক সন্মান জনাই প্ৰথম খবৰৰ অভিনৱ আয়োজন-কবিতাৰ সন্ধান৷ কবি, অকবি বুলি কথা নাই- মনৰ উপলব্ধিক বাংময় ৰূপ দিয়া ...

Read More »

পুনৰ কৰ্মশালাৰ আয়োজন কৰিছে লটিঘটিয়ে

নিউজ ডেস্ক, প্ৰথম খবৰ: অসমৰ জনপ্ৰিয় টি-চাৰ্ট ব্ৰেণ্ড লটিঘটি। বিগত বহু বছৰৰ পৰাই তেওঁলোকে বিভিন্ন ধৰণৰ কৰ্মশালা তথা মডেলিং জগতৰ লগত জড়িত অনুষ্ঠানৰ আয়োজন কৰি আহিছে। পুনৰ তেওঁলোক আগবাঢ়িছে আন এখন কৰ্মশালা অনুষ্ঠিত কৰিবলৈ। বিউটী পেগনেণ্ট কোচ্ছ চাও পৰাণ জে ...

Read More »

 শিক্ষক সকল দেশৰ কাৰিকৰ

 দিবাকৰ ৰেণু ,নলবাৰী আজি শিক্ষক দিৱস।আজিৰ দিনটোতেই ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি বিশিষ্ট দাৰ্শনিক পণ্ডিত ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ ১৮৮৮ চনত জন্ম হৈছিল।এই গৰাকী প্ৰজ্ঞান পুৰুষে ১৯৬২ চনত যেতিয়া ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল,সেইসময়তেই এগৰাকী ছাত্ৰই তেখেতৰ জন্মদিনটো পালন কৰিব বিচৰাত,তেখেতে সমগ্ৰ শিক্ষকৰ ...

Read More »

জুবিন: কিয় ইমান জনপ্ৰিয় ?

 হিমাংশু ৰঞ্জন ভূঞা জুবিন গাৰ্গ, যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গ, লুইত কন্ঠ জুবিন গাৰ্গ – ২৫ বছৰৰো অধিক কাল অসমৰ সংগীত জগতক কণ্ঠৰ মায়াজালেৰে মন্ত্ৰমুগ্ধ কৰি ৰখা জুবিন গাৰ্গ। সততে কিছুমান বিতৰ্কিত কথা কামেৰে বাতৰিৰ শিৰোনামলৈ অহা জুবিন গাৰ্গ। জুবিন – ...

Read More »

ত্ৰাসৰ অন্য নাম ব্লু হোৱেল, অসমতো চিকাৰ ছাত্ৰ

ব্লু হোৱেল চেলেঞ্জ এটি অনলাইন গেম। ঘাতকৰূপে চিহ্নিত হোৱা এই গেমটো ২০১৩ চনত ৰাছিয়াৰ ফিলিপ বুডেকিন নামৰ যুৱক এজনে তৈয়াৰ কৰিছিল। লগে লগে ৰাছিয়াৰ ছ’চিয়েল মিডিয়াযোগে ইয়াৰ প্ৰচাৰ কৰা হৈছিল। পিছলৈ এই গেমটোৱে ৰাছিয়াৰ উপৰি কানাডা, আমেৰিকা, ফ্ৰান্স আদি দেশত ...

Read More »

বিৰাট কোহলীৰ ‘নিউৱেভা’লৈ যাব নেকি?

এণ্টাৰটেইণ্টমেণ্ট ডেস্ক, প্ৰথম খবৰ: আপুনি ফাষ্টফুড খাই ভাল পায় নেকি? দেশী-বিদেশী খাদ্যৰ সোৱাদ ল’ব আপোনাৰো মন যায় নেকি? অসমীয়া খাদ্যৰ সোৱাদ সুকীয়া। এই কথা আমি নুই কৰিব নোৱাৰো। কিন্তু পৰ্যটনৰ বাবেই হওক বা বিভিন্ন কামৰ বাবেই হওক আমি কেতিয়াবা বৰ্হিৰাজ্যলৈ ...

Read More »

ছাত্রই ৰাজনীতি কৰক

হিৰন্ময় মৰাণ অধিক সংখ্যক লোকে ৰাজনীতিৰ পৰা দূৰত থকাৰ কথা কয়। কিন্তু ছাত্রই ৰাজনীতি কৰাটো উচিত।বৰ্তমান সমাজত ৰাজনীতি বুলি কলে কোনোবা এটা দলত যোগদান কৰি দলটোৰ সতে কাম-কাজ কৰাটোকে বুজা যায়। প্রকৃততে কোনোবা এটা দলত থাকি কাম কৰাটোৱে ৰাজনীতি নে? ...

Read More »

নাটক মোৰ প্ৰেম, নিচা, উশাহ, জীৱন সকলোঃ কুলেন্দ্ৰ ৰায় চৌধুৰী

 তেওঁ নাটক বলীয়া। নাটকৰ ‘ন’টো নজনাৰ পৰাই বাস লৈছিল এক তীব্ৰ আকৰ্ষণ, জাগ্ৰত হৈছিল শিল্পীসত্তা। অভিনয়ে তেওঁৰ নিচা, পেচা, প্ৰেম, জীৱন সকলো। লিখিছে বহু নাটক কিন্তু অৰ্থৰ অভাৱত নহ’ল ছপা, নাথাকিল নিজৰ হৈ। অভিনয় কৰিছে বহুত নাটক, ধাৰাবাহিক লগতে চিনেমাত। ...

Read More »