শেহতীয়া
Home / যুৱ (page 14)

যুৱ

অসমীয়া চিনেমাৰ প্রসাৰৰ বাবে জিআইএমটিৰ প্রশংসনীয় পদক্ষেপ

প্ৰথম খবৰ, গুৱাহাটী: গুৱাহাটীৰ আজাৰাস্থিত ‘গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব্ মেনেজমেণ্ট এণ্ড টেকন’লজী (জিআইএমটি)ৰ কৰ্তৃপক্ষই অসমীয়া চিনেমা উদ্যোগৰ প্রসাৰৰ বাবে এক সুন্দৰ পদক্ষেপ গ্রহণ কৰিছে। আজি জিআইএমটি কৰ্তৃপক্ষই গুৱাহাটীৰ পল্টন বজাৰস্থিত ‘গ’ল্ড চিনেমা’ গৃহত ড° ৰীতা চৌধুৰীৰ গল্পৰ আধাৰত নিৰ্মিত আৰু ...

Read More »

কেৰিয়াৰ আৰু ছাত্র-ছাত্রী

ড° বুলজিৎ বুঢ়াগোহাঁই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত সাধাৰণতে প্রায়বোৰ ছাত্র-ছাত্রীয়ে উচ্চতৰ মাধ্যমিকৰ কলা, বিজ্ঞান নে বাণিজ্য শাখাত নাম ভর্তি কৰিব নতুবা বৃত্তিমুখী (vocational) শিক্ষা গ্রহণ কৰিব, সেইটো সিদ্ধান্ত লওতে বিবুদ্ধিত পৰে আৰু উচ্চতৰ মাধ্যমিকৰ কোনটো শাখা নিৰ্বাচন কৰিলে সোনকালে চাকৰি পোৱা যাব সেই ...

Read More »

অভিনয় আৰু নৃত্য প্রতিভাৰে উজ্বলিছে শিশু শিল্পী তন্ময় বৰুৱা

প্ৰথম খবৰ,গৌৰীসাগৰ: অসমৰ সাংস্কৃতিক জগতখনত নিজৰ অভিনয় আৰু নৃত্য প্ৰতিভাৰে এখোজ দুখোজকৈ আগবাঢ়িবলৈ সক্ষম হোৱা এগৰাকী শিশু শিল্পী হৈছে যোৰহাট জিলাৰ জাঁজী হাঁহচৰাৰ ৮ বছৰীয়া তন্ময় বৰুৱা । টীয়ক হলী ফ্লাৱাৰ ছিনিয়’ৰ ছেকেণ্ডাৰী স্কুলৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ তন্ময়ে ইতিমধ্যে এক ...

Read More »

আপোনাৰ শিশুটিয়ে কাৰ্টুন চোৱা উচিতনে?

শিলাদিত্য বৰ্মন আপোনাৰ শিশুটিয়ে কিমান বয়সৰ পৰা কাৰ্টুন চাবলৈ লৈছে? কিমান বয়সৰ পৰা কমিকচ পঢ়িবলৈ লৈছে? শিশুটিয়ে কাৰ্টুন বা কমিকচ পঢ়াটো কিমান প্ৰয়োজনীয়? কাৰ্টুন ছবিয়ে ক্ষতি কৰিব পাৰে নেকি শিশুটিৰ? এই লৈ বহুত বিতৰ্কৰ অৱকাশ আছে। আজিৰ তাৰিখত টিভিত দেখা ...

Read More »

মেট্ৰিকৰ পিছতেই চাকৰি কেনেকৈ?

ছাজিদ ৰহমান বহুতেই ভাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত উচ্চতৰ মাধ্যমিক শাখাত নামভৰ্তিৰ বাহিৰে বেলেগ পেচাদাৰী কেৰিয়াৰৰ ব্যৱস্থা নাই। সেই ধাৰণা ভুল। মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতে অভিযান্ত্ৰিক ডিপ্ল’মা পাঠ্যক্ৰমত নামভৰ্তিৰ ব্যৱস্থা থকাৰ উপৰিও চাকৰি কৰিব খোজাসকলৰ বাবেও বিশেষ ...

Read More »

ফুচকা বা পানীপুৰি কিয় খুবেই প্ৰিয় যুৱতী-মহিলাৰ?

শিলাদিত্য বৰ্মনঃ ঠাইভেদে নাম বেলেগ। অসম তথা উত্তৰ পূৰ্বাঞ্চল আৰু পশ্চিমবংগৰ অধিকাংশ ঠাইৰে জনপ্ৰিয় ষ্ট্ৰীট ফুড ফুচকা। আচলতে পূৱ ভাৰতত ফুচকা নামেৰেই জনপ্ৰিয় এই খাদ্যবিধ। পিছে, ৰাষ্টাৰ খাদ্য হ’লেও ৰেষ্টুৰেণ্টৰ মেনুত এই খাদ্যবিধ সুলভ হৈ পৰাৰ লগে লগে অন্য নামবোৰো ৰেষ্টুৰেণ্টৰ ...

Read More »

নেমু টেঙা খেতিৰ জৰিয়তে স্বাবলম্বী হোৱা কমাৰগাঁওৰ মৃদুপৱন সোনোৱাল

প্ৰথম খবৰ, খুমটাই: নিবনুৱা সমস্যাৰ গ্ৰাহ কৰি থকাৰ সময়তে কোনো চৰকাৰী আঁচনি সুবিধা নোপোৱাকৈয়ে খুমটাই মৌজাৰ অন্তৰ্গত কমাৰগাওঁৰ উদীয়মান যুৱক মৃদুপৱন সোনোৱালে নেমু টেঙা খেতিৰ জৰিয়তে স্বাভালৱী হৈছে। প্ৰায় ২ বিঘা নেমু খেতিত সোনোৱালে মাহেকত ১৫ হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।

Read More »

নতুন চেনেলত কাম কৰিবলৈ কেনেকৈ সাজু হ’ব?

প্ৰতিবেদনঃ উত্তৰ পূবৰ বাবে নতুন টিভি চেনেল। অৰুণপ্ৰভা চেনেলটোৰ নাম। ইয়াৰ উপৰিও ৰাজ্য চৰকাৰেও অসমত সুকীয়া অসমীয়া চেনেলৰ অনুমতি বিচাৰি কেন্দ্ৰীয় তথ্য আৰু প্ৰচাৰ মন্ত্ৰ্যালয়ক আবেদন দাখিল কৰিছে। মঙলবাৰে গুৱাহাটীত মুখ্যমন্ত্ৰী সোণোৱালে সাংবাদিকক জানিবলৈ দিছে এই কথা। অসমত বেচৰকাৰী খণ্ডতো ...

Read More »

দুহাতেৰে লিখিবলৈ শিকোৱা আমাৰ বিদ্যালয়

শিলাদিত্য বৰ্মন আপুনি বাৰু কোনখন হাতেৰে লিখে?সোহাতেৰে লিখাত সিদ্ধহস্ত বহুলোকে পিচে বাওহাতেৰে এটা শব্দও লিখা দেখা পোৱা নাযায়। কিন্তু আপোনাৰ সন্তানেও হয়তো কেতিয়াও দুয়োখন হাত ব্যৱহাৰ কৰি লিখা মেলা কৰা দেখা নাই। মহাভাৰতৰ সব্যসাচীৰ ধাৰণা হয়তো এতিয়াৰ বহু ছাত্ৰ-ছাত্ৰীয়ে নাজানিব ...

Read More »

কিয় বিষণ্ণতাত ভোগে যুৱচামে?

বৰ্ষাজ্যোতি দাস বিভিন্ন শ্ৰেণীৰ লোকৰ ক্ষেত্ৰতেই দেখা যায় বিষণ্ণতাৰ প্ৰভাৱ। কিন্তু এই ক্ষেত্ৰত যুৱ প্ৰজন্মৰ প্ৰৱণতা বেছি। ডাঃ নাহিদ মাহজাবিন মোৰছেদৰ মতে বৰ্তমান প্ৰতিযোগিতামূলক দৃষ্টিভংগী ইয়াৰ অন্যতম কাৰণ। পঢ়া-শুনাৰ ক্ষেত্ৰতেই যথেষ্ট মানসিক চাপত ভোগে আজিৰ প্ৰজন্ম। ছাত্ৰ-ছাত্ৰীৰ ওপৰত যথেষ্ট পৰিমাণে ...

Read More »