শেহতীয়া
Home / যুৱ (page 2)

যুৱ

হৃদপিণ্ডত পানী জমা হৈ মৃতুৰে যুঁজিছে মাজুলীৰ মেধাৱী ছাত্ৰ অম্লানজ্যোতিয়ে

মাজুলীৰপৰা প্ৰাঞ্জাল খাউণ্ড,প্ৰথম খবৰ: মাজুলী জিলাৰ ৰতনপুৰ নিৱাসী প্ৰফুল্ল বৰাৰ এক মাত্ৰ পুত্ৰ সন্তান মেধাৱী ছাত্ৰ অম্লানজ্যোতি বৰা যোৱা বছৰ জুন মাহৰ পৰা এক দূৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মৃতুৰে যুঁজিছে৷দৰিদ্ৰ পৰিয়ালটোৱে ঘৰৰ লাম লাকটু বিক্ৰী কৰি,ঘৰৰ মাটি বাৰি সকলো বিক্ৰী ...

Read More »

মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ সপ্তম দ্বি-বাৰ্ষিক অধিবেশনৰ সফল সামৰণি

প্ৰথম খবৰ,মাৰ্ঘেৰিটা: তিনিদিনীয়া কাৰ্যসূচীৰে  লিডুৰ ঐতিহাসিক মোলাং গাৱঁৰ দিহিং টিৰাপ সমন্বয় ক্ষেত্রত অনুষ্ঠিত  উজনি অসমৰ অন্যতম শক্তিশালী সাংবাদিক অনুষ্ঠান মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ সপ্তম দ্বিবাৰ্ষিক অধিবেশন খনি  কালি  সামৰণি পৰে। প্ৰথম দিনা পুৱা সংস্থাৰ  পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সভাপতি ৰাম ...

Read More »

টিংখাঙত ১০০ কৰ্ম ঘন্টাত  ১০০০  শৌচাগাৰ নিৰ্মাণ

টিংখাঙৰপৰা মিৰাণ ইছলাম,প্ৰথম খবৰ:টিংখাং বিধান সভা সমষ্টিৰ এটা পঞ্চায়তত ১০০ কৰ্ম ঘন্টাৰ ভিতৰত ১০০০ হাজাৰ শৌচাগাৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে।এই ব্যতিক্ৰমী সংকল্প গ্ৰহণ কৰি সফলতাৰে কৰ্ম সংস্কৃতিৰ এক নিৰ্দশন দাঙি ধৰিছে  বিধায়ক বিমল বড়াই।যুদ্ধকালীন ক্ষীপ্ৰতাৰে  কৰা হৈছিল এই কামৰ আৰম্ভ।টিংখাঙৰ ...

Read More »

মৈৰাবাৰীৰ যুৱ ব্যৱসায়ীক হত্যাৰ চেষ্টাৰ আৰত পৰকীয়া প্ৰেম,পৰকীয়া প্ৰেমিকসহ পত্নীক আটক

মৈৰাবাৰীৰপৰা তাৰিকুল ইছলাম,প্ৰথম খবৰ:যোৱা বুধবাৰে সন্ধিয়া মৈৰাবাৰী বজাৰৰ ছুপাৰ কাউন্টাৰৰ সমীপৰ এগৰাকী যুৱ ব্যৱসায়ীক নিজ ঘৰৰ চোতালতে দূৰ্বৃত্তই চোকা অস্ত্ৰৰে হানি খুচি হত্যাৰ চেষ্টা চলোৱা কাৰ্য্যৰ ৰহস্য উদ্ঘাটন হৈছে। জানিব পৰা মতে ইকবাল হুছেইন নামৰ যুৱ ব্যৱসায়ীজনৰ পত্নীগৰাকীৰ লগত থকা ...

Read More »

আন্তঃ মহাবিদ্যালয় কুইজ প্ৰতিযোগিতাত দেওমৰনৈ স্নাতক মহাবিদ্যালয়ৰ ছাত্ৰ জ্যোতি চহৰীয়াৰ স্থান লাভ

প্ৰথম খবৰ,মংগলদৈ:ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ডত অনুষ্ঠিত হোৱা ষষ্ঠ তম ভৈৰৱকুণ্ড মহোৎসৱ উপলক্ষে আয়োজিত আন্তঃ মহাবিদ্যালয় কুইজ প্রতিয়োগিতাত দেওমৰনৈ স্নাতক মহাবিদ্যালয়ক প্রতিনিধিত্ব কৰি তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় দেওমৰনৈ স্নাতক মহাবিদ্যালয়ৰ ছাত্ৰ জ্যোতি চহৰীয়াই৷কুইজ প্ৰতিযোগিতা খনিত কটন বিশ্ববিদ্যালয়ৰ দীপাংকৰ ডেকাই প্রথম ...

Read More »

উত্তৰ পশ্চিম তেজপুৰ সাহিত্য সভাৰ ন্যাসৰ বটা ঘোষণা

নিউজ ডেস্ক,প্ৰথম খবৰ:উত্তৰ পশ্চিম তেজপুৰ সাহিত্য সভাই ২০১০ চনৰ পৰা বিভিন্ন ব্যক্তিৰ সোঁৱৰণত এলানি বটা প্ৰদান কৰি আহিছে।এই বেলি নতুনকৈ সদ্যপ্ৰয়াত প্ৰফুল্ল শইকিয়াৰ নামতো বটা প্ৰদান কৰিব৷১২ টা স্মাৰক বটা ২০১৭-১৮ বৰ্ষ আজি ঘোষণা কৰা হৈছে।সেউজ গণ শিল্পী উমা কান্ত ...

Read More »

চলচ্চিত্ৰ পৰিচালক বিশ্বজিত বৰাক খুমটাই চিনাতলীত সম্বৰ্ধনা

প্ৰথম খবৰ,খুমটাই:বহ্নিমানৰ যোগেদি অসমীয়া ছৱিজগতত এক বিশেষ স্থান দখল কৰা চলচ্চিত্ৰ পৰিচালক বিশ্বজিত বৰাক তেওঁৰ জন্মস্থান খুমটাই চিনাতলীত আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত চিনাতলী উচ্চ মাধ্যমিক বিদ্যালয় আৰু প্ৰয়াস নামৰ স্বেচ্ছাসেৱী সংগঠনে সম্বৰ্ধনা জনায়। আজি সম্বৰ্ধনা অনুষ্ঠানত শিক্ষাগুৰু সকলৰ উপৰিও বৰাৰ ...

Read More »

কাকপথাৰৰ ডিৰাক কপাহতলিত ড্ৰাগছসহ যুৱক আটক

নিউজ ডেস্ক,প্ৰথম খবৰ:তিনিচুকীয়া জিলাৰ কাকপথাৰ থানাৰ অৰ্ন্তগত ডিৰাক কপাহতলিত আজি দিনৰ প্ৰায় ১২ মান বজাত ড্ৰাগছসহ এজন যুৱকক আটক কৰা হয় ৷যুৱকজন কাকপথাৰৰেই বৰমেচাই গাৱঁৰ পুলিন মৰাণৰ পুত্ৰ দেৱজিত মৰাণ(৩০) বুলি জানিব পৰা গৈছে ৷যুৱকজনে কাকপথাৰৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ সৰবৰাহ ...

Read More »

নিয়তিৰ ওচৰত হাৰ মানিলে কাজিৰঙাৰ আহত গঁড়ে,বিফলে গ’ল বন বিভাগৰ চিকিৎসা

প্ৰথম খবৰ,বোকাখাত:কাজিৰঙাৰ পৰা এমাহৰ পূৰ্বে খাদ্যৰ সন্ধানত ওলাই যোৱা আঘাতপ্ৰাপ্ত গঁড়জনী আজি পুৱা মৃত্যু হয়।বোকাখাত মহকুমাৰ নুমলীগড় বন সংমণ্ডল এলেকাৰ ভক্তে চাপৰিত আগ ভৰিত আঘাতপ্ৰাপ্ত হৈ মৃত্যুৰ সৈতে যুজি আজি মৃত্যুৰ ওচৰত হাৰ মানিলে আঘাতপ্ৰাপ্ত গড়টোৱে।যোৱা মংগলবাৰে কাজিৰঙা উদ্যান কৰ্তৃপক্ষ ...

Read More »

দিন-দুপৰীয়াতে বনৰীয়া হাতীৰ উপদ্ৰৱ কাৰ্বি পাহাৰত

খেৰণিৰপৰা কনক দেউৰী,প্ৰথম খবৰ:দিনৰ ভাগতে বনৰীয়া হাতীৰ উপদ্ৰৱ চলিছে কাৰ্বি পাহাৰত।পশ্চিম কাৰ্বি আংলঙৰ খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বগৰীঘাটত সংঘটিত হৈছে এই ঘটনা।কুঁহিয়াৰবাৰীত বিচৰণ এটা বৃহৎ হাতীৰ জাকৰ।পোৱালীসহ অহা হাতীৰ জাকটোক লৈ কৃষকৰ মাজত হাহাকাৰ।নিশাৰ ভাগতে অহা হাতীৰ জাকটোৱে কুঁহিয়াৰ খোৱাৰ ...

Read More »