শেহতীয়া
Home / যুৱ (page 3)

যুৱ

ছেনিটাৰী নেপকিন আৰু এগৰাকী কিশোৰীৰ মৰ্মন্তুদ মৃত্যুৰ কাহিনী

আজি ছবিঘৰলৈ আহিল অক্ষয় কুমাৰ, সোণম কাপুৰ, ৰাধিকা আপ্টে অভিনীত ‘পেডমেন’। চিনেমাখনক লৈ ইতিমধ্যে ব্যাপক চৰ্চা পৰিলক্ষিত হৈছে। সমান্তৰালভাৱে পেডমেন চেলেঞ্জেও জনপ্ৰিয়তা লাভ কৰা দেখা গৈছে। চেনিটাৰী নেপকিনক লৈ এই প্ৰচাৰ নিতান্তই প্ৰয়োজনীয়। চেনিটাৰী নেপকিনৰ সৈতে জড়িত এটা মৰ্মান্তিক ঘটনা ...

Read More »

মনৰ কথা

নিৰ্মালি সন্দিকৈ: নোৱাই তোলনী বিয়া- আজিৰ পৰা চল্লিশ পঞ্চাশ বছৰৰ আগতে বাৰ তেৰ বছৰীয়া ছোৱালীবোৰহে তোলনী হৈছিল। কিন্তু উন্নত খাদ্যাভ্যাসৰ বাবে আজিকালি আঠ বছৰীয়া ছোৱালীও তোলনী হয়। আগতে তোলনী বিয়াখন ধুমধামকৈ পতাৰ উদ্দেশ্য আছিল,যাতে ছোৱালীজনী গাভৰু হ’ল বুলি দহে গম ...

Read More »

জীৱনৰ প্ৰথম এলবামটোৰ চাৰিটা গীত শাহুমাৰ: মৌৰুচি বৰা

অতি কম সময়ৰ ভিতৰত অসমৰ ৰাইজৰ হিয়াৰ আমঠু হৈ পৰা নৱ প্ৰজন্মৰ জনপ্ৰিয় কণ্ঠশিল্পী মৌৰুচি বৰাৰ সৈতে কিছু অন্তৰংগ আলাপ। “শদিয়াৰ ৰুক্মিণী” শীৰ্ষক গীতটিৰে খ্যাতি অৰ্জন কৰা এইগৰাকী শিল্পীৰ লগত প্ৰথম খবৰৰ হৈ সাক্ষাৎ গ্ৰহণ কৰিলে তৰালী দেৱীয়ে- “যি সময়ত ...

Read More »

অসমীয়াই ছবিৰ মোল নুবুজে, ‘কেৰেক্টাৰলেছ’ শিল্পী সৃষ্টিশ্ৰী

ক্ষমা কৰিব, কোনো শিল্পী বা স্ৰষ্টাক কেৰেক্টাৰলেছ বা চৰিত্ৰহীন বুলি কোৱাৰ ধৃষ্টতা আমাৰ নাই। কিন্তু বহু সময়ত কিছুমান বিশেষ সৃষ্টিৰ বাবে ককৰ্থনাৰ সন্মুখীন হ’বলগীয়া হয়। তেনে এগৰাকী হৈছে সৃষ্টিশ্ৰী ৰাজগুৰু। কোট আনকোট কেৰেক্টাৰলেছ। সৃষ্টিশ্ৰীয়ে এই অনাকাংক্ষিত অভিধাটো পাইছিল এখন ছবিৰ ...

Read More »

নলবাৰীত গামোছা উৎপাদন কেন্দ্ৰ উদ্বোধন,বহিৰাগত গামোছাক প্ৰত্যাহ্বান বিধায়ক অশোক শৰ্মাৰ

প্ৰথম খবৰ,নলবাৰী: অসমীয়া সমাজ -সংস্কৃতি, আচাৰ-নীতি সকলো ক্ষেত্ৰতে আছে গামোছাৰ বিশেষ অৱদান।সংস্কৃতি আৰু সন্মানৰো প্ৰতীক আদৰৰ গামোছাখন।এই গামোছাখনেই যেতিয়া ৰাজ্যৰ বাহিৰৰ পৰা আমদানি কৰিবলগীয়া হয়,তেতিয়া বেদনাহত হয় নলবাৰীৰ বিধায়ক অশোক শৰ্মা।আনকি জনপ্ৰতিনিধি হিচাপে বিভিন্নজনে শুভেচ্ছামূলকভাবে তেওঁক দিয়া গামোছাখনো বাহিৰৰ বুলি ...

Read More »

এনৰেগা আঁচনিৰ দিন হাজিৰা নাপায় হাহাকাৰ অৱস্থা শ্রমিকৰ

বাদুলিপাৰৰ পৰা পাৰ্থপ্ৰতীম বৰুৱা,প্ৰথম খবৰ:গোলাঘাট জিলা বোকাখাত বিধান সভা সমষ্টি তথা গোলাঘাট পশ্চিম উন্নয়ণ খণ্ড।বোকাখাতৰ অন্তৰ্গত ১৯ নং ৰঙামাটি কৈৱৰ্ত্ত গাওঁ পঞ্চায়তৰ কেইবাটাও ৱাৰ্ডত আজিৰপৰা প্ৰায় আঢ়ৈ মাহ পূৰ্বে “এনৰেগা আঁচনীৰ” অধিনত কেইবাটাও পথ নিৰ্মাণ কাৰ্য্য হাতত লৈছিল।ইয়াৰ ভিতৰত ৯নং ছেউনী ...

Read More »

মাইবং কাণ্ডৰ ভয়ানক পৰিণতি

খেৰণিৰ পৰা কনক দেউৰী,প্ৰথম খবৰ:মাইবং কাণ্ডৰ এক ভয়ানক পৰিণতি।মাইবং কাণ্ডৰ হিংসাত্মক ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ পাৰ্বত্য জিলাখনতে ইটোৰ পিছত সিটোকৈ অবিচ্ছিন্নভাৱে সাব্যস্ত হৈছে প্ৰতিবাদ,বাহিৰ হৈছে মৌন সমদল,দাহ হৈছে পুত্তলিকা আৰু কব লাগিব ক্ৰমান্নয়ে ধাৰণ কৰিছে এক জটিল ৰূপ পাহাৰীয়া জিলাখনত।মুঠতে ...

Read More »

দৰং আছুই সোঁৱৰিলে ১৮৯৪ চনৰ ২৮ জানুৱাৰীৰ পথৰুঘাট ৰণৰ কৃষক শ্বহীদ সকলক

দেওমৰনৈৰপৰা নিৰঞ্জন শইকীয়া,প্ৰথম খবৰ:১৮৯৪ চনৰ ২৮ জানুৱাৰীৰ পথৰুঘাট ৰণত কৃষক শ্বহীদ সকলক আজি দৰং, আছুৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।লগতে পাথৰিঘাট আঞ্চলিক ছাত্ৰ সন্থাইও কৃষক শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰাগ কুমাৰ চহৰীয়াই শ্বহীদ তৰ্পণ কাৰ্য্যসূচী ...

Read More »

অগ্নিগৰ্ভা ডিমা হাছাওৰ ৰাজপথত উৰিল ক’লা পতাকা;মাইবং কাণ্ডৰ ক্ষোভ অব্যাহত

খেৰণিৰপৰা কনক দেউৰী;প্ৰথম খবৰ:নাগালিমক লৈ অগ্নিগৰ্ভ পাৰ্বত্য জিলা ডিমা হাছাও। নাগালিম চুক্তিৰ খৱৰেই যেন পাহাৰীয়া জিলাখনত হিংসাত্মক ঘটনা-প্ৰতিবাদৰ সূত্ৰপাত ঘটালে। আৰ এছ এছৰ উত্তৰ-পূৱৰ সাংগঠনিক দায়িত্বত থকা জগদম্বা মলৰ বিতৰ্কিত মন্তব্য তথা ডিমা হাছাওক নাগালেণ্ডৰ অন্তৰ্ভুক্তীকৰণৰ চেষ্টাৰ প্ৰতিবাদত হঠাৎ উত্তাল ...

Read More »

মংগলদৈত যুৱ দবা প্ৰশিক্ষণৰ সামৰণি

দেওমৰনৈৰপৰা নিৰঞ্জন শইকীয়া;প্ৰথম খবৰ:অসম দবা সন্থাৰ উদ্যোগত মংগলদৈ দবা সন্থাৰ সহযোগত ৫ দিনীয়া যুৱ দবা প্ৰশিক্ষণ ৰ সফল সামৰণি পৰে । অসম সন্থাৰ বিষয়ববীয়া বক্তৱ্য ৰাখি কয় আজিকালি দবা খেলৰ প্ৰতি নতুন প্ৰজন্মৰ আকৰ্ষণ বাঢ়ি আহিছে আমাৰ অভিভাবক সকলে সহযোগ ...

Read More »