শেহতীয়া
Home / যুৱ (page 4)

যুৱ

ঢকুৱাখানাত দেশৰ ৬৯তম গণৰাজ্য দিৱস উদযাপন

ঢকুৱাখনাপৰা পাপু বৰুৱা,প্ৰথম খবৰ:সমগ্ৰ দেশৰ লগতে ঢকুৱাখনাতো ৬৯ সংখ্যক গণৰাজ্য দিৱস নৰ্মাল স্কুলৰ খেলপথাৰত অনুষ্ঠিত কৰা হয়।পুৱা ৮.৪৫ বজাত মুখ্য অতিথি অৰিন্দম বৰুৱাই স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদ সকলৰ পবিত্ৰ স্মৃতিত শ্ৰদ্ধাঞ্জলী অৰ্পণ কৰাৰ অন্তত মাৰ্চ-পাৰ্চত অংশগ্ৰহণকাৰী দল ...

Read More »

ৰঙিয়াত গণৰাজ্য দিৱস উদযাপন

প্ৰথম খবৰ;ৰঙিয়া:সমগ্ৰ দেশৰ লগতে ৰঙিয়া মহকুমাতো কেন্দ্ৰীয় ভাৱে উদযাপন কৰা হয় ৬৯ সংখ্যক গণৰাজ্য দিৱস। ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত জাতীয় পতাকা উত্তোলন কৰে ৰঙিয়া মহকুমাৰ মহকুমাধিপতি মুনিন্দ্ৰ বৰদলৈয়ে। তেওঁ মাৰ্চ পাস্ট আৰু কুজকাৱাজৰ অভিবাদন গ্ৰহন কৰে। ভাষন প্ৰসংগত তেওঁ ...

Read More »

চতিয়াত অনুষ্ঠিত বিশ্বনাথ জিলা শিশু সমাৰোহৰ প্ৰথম দ্বি-বাৰ্ষিক অধিবেশনৰ সফল সমাপ্তি,সমাৰোহৰ শ্ৰেষ্ঠ দল ৰূপে বিবেচিত হয় চতিয়া আঞ্চলিক মইনা পাৰিজাত

চতিয়াৰপৰা সৌৰভ হাজৰিকা,প্ৰথম খবৰ:যোৱা ২৩ জানুৱাৰীৰ পৰা চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা বিশ্বনাথ জিলা শিশু সমাৰোহৰ প্ৰথম দ্বি-বাৰ্ষিক অধিবেশন খনিৰ আজি সফল সমাপ্তি ঘটে। বিশ্বনাথ জিলাৰ বিভিন্ন অঞ্চলৰ পৰা অহা মইনা সকলৰ কলৱৰৰে মুখৰ হৈ থকা অধিবেশন স্থলীৰ পৰা ...

Read More »

ব্ৰেইন কেঞ্চাৰত মৃত্যু সৰবৰহী মহিলাৰ,শোকস্তব্ধ জয়পুৰ

টিংখাঙৰপৰা মিৰাণ ইছলাম,প্ৰথম খবৰ:ব্ৰেইন কেঞ্চাৰত আক্ৰান্ত হৈ এগৰাকী সৰবৰহী মহিলাৰ মৃত্যুত আজি শোকস্তব্ধ হৈ পৰে  ডিব্ৰুগড়ৰ জয়পুৰ অঞ্চল । জয়পুৰৰ নিবাসী বৰহানউদ্দিন কাদিৰৰ পত্নী তথা আছু জয়পুৰ শাখাৰ প্ৰাক্তন সম্পাদক জাহাংগীৰ কাদিৰৰ মাতৃ ৰঞ্জনা বেগমে (৫২) ২৩ জানুৱাৰীৰ সন্ধিয়া ডিব্ৰুগড়স্থিত ...

Read More »

পদুমণিত “অগ্নি আৰু আপদকালীন সেৱাৰ সজাগতা আৰু প্ৰশিক্ষণ” সম্পন্ন

প্ৰথম খবৰ,পুৰণিগুদাম:নগাঁও জিলাৰ চামগুৰিৰ নিকটৱৰ্তী পদুমণিত আজি “অগ্নি আৰু আপদকালীন সেৱাৰ সজাগতা আৰু প্ৰশিক্ষণ”ৰ এক অনুষ্ঠান অনুস্থিত হৈ যায়৷ চামগুৰিৰ সোণাৰীবালিস্থিত অগ্নি নিৰ্বাপন কেন্দ্ৰৰ উদ্যোগত পদুমণি শিলপুখুৰী উচ্চ আৰু মধ্য ইংৰাজী বিদ্যালয়ত আজি দিনৰ বাৰ বজাত অনুষ্ঠিত উক্ত সজাগতা শিবিৰত ...

Read More »

গণতন্ত্ৰ দিৱস উপলক্ষে বন বিভাগৰ বিনামূলীয়া গছপুলি বিতৰণ

চাংসাৰীৰপৰা পঙ্কজ নাথ,প্ৰথম খবৰ:কালিলৈ শুকুৰবাৰে সমগ্ৰ ভাৰতবৰ্ষতে উদযাপন কৰা হ’ব দেশৰ ৬৯ তম গণৰাজ্য দিৱস।গণতন্ত্ৰ দিৱসত দেশৰ বিভিন্ন ৰাজ্যত বিভিন্ন কাৰ্য্যসূচী লোৱাৰ সময়তে এইবেলি বন আৰু পৰিৱেশ বিভাগ,অসমৰ অধীনস্থ কামৰূপৰ বন বিভাগৰ কৰ্তৃপক্ষৰ জৰিয়তে এই দিৱসত এক বিশেষ পদক্ষেপ হাতত ...

Read More »

এম টি ডিৰ ভয়চ ইণ্ডিয়া কীডছৰ অন্তিম দহত অসমৰ মানসী চহৰীয়া

দেওমৰনৈৰপৰা নিৰঞ্জন শইকীয়া,প্ৰথম খবৰ:দৰিদ্রতা যে এতিয়া বিকাশত কিতেয়াও হেঙাৰ নহয়, তাক নিজ কণ্ঠৰ যাদুৰে প্ৰতিপন্ন কৰিবলৈ আগবাঢ়িছে দৰঙ ওডালগুৰি জিলাৰ সীমান্তৱৰ্তী কলাইগাঁৱ উদমাৰীৰ এগৰাকী শিশু । মাত্ৰ ১১ বছৰ বয়সীয়া এই শিশু গৰাকীয়ে দেশ বিদেশৰ কেইবা সহস্রাৰ্ধিক প্ৰতিভাৱান শিশু কণ্ঠশিল্পীক পিছ ...

Read More »

চতিয়াত বিশ্বনাথ জিলা মইনা পাৰিজাতৰ প্ৰথম দ্বি-বাৰ্ষিক অধিবেশনৰ বৰ্নাঢ্য সাংস্কৃতিক শোভাযাত্ৰা

চতিয়াৰপৰা সৌৰভ হাজৰিকা,প্ৰথম খবৰ:আজি পুৱা ১০.৩০ বজাত বিশ্বনাথ জিলা মইনা পাৰিজাতৰ পাৰিজাতৰ প্ৰথম দ্বি-বাৰ্ষিক অধিবেশনৰ লগত সংগতি ৰাখি এক বৰ্নাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়।শোভাযাত্ৰা উদ্বোধন কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।

Read More »

সৃষ্টিশীল কৰ্মৰে আদৰ্শ দেখুৱাইছে টিংখাঙৰ যুৱক বাণী গগৈয়ে

দেৱজিৎ গগৈৰ বিশেষ প্ৰতিবেদন,প্ৰথম খবৰ:আৰ্থিক দীনতাৰ মাজেৰে কঠোৰ জীৱন সংগ্ৰাম অব্যাহত ৰাখি পোহৰৰ বাট বুটলিবলৈ সক্ষম হোৱা ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ ধোৱাপথাৰ গাঁৱৰ এগৰাকী আৰ্দশৱান যুৱক।নাম তেওঁৰ বাণী গগৈ কৰ্ম উদ্যোগী যুৱকজনে পৰিয়ালৰ ভৰণ – পোষণ তাগিদাত নিৰ্জীৱ বাঁহ , ...

Read More »

তিতাবৰ সীমান্তত ধৰ্মান্তকৰণেৰে ভূমি দখলৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে নগাই,গীৰ্জা নিৰ্মাণ কৰিবলৈ অহা নগাক ৰাইজৰ পহু খেদা

তিতাবৰ সীমান্তৰপৰা অজয় শইকীয়া,প্ৰথম খবৰঃনগা-অসমীয়াৰ সম্প্ৰীতিৰ এনাজৰী কটকটীয়া হৈ আছে বুলি যিমানেই নকওক কিয় বৰ্তমানেও সীমান্তত চলে বলে কৌশলেৰে অসমৰ ভূখণ্ড দখল কৰাৰ পৰিকল্পনা অব্যাহত ৰাখিছে নগাই।সেয়া বাগিছা,গীৰ্জা,বিদ্যালয় আদি নিৰ্মাণ কৰিয়েই হওক অথবা মাৰনাস্ত্ৰৰে ভাবুকি প্ৰদান কৰিয়েই হওক।দীৰ্ঘদিনৰ পৰা চলি ...

Read More »