শেহতীয়া
Home / যুৱ (page 5)

যুৱ

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ডিগবৈত আৰক্ষীৰ স্বচ্ছ ভাৰত অভিযান

ডিগবৈপৰা মনোৰঞ্জন দাস,প্ৰথম খবৰ:গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত আজি ডিগবৈ আৰক্ষী থানা আৰু গাঁওৰক্ষী বাহিনী উদ্যোগত ডিগবৈ নগৰত এক চাফাই অভিযান কাৰ্যসূচী ৰূপায়ন কৰে।চাফাই অভিযান কাৰ্যসূচীৰ জৰিয়তে নিজৰ ঘৰ খনৰ লগতে অঞ্চলটো পৰিস্কাৰ কৰি ৰাখিবলৈ ৰাইজৰ মাজত এক সজাগতা বৃদ্ধি কৰে ।

Read More »

পৰম্পৰাগত সাজ পৰিধান কৰি হাতে হাতে বিশ্ববন্দিত গ্ৰন্থ লৈ ধেমাজিৰ গ্ৰন্থ উৎসৱত সুন্দৰীৰ কেটৱাক

ধেমাজিৰপৰা বিজন শৰ্মা,প্ৰথম খবৰ:হাতত গ্ৰন্থ উৎসৱত সবাতোকৈ বেছি বিক্ৰী হোৱা কিতাপ লৈ সপ্ৰতীভ সুন্দৰ যুৱকৰ সাৱলীল খোজ কাটল৷পাঁচ সহস্ৰাধিক লোকৰ উপস্থিতিত ধেমাজি গ্ৰন্থ উৎসৱত পৰম্পৰা আৰু বৌদ্ধিকতাৰ মনিকাঞ্চন সংযোগ ৷ ১৯ জানুৱাৰীৰ পৰা ২৮ জানুৱাৰীলৈ ধেমাজিত আছুৰ উদ্যোগত আয়োজিত হৈ আছে গ্ৰন্থ ...

Read More »

অৰুণাচল প্ৰদেশৰ মায়ডিয়াত শোকাৱহ পথ দূৰ্ঘটনাত নিহত আহত ৪,মৃতদেহবোৰ হোৱা নাই উদ্ধাৰ

প্ৰথম খবৰ,তালাপ:অৰুণাচল প্রদেশৰ লৱাৰ ডিবাংভেলী জিলাৰ মায়ডিয়াত আজি দুপৰীয়া সংঘতিত এক পথ দূৰ্ঘটনাত তিনিচুকীয়া জিলাৰ বৰহাপজান অঞ্চলৰ ৭জনৰ মৃত্যু ঘটাৰ লগতে ৪ জন লোক আহত হোৱাৰ বাতৰি পোৱা গৈছে । বৰফাবৃত্ত পাহাৰ মায়ডিয়ালৈ যোৱা এ এছ ২৩ কিউ ১০৮৮ নম্বৰৰ ...

Read More »

ডিগবৈত বিধায়কৰ পুঁজি আধাৰশিলা স্থাপন

ডিগবৈপৰা মনোৰঞ্জন দাস,প্ৰথম খবৰ:আজি ২৪ জানুৱাৰী ২০১৮ তাৰিখ বুধবাৰে ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেণ ফুকনে ২০১৭-১৮ বৰ্ষ বিধয়াক এলেকা উন্নয়ণ পুঁজিৰ ধনেৰে নিৰ্মাণ হ’বলগীয়া আঠটা ৰাজহুৱা গৃহৰ আধাৰশিলা স্থাপন কৰে ৷ বিগত বৰ্ষৰ পুঁজিৰ সৎ ব্যৱহাৰ কৰি ৬৪ টা ৰাজহুৱা খণ্ডৰ ...

Read More »

বেংককৰ পৰা চাইকেল চলাই উপস্থিত কাজিৰঙাত

কাজিৰঙাৰপৰা ৰাজেশ বেলোৱাৰ,প্ৰথম খবৰ:অসম গৌৰৱ এশিঙীয়া গঁড়ৰ সুৰক্ষাৰ সজাগতা সৃষ্টিৰ বাবে থাইলেণ্ডৰ পৰা সূদীৰ্ঘ ৩২০০ কিল’মিটাৰ পথ অতিক্ৰম কৰি বুধবাৰে কাজিৰঙাত উপস্থিত হ’ল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক ৷এখন কৃত্ৰিম ভৰি সহ চাইকেল চলাই কাজিৰঙাত উপস্থিত হোৱা অসমৰ সাহসী যুৱক জনক জীপচী ...

Read More »

সমাগত গণতন্ত্ৰ দিৱস উপলক্ষে তৎপৰ বৰপেটা জিলা আৰক্ষী প্ৰশাসন

সৰভোগৰপৰা নীতিশ ৰঞ্জন পাটগিৰী,প্ৰথম খবৰ: সমাগত ২৬ জানুৱাৰী তথা ৬৯ সংখ্যক গণতন্ত্ৰ দিৱস উপলক্ষে বৰপেটা জিলাৰ আৰক্ষী প্ৰশাসনে ব্যাপক ভাৱে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা পৰিলক্ষিত হৈছে। বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়াৰ নিৰ্দেশত জিলাখনৰ সৰভোগ, কলগাছীয়া, বৰপেটা ৰোড, পাঠশালা, ...

Read More »

চৰাইদেউত সাংবাদিকক ভাবুকি কয়লা ব্যৱসায়ীৰ

প্ৰথম খবৰ:শিমলুগুৰি:চৰাইদেউ জিলাৰ নিমনাগড়ৰ চিংফাং গেটতত অবৈধ কয়লা চিণ্ডিকেটৰ বিৰুদ্ধে বাতৰি পৰিবেশন কৰিব যাওঁতে কিছু সংখ্যক কয়লাৰ বেপাৰীয়ে সোনাৰিৰ কেইজন মান সাংবাদিকক আবদ্ধ কৰি ৰাখে ৷কেৱল আৱদ্ধ কৰাই নহয় তেওঁলোকক শাৰিৰীক ভাৱে অপদস্থও কৰে লগতে মৃত্যুৰ ভাবুকিও দিয়ে বুলিও জানিব ...

Read More »

বৰপেটাৰোডৰ অল আমিন নগৰত দেহ ব্যৱসায়ী চক্ৰ উৎখাত;৫ জনক আটক

প্ৰথম খবৰ;বৰপেটাৰোড:বৰপেটাৰোডৰ ৯ নম্বৰ ৱাৰ্ডৰ ৰেল গেটৰ কাষৰ অল আমিন নগৰত আজি সন্ধিয়া অঞ্জলটোৰ ৰাইজে এটি দেহ ব্যৱসায়ী চক্ৰ উৎখাত কৰে। স্থানীয় ৰাইজৰ অভিযোগ নগৰখনৰ বাসিন্দা মুক্তাৰ আলি দেৱানে চকুৰে নেদেখাৰ সুযোগ গ্ৰহণ কৰি তেওঁৰ ভাৰাতীয়া সকলে দেহ ব্যৱসায় চলাই ...

Read More »

ড: ভূপেন হাজৰিকা সেতুঁত কুটাঘাট ৰোধিবলৈ নাই উপযুক্ত নিৰাপত্তা ব্যৱস্থা। ডিজিপি মুকেশ সাহাইৰ ঘোষণা অসাৰ প্ৰতিপন্ন

শ্বান্তনু গোস্বামীৰ বিশেষ প্ৰতিবেদন;প্ৰথম খবৰ:সমাগত গণৰাজ্য দিৱসৰ প্ৰাক ক্ষণত উগপ্রন্হীৰ কুটাঘাটৰ আশংকাত সমগ্ৰ ৰাজ্যতে আৰক্ষীৰ নিদ্রাহীন অবস্থাৰ সৃষ্টি হোৱাৰ সময়ত দেশৰ গৌৰৱ স্বৰূপ ডঃ ভূপেন হাজৰিকা সেতুঁত নাই উপযুক্ত নিৰাপত্তা ব্যৱস্থা। পূৰ্বৰ দৰেই সেতুঁৰ দুই মুৰে ছজনকৈ আৰক্ষীয়ে পহৰা দিয়াৰ ...

Read More »

পৰিয়াল পিতৃ মাতৃ মাজুলী বাসিক নিথৰুৱা কৰি অম্লানজ্যোতি গলগৈ অজান মুলুকলৈ,এবিভিপিৰ বন্তি প্ৰজ্বলন

উজনি মাজুলীৰপৰা প্ৰাঞ্জল খাউণ্ড,প্ৰথম খবৰ:উজনি মাজুলীৰ ৰতন পুৰৰ প্ৰফুল্ল বৰুৱাৰ এক মাত্ৰ পুত্ৰ সন্তান অম্লানজ্যোতি বৰা বহু দিনৰ পৰাই দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ সৈতে যুজি আজি পুৱা গুৱাহাটী চিকিৎসালয়ত পৰিয়াল , মাজুলী বাসিক কন্দুৱাই জীৱনৰ পৰা মেলানি মাগিলে৷ অম্লানক ...

Read More »