শেহতীয়া
Home / যুৱ (page 7)

যুৱ

ভাগৱতৰ অমৃত বাণীৰে মুখৰিত টিংখাং-ৰাজগড়

টিংখাঙৰপৰা মিৰাণ ইছলাম,প্ৰথম খবৰ:ভাগৱতৰ অমৃত বাণীৰে হৰিনামৰ ধ্বনিৰে মুখৰিত  হৈ পৰিছে ৰাজগড়ৰ লেৰেলাপথাৰ গাঁও। উল্লেখযোগ্য যে কেন্দুগুৰি পঞ্চায়তৰ অন্তৰ্গত লেৰেলাপথাৰ নামঘৰ প্ৰাঙ্গনত নামঘৰৰ সমূহ সদস্য-সদস্যা আৰু সকলো ধৰ্মপ্ৰাণ ৰাইজৰ সহযোগত যোৱা ২০ জানুৱাৰীৰ পৰা সাতদিনীয়া অখণ্ড ভাগৱত পাঠ অনুষ্ঠিত হৈছে। ...

Read More »

বাল্য বিবাহ বন্ধ কৰা বাবেই প্ৰাণ নাশৰ ভাবুকি

নগৰবেৰাৰপৰা মিজানুৰ ৰহমান,প্ৰথম খবৰ:প্ৰশংসনীয় কাম কৰিবলৈ গৈ মৃত্যুৰ ভাবুকিৰ সন্মুখীন হ’ল এজন যুৱক৷গোৱালপাৰা জিলাৰ ৰংজুলিৰ বৰপথাৰত সংঘটিত এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে বৃহত্তৰ অঞ্চলটোত।বাল্য বিবাহ আধুনিক সমাজ ব্যৱস্থাৰ এক মাৰাত্মক ব্যধি। ৰাজ্য চৰকাৰে বাল্য বিবাহ বন্ধ কৰাৰ বাবে কঠোৰ পদক্ষেপ ...

Read More »

শিৱসাগৰত অচিনাক্ত এজন লোক দূৰ্ঘটনাত পতিত,সংকতজনক অৱস্তাত চিকিৎসালয়ত চিকিৎসাধীন

প্ৰথম খবৰ,শিৱসাগৰ:শিৱসাগৰ চহৰৰ দিখৌ দলংৰ সমিপৰ আদিত্য নাৰ্চিং হোম নামৰ ব্যক্তিগত চিকিংসালয়খনৰ সন্মুখত যোৱা নিশা প্ৰায় ৯.৪৫ মান বজাত AS06/4308 নম্বৰ হিৰহোণ্ডা ইসপ্লেণ্ডাৰ মটৰ চাইকেলেৰে চহৰৰ ফালৰ পৰা জয়সাগৰৰ দিশে গৈ থকাৰ অৱস্তাত এক পথ দূৰ্ঘটনাত পতিত হয়৷দূৰ্ঘটনাত পতিত হোৱা ...

Read More »

মঙ্গলদৈত কটন কলেজৰ ছাত্ৰৰ বিৰুদ্ধে এজাহাৰ

প্ৰথম খবৰ:মংগলদৈ: আফজালুৰ হক দেৱান নামৰ কটন কলেজৰ ছাত্ৰ বুলি পৰিচয় দিয়া যুৱক জনৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ পশ্চিম মঙ্গলদৈ মণ্ডল সমিতিয়ে এজাহাৰ দাখিল কৰে মঙ্গলদৈ সদৰ থানাত।কটন কলেজৰ ছাত্ৰ বুলি পৰিচয় দিয়া আফজালুৰ হক দেৱান নামৰ ছাত্ৰ জনে ...

Read More »

নাজিৰাত ড্ৰাগছ বিলাসী গাড়ীসহ ড্ৰাগছ মাফিয়া গ্ৰেপ্তাৰ

প্ৰথম খবৰ;শিমলুগুৰি:শিৱসাগৰ জিলাৰ নাজিৰা কলেজ তিনিআলিত দেওবাৰে পুৱাই বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। নাজিৰা কলেজ তিনিআলিৰ সমীপৰ এটা ভাড়াঘৰত গনেশ বাৰ্মা নামৰ কুখ্যাত ড্ৰাগছ মাফিয়াজনে নিজৰ বাস গৃহত এটা ফ্ৰিজৰ তলৰ চেম্বাৰত লুকুৱাই ৰখা অৱস্থাত ...

Read More »

লাকুৱাত আহোম ৰাজবংশাৱলী অনুষ্ঠান সম্পন্ন;“চ্যুকাফা” নাটকে মুগ্ধ কৰালে সহস্ৰাধিক দৰ্শকক

শিমলুগুৰিৰপৰা নেকিবুল হক;প্ৰথম খবৰ: আকুলতাৰে হৃদয় বিগলিত হৈ আত্মিক বান্ধোন দৃঢ় কৰাৰ মানসেৰে শিৱসাগৰ জিলাৰ লাকুৱা চাৰিঙীয়া খেলপথাৰত লাইলৌ বৰুৱা ক্ষেত্ৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ আহোম ৰাজবংশাৱলী আজি সামৰণি পৰে৷যোৱা ১৯ জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠান প্ৰথম দিনা মাংগলিক অনুষ্ঠানে শুভাৰম্ভ ...

Read More »

পথৰুঘাটৰ কৃষক শ্বহীদকলৈ চৰকাৰৰ ৰাজনীতি

প্ৰথম খবৰ;মংগলদৈ:দৰং জিলাৰ ছিপাঝাৰ বিধান সভা সমষ্টিৰ পাথৰিঘাট ৰাজহচক্ৰৰ অন্তৰ্গত পথৰুঘাটৰ কৃষক শ্বহীদৰ সমাধিস্থলত কদৰ্যময় পৰিবেশ।চৰকাৰৰ নাই কোনো কানসাৰ আজি ওলাই আহিল দৰঙৰ চচিয়েল মেডিয়া গ্ৰুপ খাটী দৰঙৰ ঝিয়া লিকিৰা আমি আৰু পাথৰিঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলে কৃষক শ্বহীদৰ ...

Read More »

নগৰবেৰাৰ ৰাংগাপানীত ডকাইতি কাণ্ড,ৰাজপথত আগুচি ধৰি লুটি নিলে লক্ষাধিক টকা

নগৰবেৰাৰপৰা মিজানুৰ ৰহমান,প্ৰথম খবৰ:কামৰূপ গ্ৰাম্য জিলাৰ বকো সমষ্টিৰ নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত  উত্তৰ ৰাংগাপানীত যোৱা নিশা ৰাজপথত এগৰাকী কাপোৰ ব্যৱসায়ীক দুগাৰাকী দুৰ্বৃত্তই আগুচি ধৰি আক্ৰমন চলাই লক্ষাধিক টকা লুটি নিয়া ঘটনাই অঞ্চলটোত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে নগৰবেৰা ...

Read More »

মংগলদৈত অসম সাহিত্য সভাৰ সংগঠক শৈলেন কুমাৰ ৰাজবংশীৰ ৪ খন গ্ৰন্থ উন্মোচন

দেওমৰনৈৰপৰা নিৰঞ্জন শইকীয়া,প্ৰথম খবৰ:দৰং জিলা সাহিত্য সভা ভৱনত আজি কেইবাগৰাকী সাহিত্যিকৰ উপস্থিতিত অসম সাহিত্য সভাৰ সংগঠক শৈলেন কুমাৰ ৰাজবংশীৰ ৪ খনকৈ গ্ৰন্থ উন্মোচন কৰে। গুৱাহাটী পানবজাৰৰ জ্ঞানদীপ প্ৰকাশনৰ দ্বাৰা প্ৰকাশ কৰি উলিওৱা শৈলেন কুমাৰ ৰাজবংশীৰ ৪ খন গ্ৰন্থ ক্ৰমে অসম ...

Read More »

গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ দূৰৱস্থা,পাঁচশ টকীয়া কেবিনত নাথাকে কোনো পৰ্য্যাপ্ত সুবিধা

আগিয়াৰপৰা উদ্ধৱ চন্দ্ৰ নাথ,প্ৰথম খবৰ:গোৱালপাৰা জিলাৰ আগশাৰীৰ চিকিৎসালয় জিলা খনৰ ভিতৰতে দুখীয়া নিছলা মানুহৰ জীৱনৰ ভৰসাস্থলী সামান্যতমেই হওঁক বা দুৰাৰোগ্যই হওঁক জিলাখনৰ খাটি খোৱা লোকৰ বাবে নিৰ্ভৰ যোগ্য চিকিৎসা প্ৰতিষ্ঠান ২০০ খন বিচনা যুক্ত অসামৰিক চিকিৎসালয়ৰ কদৰ্য ৰূপে হতাশাত ভুগিব ...

Read More »