শেহতীয়া
Home / শীৰ্ষ

শীৰ্ষ

মৰিগাওঁত ১২ ঘন্টীয়া অসম বন্ধৰ প্ৰভাৱ

প্ৰথম খবৰ, বাৰপূজীয়া : সোনোৱাল মন্ত্ৰী সভাত মৰিগাওঁ সদৰ সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীক মন্ত্ৰীত্ব প্ৰদান নকৰাত আজি পুৱা ৫ বজাৰ পৰা সন্ধ্যা ৫ বজালৈ ১২ ঘন্টীয়া অসম বন্ধ ৰূপায়ন কৰে- সদৌ তিৱা ছাত্ৰ সন্থা, সদৌ তিৱা মহিলা সন্থা, তিৱা যুৱ ...

Read More »

ৰমাকান্ত দেউৰীক মন্ত্ৰীত্ব নিদিয়াক লৈ উত্তাল প্ৰতিবাদ; কহুৱাটি-দলংঘাটত জ্বলিল অমিত শ্বাহ,সৰ্বানন্দৰ পুত্তলিকা ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সমৰ্থকৰ

  প্ৰথম খৱৰ,জাজৰি: বহু প্ৰত্যাশাৰ পাছতো সোণোৱাল মন্ত্ৰীসভাত স্থান লাভৰ পৰা বঞ্চিত হৈ ৰোৱা তিৱা জনগোষ্ঠী য় নেতা তথা মৰিগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীক মন্ত্ৰীত্ব প্ৰদান নকৰাক লৈ আজি তিৱা ছাত্ৰ সন্থা, জাতীয় ঐক্য মঞ্চ, কোচ ৰাজবংশী ছাত্ৰ সন্থাকে ...

Read More »

হেঁপাহৰ বিহুটি আজি কোন দিশে ?

হিমাংশু ৰণজন ভূঞা: বিহু অসমীয়া জাতীয় জীৱনৰ প্রাণ-স্পন্দন, অতিকৈ হেঁপাহৰ বিহু বৃহত্তৰ লুইতপৰীয়া অসমীয়া কৃষিজীৱী চহা সমাজৰ কোটিকলীয়া উৎসৱ, লােকজীৱনৰ বুনিয়াদ আৰু লােক-সংস্কৃতিৰ দাপােণ স্বৰূপ। অনাদি কালৰেপৰা পালন কৰি অহা বিহুটি অসমীয়াৰ ঐতিহ্য আৰু অসমীয়াৰ পৰিচয়। প্রকৃতপক্ষে অসমীয়া সমাজ জীৱনৰ ...

Read More »

লংকাত নিচাযুক্ত টেবলেট সহ এজনক আটক 

লংকাৰ পৰা হিৰোৎপল শইকীয়া,প্ৰথম খবৰ : আজি লংকা আৰক্ষীয়ে এক গোপন সূত্ৰৰ পমখেদি লংকাৰ চিলং ৰোডৰ পৰা নিচাযুক্ত টেবলেট সহ এজন লোকক হাটে লুটে আটক কৰিবলৈ সক্ষম হয় |আটকাধীন লোকজন কপাহবাৰীৰ তাহেৰ হুছেইন(৪০) বুলি জানিব পৰা গৈছে |উল্লেখ্য যে,আটকাধীন তাহেৰ ...

Read More »

বিহালীত ধুমুহা বতাহৰ ব্যাপক প্ৰভাৱ, বিধ্বস্ত বহু ঘৰ-দুৱাৰ, ৰাজহুৱা সম্পত্তিৰ হানি বিহালী মহাবিদ্যালয়ৰ নৱনিৰ্মিত চাইকেল ষ্টেণ্ড সম্পূৰ্ণৰূপে ধ্বংস

  বিহালীৰ পৰা অম্লান কাশ্যপ চাহাৰ প্ৰতিবেদন প্ৰথম খবৰ : যোৱা নিশা সন্ধিয়া ভাগত অহা বিধ্বংসী ধুমুহা বতাহৰ ফলত বিহালীৰ বিভিন্ন প্ৰান্তত সংঘটিত হয় বহু অনাকাংক্ষিত ঘটনা । বিহালী সমষ্টিৰ বৰগাং, বেদেতী, জিনজিয়া, বৰজাৰণী, ৰৌমাৰী আদি বিভিন্ন ঠাইত ডাঙৰ ডাঙৰ ...

Read More »

অনশনত বহিল জনসাস্থ বিভাগৰ অবৈতনিক কৰ্মচাৰী

জনস্বাস্হ্য কাৰিকৰি বিভাগ সোণাৰি উপ সংমণ্ডলৰ পানী যোগান আচনিত অবৈতনিক ভাবে কৰ্মৰত কৰ্মচাৰীৰ অনশন কাৰ্যসূচী।মূলত অবৈতনিক কৰ্মচাৰী সকলক স্হায়ী ভাবে নিযুক্তি প্ৰদান কৰাৰ দাবীত এই কাৰ্যসূচী।সোণাৰিৰ ৰজাধাপস্হিত কাৰ্যালয়ৰ সন্মুখত ৰূপায়ন অনশন কাৰ্যসূচী।

Read More »

সোণাৰিত বিজেপি কৰ্মীৰ উল্লাস

সোণাৰি সমষ্টিৰ তপন কুমাৰ গগৈয়ে সৰ্বানন্দ সোণোৱালৰ মন্ত্ৰী সভাত ৰাজ্যিক মন্ত্ৰী ৰূপে স্হান লাভ কৰাত সোণাৰিত বিজেপি কৰ্মীৰ উল্লাহ।নগৰৰ মাজমজিয়াত বিহু গাই ফটকা ফুটাই আনন্দ প্ৰকাশ বিজেপি কৰ্মীৰ।

Read More »

পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত চাঞ্চল্যকৰ ঘটনা। চিপ লৈ এগৰাকী মহিলাৰ আত্মহনন 

নিউজ ডেস্ক, প্ৰথম খবৰ : পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত চাঞ্চল্যকৰ ঘটনা, চিপ লৈ এগৰাকী মহিলাৰ আত্মহনন। এই ঘটনা খেৰণি থানা অন্তৰ্গৰ আম-পথাৰত। তিনিটাকৈ সন্তানৰ মাতৃ তথা আত্মহনন কৰা মহিলা গৰাকীৰ নাম ফুচকী মলাকাৰ (৩৭) ওৰফে মিনা তেৰনপি। কিন্তু কি কাৰণত ...

Read More »

নাগৰিকত্ব সংশোধনী আইন গৃহীত হ’লে বিজেপিৰে মিত্ৰতা ভংগ হ’ব অগপৰ

প্ৰথম খবৰ, নলবাৰী: নাগৰিকত্ব আইন ২০১৬ সংশোধনী বিধেয়ক আইনখন গৃহীত হ’লে অসমত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ’ব বুলি সকীয়ালে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই। কেন্দ্ৰত যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আছে সেয়ে অসমৰ ৰাইজৰ আবেগ অনুভূতি তথা প্ৰতিবাদৰ প্ৰতি গুৰুত্ব নিদি ...

Read More »

সৰ্থেবাৰীৰ কালাদি ৰিজাৰ্ভত খিলঞ্জীয়া পৰিয়ালক আক্ৰমণ, আৰক্ষীৰ জালত ১১ আক্ৰমণকাৰী

প্ৰথম খবৰ, বৰপেটাঃ অৱশেষত আৰক্ষীৰ জালত পৰিল খিলঞ্জীয়া পৰিয়ালৰ ওপৰত দলবদ্ধ আক্ৰমণ চলোৱা আক্ৰমণকাৰীসকল। যোৱা ১৯ এপ্ৰিলত জিলাখনৰ সৰ্থেবাৰী থানাৰ অন্তৰ্গত কালাদি ৰিজাৰ্ভত খিলঞ্জীয়া পৰিয়ালৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাত জড়িত ৮ অভিযুক্তক বুধবাৰে বৰপেটা আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷ ইয়াৰ ...

Read More »