শেহতীয়া
Home / শীৰ্ষ (page 10)

শীৰ্ষ

ৰাজ্যৰ প্ৰতিখন জিলাত ফাষ্ট ট্ৰেক আদালত

নিউজ ডেস্ক, প্ৰথম খবৰঃ ৰাজ্যত সঘনাই ঘটি থকা বিভিন্ন হত্যা-হিংসা আৰু নাৰীজনিত অপৰাধ ৰুধিবলৈ ৰাজ্যত স্থাপন হ’বলৈ গৈ আছে ফাষ্ট ট্ৰেক আদালত৷ যোৱা কেইবাদিনৰ পৰা ৰাজ্যত শিশু আৰু নাৰীৰ ওপৰত চলি থকা নানান নিৰ্যাতন আৰু ধৰ্ষণ কাণ্ডৰ দৰে জঘন্য ঘটনাৰ ...

Read More »

ভাৰতীয় ৰে’লত এক নতুন সংযোজনঃ

প্ৰথম খবৰ, চিচিবৰগাঁও: বুধবাৰৰপৰা ভাৰতীয় ৰে’লত সংযোজন ঘটিল এক নতুন অধ্যায়ৰ। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ধেমাজি আৰু লখিমপুৰ জিলাবাসীৰ বহুদিনীয়া সপোনৰ সাৰ্থকতা প্ৰদান কৰি আজি বগীবিল প্ৰকল্পৰ উত্তৰ পাৰৰ গাইনদীৰ পৰা টঙানি ষ্টেচনলৈকে ১৩ কিলোমিটাৰ নৱ নিৰ্মিত পথত ভাৰতীয় ৰে’ল বিভাগৰ ...

Read More »

ঢকুৱাখনাৰ চক্ৰ বিষয়া ৰিতুৰাজ গগৈক গ্ৰেপ্তাৰ

ঢকুৱাখনাৰপৰা পাপু বৰুৱা, প্ৰথম খবৰ: অৱশেষত ৰাকেশ পাল বাহিনীক মেনেজ কৰি এচিএছ বিষয়া হোৱা ঢকুৱাখনাৰ চক্ৰ বিষয়া ৰিতুৰাজ গগৈ গ্ৰেপ্তাৰ হ’ল আৰক্ষীৰ হাতত। মঙ্গলবাৰে নিশা প্ৰায় ১১.৩০ বজাত ডিব্ৰুগড় আৰক্ষীৰ এটা দলে লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পেট্ৰিক ৰাংহাং আৰু ঢকুৱাখনাৰ ...

Read More »

মঙ্গলদৈত ৰাজ্যপাল জগদীশ মুখী

প্ৰথম খবৰ, দেওমৰনৈ: মঙ্গলদৈত অসমৰ ৰাজ্যপাল জগদীশ মুখী। মঙ্গলদৈ ভৱনত এক সংবাদমেল অনু্ষ্ঠিত হয় দৰং জিলাৰ সাংবাদিক সকলৰ লগত। সাংবাদিক সকলৰ আগত অসমৰ সাংস্কৃতিক ক্ষেত্ৰত খনে যথেষ্ট সুনাম কৰিছে বুলি মত আগবঢ়াই‌। গুৱাহাটীক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ লৈকে উন্নীত কৰাৰ কথা দোহাৰে ৰাজ্যপাল ...

Read More »

ধৰ্ষণৰ প্ৰতিবাদত সমদল অসম শিল্পী সমাজৰ

নিউজ ডেস্ক,প্ৰথম খবৰ:অতীজৰেপৰা ধৰ্ষণৰ সন্মুখীন হৈ আহিছে বিশ্বৰ বিভিন্ন প্ৰান্তৰ নাৰীসকল। বিভিন্ন ক্ষেত্ৰত ধৰ্ষণ তথা নাৰী নিৰ্যাতনক লৈ প্ৰতিবাদ হৈ আহিছে কিন্তু এই ঘটনা কমিবলৈ এৰি বাঢ়িছে। নগাঁৱৰ বটদ্ৰৱা ধৰ্ষণ কাণ্ডৰ পিছত যেন সকলোৱে ভাবিবলৈ বাধ্য হৈছে যে, সঁচাকৈয়ে এক ...

Read More »

ক্ৰমান্নয়ে চিৰসেউজ হৈ পৰা বাপুপাৰা গণবিন্যা শালনী জাৰ ধ্বংসৰ গৰাহঁত

আগিয়াৰপৰা উদ্ধৱ চন্দ্ৰ নাথ, প্ৰথম খবৰ: যিসময়ত বিজেপি চৰকাৰ তথা বন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই অসমৰ প্ৰাকৃতিক সম্পদ সমূহৰ বিকাশৰ বাবে দিন ৰাত একাকাৰ কৰি আহিছে তেনে সময়তে একাংশ দুৰ্নীতি গ্ৰস্থ বন বিষয়া কৰ্মীৰ চত্ৰ ছায়াত বন ধ্বংস হোৱাৰ বাতৰি ...

Read More »

অসমৰ এটা বিশেষ সম্প্ৰদায় অপৰাধজনিত ঘটনাত জড়িত: হিমন্ত বিশ্ব শৰ্মা, মৈৰাবাৰীত তীব্ৰ প্ৰতিক্ৰিয়া

মৈৰাবাৰীৰপৰা তাৰিকুল ইছলাম, প্ৰথম খবৰ: অসম বিধান সভাত যোৱাকালি অসম চৰকাৰৰ বিত্ত মন্ত্ৰীগৰাকীয়ে শেষতীয়াকৈ অসমত সংগঠিত হৈ থকা ধৰ্ষণকে আদি কৰি বিভিন্নধৰনৰ অপৰাধজনিত ঘটনাত এটা বিশেষ সম্প্ৰদায়ৰ লোক জড়িত থকা বুলি অসম বিধানসভাৰ পবিত্ৰ সদনত মন্ত্ৰী হিমন্ত বিশ্বই মত প্ৰকাশ ...

Read More »

দক্ষিণ শালমাৰাৰ ফকীৰগঞ্জ-আমবাৰীত চিলিণ্ডাৰ বিস্ফোৰণ, চাৰিটা পৰিয়ালৰ লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত

প্ৰথম খবৰ, হাটশিঙিমাৰী: ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা সমষ্টিৰ ফকীৰগঞ্জ থানা এলেকাৰ আমবাৰী-ভূঞাপাৰা গাঁওত আজি পুৱাৰ ভাগত লোক এজনৰ ঘৰত চিলিণ্ডাৰ বিস্ফোৰণ হৈ ৫ টা পৰিয়ালৰ ১৫ টা ঘৰ, দুটা তাত শাল হয় পৰা ১৮ লক্ষাধিক টকাৰ সম্পত্তি নিমিষতে ভস্মীভূত হৈ ...

Read More »

গ্ৰেপ্তাৰ হ’ল নগাঁও ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত

নিউজ ডেস্ক, প্ৰথম খবৰ: অৱশেষত আৰক্ষীৰ জালত পৰিল নগাঁও কাণ্ডৰ মূল অভিযুক্ত জাকিৰ হুছেইন। সহযোগীৰ কল ৰেকৰ্ডৰ আঁত ধৰি লম্পট জাকিৰক নগাঁওৰ ইটাপাৰা লাওগাঁওৰ পৰা ৰবিবাৰে নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। এজনী ১৩ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি জ্বলাই দিছিল নৰপিশাচ জাকিৰ হুছেইন ...

Read More »

বটদ্ৰৱা কাণ্ডৰ প্ৰতিবাদত ৰাজপথলৈ ওলাল অৰ্ধ সহস্ৰাধিক শিক্ষাৰ্থী আৰু জনতা

বটদ্ৰৱাৰপৰা মানস জ্যোতি মহন্ত, প্ৰথম খবৰ: বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত ধনীয়াভেটিত যোৱাকালি সংঘটিত হোৱা নাৰকীয় ঘটনাৰ প্ৰতিবাদত আজি দিনৰ ১২.০০ বজাত ৰাজপথলৈ ওলাই আহে প্রায় অৰ্ধসহস্ৰাধিক শিক্ষাৰ্থীৰ লগতে ক্ষুব্ধ জনতা। উল্লেখযোগ্য যে, উক্ত ধৰ্ষণ কাৰ্যৰ মূল খলনায়ক জাকিৰ হুছেইন আৰু ...

Read More »