শেহতীয়া
Home / শীৰ্ষ (page 173)

শীৰ্ষ

BSFৰ প্ৰহাৰত যুৱকৰ মৃত্যু, হাটশিঙিমাৰীত উত্তেজনা

প্ৰথম খবৰ, হাটশিঙিমাৰী: হাটশিঙিমাৰীৰ পুৰণি দেৱানৰ আলগাত বিএছএফৰ প্ৰহাৰত এজন যুৱকৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে। উল্লেখ্য যে আন এজনৰ অৱস্থা সংকটজনক অৱস্থাত আছে। উল্লেখ্য যে আজি পুৱাৰ ভাগত দুয়োকে গৰুৰ সৰবৰাহকাৰীৰ সন্দেহত বিএছএফে আটক কৰি প্ৰহাৰ কৰাৰ অভিযোগ ৰাইজৰ। ঘটনাত অঞ্চলত ...

Read More »

আজিৰেপৰা দেউৰী বিহু

ৰাজু মিশ্ৰ, প্ৰথম খবৰ, মৰাণ: মৰাণৰ খোৱাং আদৰ্শ দেউৰী গাঁৱত পৰম্পৰাৰ অনুসৰি আজিৰেপৰা দেউৰী সম্প্ৰদায়ৰ লোকসকলে অতি উলহ- মালহে উদযাপন কৰিছে ৰঙালী বিহু। সমগ্ৰ ৰাতিটো পুৰুষ মহিলাই ঘৰে ঘৰে বোকা বিহু মৰা পাছত গৰু গা ধুৱাই পুনৰ বিহুমৰা পৰিলক্ষিত হয়। দেউৰী ...

Read More »

কদৰ্যময় হৈ পৰিছে নাৰেংগী-সাতগাঁও সংযোগী পথ

নাৰেংগীৰ পৰা লিপিকা ডেকা: পথ নহয় যেন পুখুৰীহে। মহানগৰীৰ নাৰেংগী-সাতগাঁও সংযোগী পথত এতিয়া পুখুৰী সদৃশ দ গাত। ফলত যাতায়তৰ বাবে যাতনা ভুগিব লগা হৈছে এই অঞ্চলৰ লোকসমূহে। এজাক বৰষুণ হ’লেই আৰু অধিক শোচনীয় হৈ পৰে পথছোৱা। পথটোৰ এই খলা-বমা পুখুৰী ...

Read More »

বাসুগাঁও ষ্টেচনত যুৱতীৰ মৃতদেহ

হীৰক জ্যোতি মেধী, প্ৰথম খবৰ, চিৰাং: চিৰাঙৰ বাসুগাঁও ৰে’ল ষ্টেচনৰ ১নং প্লেটফৰ্মৰ পশ্চিম দিশত ৰহস্যজনকভাৱে এগৰাকী যুৱতীৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰ। উক্ত অচিনাক্ত যুৱতীৰ মৃতদেহক কেন্দ্ৰ কৰি সমগ্ৰ বাসুগাঁও চহৰত চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে। ঘটনাস্থলীত ৰে’ল আৰক্ষী উপস্থিত হৈছে যদিও কি ...

Read More »

চিকিৎসালয়ৰ ভৱন সম্পূৰ্ণ হ’ল, দুবছৰে আৰম্ভ নহ’ল চিকিৎসা

নাছিম আহমেদ, প্ৰথম খবৰ, কাকী: কংগ্ৰেছ চৰকাৰৰ আমোলত অসম স্বাস্থ্য বিভাগৰ আদেশ মৰ্মে অসমৰ প্ৰতিটো সমষ্টিত একো একোখন আদৰ্শ চিকিৎসালয় নিৰ্মাণ কৰা হয়। তাৰে কল্পনাৰে হোজাই জিলাৰ কাকী ফুলতলীত এখন মডেল হাস্পতাল নিৰ্মাণ কৰা হয় যদিও আজি প্ৰায় দুবছৰ দিন ...

Read More »

বন বিভাগৰ সমুখতে কোবাই কোবাই হত্যা নাহৰফুটুকী

প্ৰথম খবৰ, আমগুৰি: আমগুৰিৰ চেউনিয়াল গাঁৱত নৃশংসভাৱে হত্যা কৰা হ’ল এটা নাহৰফুটুকী বাঘক। উল্লেখ্য যে এজন ব্যক্তি নাহৰফুটুকী বাঘটোৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয়। প্ৰসন্ন গগৈ নামৰ ব্যক্তিক আক্ৰমণ কৰাৰ পিছতেই উন্মত্ত হৈ পৰে একাংশ লোক। লগে লগে বাঘটোৰ ওপৰত জঁপিয়াই ...

Read More »

পৰম্পৰা ৰক্ষা কৰি চাৰিকড়ীয়া পাৰত ম’হঘুলি চাপৰিলৈ আকৌ আহিল ফাটবিহু

পাপু বৰুৱা, প্ৰথম খবৰ, ঢকুৱাখনা: ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি চাৰিকড়ীয়া পাৰৰ ম’হঘুলি চাপৰিলৈ আকৌ আহিল ফাটবিহু। অহা ১২, ১৩ আৰু ১৪ মে’ ২০১৭ অনুষ্ঠিত হ’ব ইতিহাস প্ৰসিদ্ধ ফাট-বিহু। বিভিন্ন জাতি-জনগোষ্ঠীৰ সম্পীতি আৰু সমন্বয় থলী চাৰিকড়ীয়া নৈ পাৰৰ ম’হঘুলি চাপৰিত বিগত ...

Read More »

আস্থা নাই চৰকাৰৰ ওপৰত, ৰাইজে নিৰ্মাণ কৰা দলঙৰ আধাৰশিলা স্থাপন কৰিলে ভিক্ষাৰীয়ে

মনোৱাৰ হুছেইন, প্ৰথম খবৰ, মাণিকপুৰ: বঙাইগাঁও জিলাৰ উত্তৰ অভায়াপুৰী সমষ্টিৰ বালাৰচৰত আজি সহস্ৰাধিক ছাত্ৰ ছাত্ৰীৰ লগতে স্থানীয় ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। গাঁওখনৰ মাজেৰে যোৱা একমাত্ৰ মূল পথৰ ওপৰত এখন দলং নথকাৰ বাবে যুগ যুগ ধৰি জীয়াতু ভুগিছে স্থানীয় ৰাইজে। ...

Read More »

এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ পাথৰকোৱেৰীবাসীৰ

নাৰেংগীৰ পৰা লিপিকা ডেকা: ৰাজ্যত এতিয়া নতুন নতুন আঁচনিৰ নাম ঘোষণা কৰা হৈছে যদিও কিছু অঞ্চলক এতিয়াও ঢুকি পোৱা নাই এই আঁচনিসমূহে। যাৰ ফলত জীয়াতু ভুগিছে এচাম লোকে। নাৰেংগীৰ পাথৰকোৱেৰীৰ গাঁওবুঢ়া পথ, শান্তি নগৰ, বিষ্ণুনগৰ হৰিহৰপুৰবাসীয়ে বিগত কেইবছৰ ধৰি জীয়াতু ...

Read More »

কলিয়াবৰত ভয়ংকৰ দুৰ্ঘটনা, নিহত ২, আহত ৪

গোলাপ শইকীয়া, প্ৰথম খবৰ, কলিয়াবৰ: কলিয়াবৰৰ দাৰিগজিত সেনা বাহিনীৰ কনভয়ৰ সৈতে ট্ৰাকৰ মুখামুখি সংৰ্ঘৰ্ষ। সেনা জোৱানসহ নিহত দুজন আৰু আহত চাৰিজন সেনা জোৱান। মিছা সেনা কেম্পৰপৰা তেজপুৰ অভিমুখী সেনা বাহিনীৰ এটা কনভয়ত বিপৰীত দিশৰপৰা অহা নগাঁও অভিমুখী এখন ট্ৰাকৰ সৈতে ...

Read More »