শেহতীয়া
Home / শীৰ্ষ (page 188)

শীৰ্ষ

ধন্যবাদ দিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে, অনশন উঠাই লবলৈ অনুৰোধ গগৈৰ

প্ৰথম খবৰ, মৰিয়নি: অসম নাগালেণ্ড সীমা সমস্যা সমাধান তথা নগাৰ আগ্ৰাসন ৰোধ আৰু NSCN ৰ লগত কেন্দ্ৰীয় চৰকাৰে হোৱা শান্তিচুক্তি ৰাজহুৱা কৰাৰ দাবীত অনিৰ্দিষ্টকালীন অনশনত বহিছে মৰিয়নি বিধায়ক ৰূপজ্যোতি কুর্মী। অনশনত বহা ২৬ ঘণ্টাৰ পাছত হঠাতে আজি দুপৰীয়া উপস্থিতি হয় প্ৰাক্তন ...

Read More »

অসাৰ দিব্যাংগজনৰ আঁচনি: চৰকাৰী সুবিধাৰ পৰা বঞ্চিত মুৰফুলনিৰ গোলাপ-জয়ন্তী

প্ৰথম খবৰ, মুৰফুলনি: বৰ্তমান শাসনাধিষ্ঠিত চৰকাৰখনে বিশেষভাবে সক্ষম লোকসকলক দিব্যাংগজন নাম দি বিভিন্ন ধৰণৰ আঁচনি তথা কৰ্মসংস্থাপনৰ বাবে বহু গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে যদিও ইয়াৰ সম্পূৰ্ণ বিপৰীত ছবি দেখা গৈছে গোলাঘাট জিলাৰ মৰঙি মৌজাৰ অন্তৰ্গত মুৰফুলনি গাঁও পঞ্চায়তৰ ৮ নং ...

Read More »

চাপৰত অস্ত্ৰসহ কে এল অ সদস্য আটক

প্ৰথম খবৰ চাপৰ : চাপৰত অস্ত্ৰসহ কে এল অ সদস্য আটক ৷ চৈবাৰী চাহ বাগিচাৰ পৰা আটক হোৱা সদস্য জন থানেশ্বৰ ৰায় বুলি চিনাক্ত ৷ সদস্য জনৰ ঘৰ কোকৰাঝাৰত । এটা AK 47,মেগজিন আৰু দুখন খুকুৰী জব্দ । অস্ত্ৰ বিক্ৰী ...

Read More »

লোকে লোকাৰণ্য কামাখ্যা ধাম

প্ৰথম খবৰ,গুৱাহাটী: অম্বুবাচীক লৈ কামাখ্যাত ভক্তৰ ব্যাপক ভিৰ। প্ৰশাসনে ভবাৰ তুলনাত তিনিগুণ বৃদ্ধি ভক্তৰ ভিৰ। ভক্তৰ ভিৰৰ বাবে ৰচী লগাই এবাৰত সীমিত লোককহে মন্দিৰৰ ভিতৰত আহিব দিছে প্ৰশাসনে। বন্ধ কৰি দিয়া হৈছে জ্যেষ্ঠ আৰু শাৰীৰিক অক্ষম লোকৰ বাবে দিয়া ফ্ৰী ...

Read More »

Don’t Cross The line জয়পুৰ আৰক্ষীৰ বিজ্ঞাপনত বুমৰাহৰ অভিশপ্ত ন’বল- ক্ষুব্ধ বুমৰাহ

নিউজ ডেস্ক, প্ৰথম খবৰ: এটা মাত্ৰ ন’বলে চেম্পিয়ন ট্ৰফীৰ ফাইনেলত সলাই পেলাইছিল ভাৰতৰ ভাগ্য। সেই ন’বলটোৰ বাবেই ভাৰতৰ হাতৰ মেচখন আজুৰি লৈ গৈছিল পাকিস্তানে। তেতিয়া পাকিস্তানৰ স্কৰ আছিল ৮। তিনি ৰান কৰি বেটিং কৰি আছিল ফখৰ জানানে। জচপ্ৰিত বুমৰাহৰ চুইংত ...

Read More »

দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰথম কাট অব মাৰ্কছৰ তালিকা প্ৰকাশ : প্ৰথম তালিকা অনুসৰি স্থান নাপায় অসমৰ শীৰ্ষ স্থান প্ৰাপ্তই! অপেক্ষা ১ জুলাইলৈ

নিউজ ডেস্ক, প্ৰথম খবৰ: দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয়ৰ প্ৰথম কাট অব মাৰ্কছৰ তালিকা প্ৰকাশ পোৱাৰ লগে লগে চৰম হতাশাই দেখা দিছে অসমৰ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ মাজত। আগশাৰীৰ মহাবিদ্যালয়ত অধ্যয়ন কৰিম বুলি ভবা বহুতৰে আশাত চেঁচা পানী পেলালে প্ৰথমখন তালিকাই। প্ৰথমখন তালিকা দেখি ...

Read More »

হাওৰাঘাটত উত্তপ্ত পৰিস্থিতি: আৰক্ষীৰ লাঠিচালনা, প্ৰতিবাদকাৰীৰ শিলাবৰ্ষণ

প্ৰথম খবৰ, হাওৰাঘাট: মহিলা হত্যাৰ ঘটনাক কেন্দ্ৰ কৰি আজি বিয়লি হঠাৎ উত্তপ্ত হৈ পৰে হাওৰাঘাট ৷ অভিযুক্তক ফাঁচী দিয়াৰ দাবীত পুৱাৰে পৰাই শ শ প্ৰতিবাদকাৰীয়ে হাওৰাঘাট থানা ঘেৰাও কৰাৰ পিছত আৰক্ষীৰ লাঠীচাৰ্জ আৰু প্ৰতিবাদকাৰীৰ শিলাবৰ্ষণেৰে উত্তপ্ত হৈ পৰে সমগ্ৰ পৰিস্থিতি ...

Read More »

অভয়াপুৰীত “হানী ট্ৰেপিং” কাণ্ড: “প্ৰথম খবৰ”ৰ অনুসন্ধানত ভয়াৱহ তথ্য

প্ৰথম খবৰ, বঙাইগাঁও ব্যুৰ’: এগৰাকী ধৰ্মীয় ইমামক “হানী ট্ৰেপিঙ”ৰ জালত পেলাই ধন দাবীৰ প্ৰচেষ্টা আৰু দুজন লোকক আৰক্ষীয়ে আটক কৰাৰ বাতৰি ইতিমধ্যে প্ৰকাশ পোৱাৰ পিছত “প্ৰথম খবৰ”ৰ নিজা অনুসন্ধানত পোহৰলৈ আহিছে কেতবোৰ বিস্ফোৰক তথ্য ৷ ঘটনাৰ স’তে জড়িত জিম্পূ খান ...

Read More »

ৰাজধানী এক্সপ্ৰেছত পুনৰ লটিঘটি ডিগবৈৰ বিধায়কৰ : এইবাৰ ৰেলখনত ভোজন কৰি অসুস্থ হ’ল বিধায়ক সুৰেণ ফুকন

প্ৰথম খবৰ,পেঙেৰী: দেশৰ সৰ্বশ্ৰেষ্ঠ ট্ৰেইন হিচাবে পৰিচিত ৰাজধানী এক্সপ্ৰেছত ভ্ৰমণ কৰোতে সাৱধান ৷ কিয়নো দেশৰ আটাইতকৈ সুৰক্ষিত হিচাবে সততে পৰিচিত ৰাজধানী এক্সপ্ৰেছ ট্ৰেইনখন এতিয়া আৰু সুৰক্ষিত নহয় ৷ জেপ লুৰুকা, চোৰ আদিয়ে চলন্ত ট্ৰেইনখনৰ পৰা আপোনাৰ ম’বাইল, মনিবেগ লুটি নিয়াতো ...

Read More »

ৰঙিয়া আৰক্ষীৰ সফল অভিযান, চাৰি দুৰ্ধষ ডকাইতক আটক

প্ৰথম খবৰ, ৰঙিয়া: ৰঙিয়া মহকুমাৰ ষ্টেট বেংকৰ সোনেশ্বৰ শাখাত সংঘটিত হোৱা এক ডকাইতি কাণ্ডত জড়িত চাৰিজন দুৰ্ধষ ডকাইতক ৰঙিয়া আৰক্ষীয়ে আটক কৰে। আটকাধীন ডকাইত কেইজনৰ ভিতৰৰ এজনৰ পৰা বৃহৎ পৰিমাণৰ ধনৰ লগতে এখন টাটা চুমু উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ৰঙিয়া মহকুমা ...

Read More »