শেহতীয়া
Home / শীৰ্ষ (page 2)

শীৰ্ষ

‘দূৰ্নীতিৰ বিৰুদ্ধে নহয়,মোৰ বিৰুদ্ধেহে যুঁজত নামিছে অনিল ৰাজাই’:ৰকিবুল

নিউজ ডেস্ক,প্ৰথম খবৰঃ ক্ৰমাৎ যেন উত্তপ্ত হ’বলৈ ধৰিছে অনিল ৰকিবুলৰ যুঁজখন। কিছুদিন আগতে অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সম্পাদক অনিল ৰাজাই প্ৰাক্তন বনমন্ত্ৰী ৰকিবুল হুছেইনৰ বেনামী সম্পত্তিৰ তথ্য ফাঁদিল কৰিছিল। ইয়াকে লৈ ৰকিবুল হুছেইনে ৰাজাৰ বিৰুদ্ধে দলৰ অনুশাসন ভংগ কৰা বুলি ...

Read More »

আকৌ বহিষ্কৃত হ’ল বিধায়ক শ্বেৰমান আলী

নিউজ ডেস্ক,প্ৰথম খবৰঃ মাৰ্শ্বেল লগাই সদনৰ পৰা বাহিৰ কৰি দিয়া হয় বাঘবৰৰ বিধায়ক শ্বেৰমান আলীক। সদনত কংগ্ৰেছ বিধায়ক গৰাকীয়ে দলং মেৰামতিক লৈ কৰা প্ৰশ্নত মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ উত্তৰত সন্তুষ্ট নোহোৱাত এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয়। শ্বেৰমান আলীয়ে এয়া গনতন্ত্ৰৰ হত্যা ...

Read More »

চল্লিশজন লোকৰ বিৰুদ্ধে পাপনিষ্টৰ গোচৰ

নিউজ ডেস্ক, প্ৰথম খবৰঃ ফেচবুকত পাপনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য দিয়াক লৈ দিছপুৰ থানাত ফেচবুকৰ চল্লিশটা একাউণ্টৰ বিৰুদ্ধে গোচৰ দিছে পাপন ফেন ক্লাৱৰ সদস্যই৷ মূলত পাপনৰ ফেচবুক পেজত ফেচবুক লাইভত এগৰাকী কণমানিক মৰম প্ৰদৰ্শন কৰি কৰা চুম্বনক লৈ শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ব্যাপক বিতৰ্ক ...

Read More »

জনপ্ৰিয় শিল্পী পাপনৰ বিৰুদ্ধে গোচৰ

নিউজ ডেস্ক,প্ৰথম খবৰঃ শিশুৰ সৈতে যৌন আতিশৰ্য্য চলোৱাৰ অভিযোগত অসমৰ জনপ্ৰিয় শিল্পী পাপনৰ বিৰুদ্ধে আজি সৰ্বোচ্চ ন্যায়ালয়ৰ অধিবক্তাৰ এটা দলে ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগত ৰুজু কৰে এক গোচৰ৷ এটা টেলিভিছন চেনেলৰ ৰিয়েলিটি শ্ব’ৰ দৃশ্যগ্ৰহণৰ আগমূহুৰ্তত পাপনৰ ফেচবুক পেজৰ পৰা ...

Read More »

গুৱাহাটী হাতীগাৱঁৰ ব্যৱসায়ী হত্যাক লৈ উত্তাল বিধানসভাৰ মজিয়া

নিউজ ডেস্ক, প্ৰথম খবৰঃ বুধবাৰে নিশা মহানগৰীৰ হাতীগাৱঁত সংঘটিত হোৱা গুলীচালনাৰ ঘটনাক কেন্দ্ৰ কৰি আজি উত্তাল হৈ পৰে অসম বিধানসভাৰ মজিয়া৷ যোৱাকালি হাতীগাৱঁৰ কৈলাশ নগৰত ব্যৱসায়ী হেমন্ত চাওচৰীয়াক দুৰ্বৃত্তই শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰাৰ ১২ ঘণ্টা উকলি যোৱাৰ পিছতো ...

Read More »

নিমখ হাৰাম! নিমখক লৈ উত্তাল বিধান সভা

নিউজ ডেস্ক, প্ৰথম খবৰঃ নিমখক লৈ উত্তাল হৈ পৰিল আজি বিধান সভা। ৰাজহুৱা সামগ্ৰী বিতৰণ ব্যৱস্থাৰ নিমখক লৈ বিৰোধী দলৰ বিধায়ক আব্দুল খালেকে পিডিএছ’ৰ নিমখক লৈ শাসকীয় মন্ত্ৰী ৰিহন দৈমাৰীক প্ৰশ্ন কৰে! তেখেতে প্ৰশ্ন উত্থাপন কৰি কয় যে, বিগত বছৰত ...

Read More »

দেৰগাঁৱত পুনৰ প্ৰকাণ্ড নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ

দেৰগাঁৱৰপৰা আব্দুল মান্নাফ,প্ৰথম খবৰঃ বৃহস্পতিবাৰে পুৱাই দেৰগাঁৱৰ কুৰালগুৰিৰ শিঙৰাজানত তীব্ৰ উত্তেজনা। দিনটোৰ আৰম্ভণিতে গ্ৰামাঞ্চলটোত লাগিল হুৱাদুৱা। ৰাইজৰ মাজত আৰম্ভ হ’ল দৌৰা-দৌৰি,কাৰণ এটি হ’ল নাহৰফুটুকী বাঘ। গাঁওখনৰ কাষৰে হাবিত পিঞ্জৰাবদ্ধ হ’ল এই প্ৰকাণ্ড নাহৰফুটুকী বাঘটো। দেৰগাৱঁৰ বৃহত্তৰ মিছামৰাকে আদি কৰি কুৰালগুৰি ...

Read More »

সেনা প্ৰধান বিপিন ৰাৱটৰ বিস্ফোৰণ,বাংলাদেশী সোমাইয়ে আছে

নিউজ ডেস্ক, প্ৰথম খবৰঃ বাংলাদেশী অনুপ্ৰৱেশৰ ওপৰত এক বিস্ফোৰক মন্তব্য আগবঢ়াইছে দেশৰ সেনা প্ৰধান বিপিন ৰাৱটে। তেখেতে উল্লেখ কৰে যে, অসমত বাংলাদেশী অনুপ্ৰৱেশ অব্যাহত আছে তথা মুছলমানৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি হৈ আছে অসমত। লগতে উত্তৰ-পূৱ দখলৰ কুচকাৱাজ পাকিস্তানে কৰি আছে ...

Read More »

বিশ্বৰ ভিতৰত মাত্ৰ ৫০ জন মানুহে শুদ্ধকৈ কব পাৰে তাই খাময়াং ভাষা

মাৰ্ঘেৰিটাত আন্তৰ্জাতিক মাতৃভাষা দিৱস উদযাপন পাৱৈ মুখ খাময়াং গাঁৱৰ পৰা ৰাণাজ্যোতি নেওগ লিডু : বিশ্বত প্ৰায় সাত হাজাৰ ভাষা আছে । ইয়াৰ অৰ্ধেকৰো অধিক ভাষাৰ অস্তিত্বৰ বাবে চৰম ভাবুকি আহিছে । ইউনেস্কৰ তথ্য অনুষায়ী এই অস্তিত্বৰ সংকট অহা ভাষা সমূহ ...

Read More »

মৰাণত ভয়ংকৰ অগ্নিকাণ্ড

প্ৰথম খবৰ, মৰাণঃ মৰাণ খেলমাটিৰ ব্যৱসায়ী নাছিৰ উদ্দিন আহমেদৰ বাসগৃহত আজি সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। সন্ধিয়া ৬-৩০ বজাত সংঘটিত হোৱা এই অগ্নিকাণ্ডত জাহ যায় ব্যৱসায়ীজনৰ সম্পূৰ্ণ বাসগৃহ । উল্লেখ্য যে ৰেফ্ৰিজাৰেটৰৰ পৰা উদ্ভৱ হোৱা বিদ্যুতৰ চৰ্ট-চাৰ্কিটৰ ফলত সংঘটিত হোৱা ...

Read More »