শেহতীয়া
Home / শীৰ্ষ (page 20)

শীৰ্ষ

পৰাগ কুমাৰ দাসৰ হত্যাৰ পুন: বিচাৰ লাগে :প্ৰনয় বৰদলৈ

নিউজ ডেস্ক, প্ৰথম খবৰ: সাংবাদিক পৰাগ কুমাৰ দাসৰ হত্যাৰ বহু বছৰ উকলি যোৱাৰ পিছতো আজিও হত্যাকাৰী মুকলি আকাশৰ তলত মুক্ত বিচৰণ কৰি থকাত আক্ষেপ প্ৰকাশ কৰি হত্যাকাণ্ডৰ পুনৰ বিচাৰ হব লাগে বুলি দাবী জনায় সাংবাদিক প্ৰনয় বৰদলৈয়ে। উল্লেখ্য যে, আজি ...

Read More »

পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা” প্ৰদান সাংবাদিক প্ৰনয় বৰদলৈক

নিউজ ডেস্ক, প্ৰথম খবৰ: শনিবাৰে সাংবাদিক পৰাগ কুমাৰ দাসৰ ৫৭তম জন্ম দিনত পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চই ২০১৮ চনৰ “পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা” প্ৰদান কৰে বিশিষ্ট সাংবাদিক প্ৰনয় বৰদলৈক। গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তেখেতক এই বটাঁ ...

Read More »

বাছ আৰু স্কুটিৰ মাজত সংঘৰ্ষ,নিহত এজন

প্ৰথম খবৰ, মংগলদৈ / দেওমৰনৈ: দৰং জিলাৰ মংগলদৈ ইণ্ডাষ্ট্ৰি চকত বাছ আৰু স্কুটিৰ মাজত সংঘৰ্ষ হয়। বাইহাটাৰ দিশেৰে আহি থকা বাছ এখনে একে দিশেৰে আহি থকা স্কুটি এখনক খুন্দা মৰাৰ ফলত স্কুটি আৰোহী জনৰ থিতাতে মৃত্যু হয়। স্কুটি খনৰ নম্বৰ ...

Read More »

গামোচাঃ অসম বনাম অন্ধ্ৰপ্ৰদেশ

নিউজ ডেস্ক,প্ৰথম খবৰঃ ৰাজ্যত যেন থলুৱা গামোচা নিশেষ হোৱাৰ পথত। অন্ধ্ৰপ্ৰদেশৰ আমদানিকৃত গামোচাৰে ভৰি পৰিছে অসমৰ বজাৰ। যি সময়ত তাঁতশালত শিপিনীসকলে কষ্ট কৰি গামোচা বুই বজাৰত গৈ মুখঠেকেচা খাইছে সেই সময়তে আমদানীকৃত গামোচাই দখল কৰিছে অসমৰ বজাৰ। এই আমদানীকৃত গামোচা ...

Read More »

‘দূৰ্নীতিৰ বিৰুদ্ধে নহয়,মোৰ বিৰুদ্ধেহে যুঁজত নামিছে অনিল ৰাজাই’:ৰকিবুল

নিউজ ডেস্ক,প্ৰথম খবৰঃ ক্ৰমাৎ যেন উত্তপ্ত হ’বলৈ ধৰিছে অনিল ৰকিবুলৰ যুঁজখন। কিছুদিন আগতে অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সম্পাদক অনিল ৰাজাই প্ৰাক্তন বনমন্ত্ৰী ৰকিবুল হুছেইনৰ বেনামী সম্পত্তিৰ তথ্য ফাঁদিল কৰিছিল। ইয়াকে লৈ ৰকিবুল হুছেইনে ৰাজাৰ বিৰুদ্ধে দলৰ অনুশাসন ভংগ কৰা বুলি ...

Read More »

আকৌ বহিষ্কৃত হ’ল বিধায়ক শ্বেৰমান আলী

নিউজ ডেস্ক,প্ৰথম খবৰঃ মাৰ্শ্বেল লগাই সদনৰ পৰা বাহিৰ কৰি দিয়া হয় বাঘবৰৰ বিধায়ক শ্বেৰমান আলীক। সদনত কংগ্ৰেছ বিধায়ক গৰাকীয়ে দলং মেৰামতিক লৈ কৰা প্ৰশ্নত মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ উত্তৰত সন্তুষ্ট নোহোৱাত এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয়। শ্বেৰমান আলীয়ে এয়া গনতন্ত্ৰৰ হত্যা ...

Read More »

চল্লিশজন লোকৰ বিৰুদ্ধে পাপনিষ্টৰ গোচৰ

নিউজ ডেস্ক, প্ৰথম খবৰঃ ফেচবুকত পাপনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য দিয়াক লৈ দিছপুৰ থানাত ফেচবুকৰ চল্লিশটা একাউণ্টৰ বিৰুদ্ধে গোচৰ দিছে পাপন ফেন ক্লাৱৰ সদস্যই৷ মূলত পাপনৰ ফেচবুক পেজত ফেচবুক লাইভত এগৰাকী কণমানিক মৰম প্ৰদৰ্শন কৰি কৰা চুম্বনক লৈ শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ব্যাপক বিতৰ্ক ...

Read More »

জনপ্ৰিয় শিল্পী পাপনৰ বিৰুদ্ধে গোচৰ

নিউজ ডেস্ক,প্ৰথম খবৰঃ শিশুৰ সৈতে যৌন আতিশৰ্য্য চলোৱাৰ অভিযোগত অসমৰ জনপ্ৰিয় শিল্পী পাপনৰ বিৰুদ্ধে আজি সৰ্বোচ্চ ন্যায়ালয়ৰ অধিবক্তাৰ এটা দলে ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগত ৰুজু কৰে এক গোচৰ৷ এটা টেলিভিছন চেনেলৰ ৰিয়েলিটি শ্ব’ৰ দৃশ্যগ্ৰহণৰ আগমূহুৰ্তত পাপনৰ ফেচবুক পেজৰ পৰা ...

Read More »

গুৱাহাটী হাতীগাৱঁৰ ব্যৱসায়ী হত্যাক লৈ উত্তাল বিধানসভাৰ মজিয়া

নিউজ ডেস্ক, প্ৰথম খবৰঃ বুধবাৰে নিশা মহানগৰীৰ হাতীগাৱঁত সংঘটিত হোৱা গুলীচালনাৰ ঘটনাক কেন্দ্ৰ কৰি আজি উত্তাল হৈ পৰে অসম বিধানসভাৰ মজিয়া৷ যোৱাকালি হাতীগাৱঁৰ কৈলাশ নগৰত ব্যৱসায়ী হেমন্ত চাওচৰীয়াক দুৰ্বৃত্তই শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰাৰ ১২ ঘণ্টা উকলি যোৱাৰ পিছতো ...

Read More »

নিমখ হাৰাম! নিমখক লৈ উত্তাল বিধান সভা

নিউজ ডেস্ক, প্ৰথম খবৰঃ নিমখক লৈ উত্তাল হৈ পৰিল আজি বিধান সভা। ৰাজহুৱা সামগ্ৰী বিতৰণ ব্যৱস্থাৰ নিমখক লৈ বিৰোধী দলৰ বিধায়ক আব্দুল খালেকে পিডিএছ’ৰ নিমখক লৈ শাসকীয় মন্ত্ৰী ৰিহন দৈমাৰীক প্ৰশ্ন কৰে! তেখেতে প্ৰশ্ন উত্থাপন কৰি কয় যে, বিগত বছৰত ...

Read More »