শেহতীয়া
Home / শীৰ্ষ (page 202)

শীৰ্ষ

মঞ্চতে হুকহুকাই কান্দিলে জুবিনে

প্ৰথম খবৰ, বঙাইগাঁও: এজন শিল্পী,  যিজনে বন্ধুৰ মাতৃক জ্ঞান কৰে নিজৰ মাতৃৰূপে৷ আৰু বন্ধুৰ মাতৃৰ বিয়োগৰ বাতৰি পাই গীত গাই থকাৰ মাজতে হুকহুকাই কান্দি উঠিল জুবিন৷ জুবিন গাৰ্গ সকলোৰে কিয় মৰমৰ হয়তো সেয়া বহলাই ক’বৰ প্ৰয়োজন নাই৷ মাত্ৰ এদিন পূৰ্বে ...

Read More »

ওদালগুৰিত দিন দুপৰতে SBIৰপৰা লুটিলে ৫ লাখ

প্ৰথম খবৰ, ওদালগুৰি: ওদালগুৰি চহৰৰ মাজমজিয়াত দিন দুপৰতে সংঘটিত হ’ল এক ডকাইতিৰ ঘটনা। ষ্টেট বেংক অব ইণ্ডিয়াৰ ওদালগুৰি শাখাৰ নিচেই কাষতে সংঘটিত হ’ল এই ঘটনা। পেঞ্চন বসুমতাৰী নামৰ ব্যক্তিজনে এছ বি আই একাউণ্টৰপৰা টকা উলিয়াই অনাৰ পিছত বেংকৰ কাষত খাপ ...

Read More »

কুৱেটত অসমৰ যুৱকক হত্যা

প্ৰথম খবৰ, ডবকা: অসমৰ যুৱকক কুৱেটত হত্যা কৰা ঘটনাই চাঞ্চল্যকৰ সৃষ্টি কৰিছে। বাংলাদেশী ঘাতকে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ৷ নিহত যুৱকজনৰ নাম কফিল উদ্দিন৷ আজি নিশা স্বগৃহ পাব কফিলৰ মৃতদেহ৷ হোজাইৰ ৰহমত নগৰৰ বাসিন্দা নিহত যুৱকজন৷ কি কাৰণে হত্যা কৰিলে প্ৰবাসী ভাৰতীয়জনক, ...

Read More »

বিশ্বনাথত বনকৰ্মীৰ অভিযানত আটক চোৰাং চিকাৰী।

প্ৰথম খবৰ,বিশ্বনাথ চাৰিআলি: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ অধীনৰ বিশ্বনাথঘাটস্থিত নৰ্ডান ৰেঞ্জৰ প্ৰাঞ্জল বৰুৱাৰ নেতৃত্বত যোৱা এটা বনকৰ্মীৰ দলে আজি বিশ্বনাথৰ বাঘমাৰীত অভিযান চলাই নুৰ মহম্মদ নামৰ এজন দুধৰ্ষ চোৰাং খড়্গ বেপাৰীক আটক কৰিবলৈ সক্ষম হয়। চোৰাং বেপাৰীজনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ...

Read More »

কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত টকা নিদিলে ৰেফাৰ কৰা হয় প্ৰসূতি ৰোগীক

প্ৰথম খবৰ, মইনবড়ী:  স্বাস্থ্য মন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য বিভাগত স্বচ্ছ চিকিৎসা সেৱা প্ৰদানৰ চেষ্টা চলাই থকাৰ সময়ত কচাই খানাত পৰিণত হৈছে কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়। প্ৰাপ্ত অভিযোগ মতে, চিকিৎসালয় খনত শ শ প্ৰসূতি ৰোগীয়ে প্ৰসৱৰ বাবে আহে যদিও ...

Read More »

কোচবিহাৰত কে পি পিৰ সভাত মমতা বেনাৰ্জী পশ্চিমবংগৰ ৰাজ্যিক ভাষাত তালিকাভুক্ত হ’ব কমতাপুৰী ভাষা

প্ৰথম খবৰ,বঙাইগাঁওঃ পশ্চিমবংগৰ ৰাজ্যিক ভাষাৰ তালিকাভুক্ত হ’ব কমতাপুৰী ভাষা৷ এই ইংগিত দিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে৷ আজি কোচবিহাৰৰ ৰাসমেলা ময়দানত অনুষ্ঠিত কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টি (কে পি পি)ৰ এখন মুকলি সভাত উপস্থিত থাকি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কমতাপুৰীসকলৰ ভাষা, সংস্কৃতিৰ প্ৰতি তেওঁৰ ...

Read More »

মহানগৰীত পুনৰ উদ্ধাৰ জালনোট

প্ৰথম খবৰ, গুৱাহাটী: মহানগৰীত পুনৰ  উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ জালনোট৷ISBT ৰ পৰা উদ্ধাৰ হৈছে ৮২ হাজাৰ টকাৰ জালনোট৷ ঘটনা সংক্ৰান্তত আটক শৰৎ বসুমতাৰী নামৰ এজন লোক ৷জানিব পৰা মতে, অভিযুক্তজন  বঙাইগাঁৱৰ পৰা বাছেৰে আহি ISBT পাওতেই জাল নোট সহ Director of ...

Read More »

জুবিনক হত্যাৰ ভাবুকিত সহযোগ কৰা আন এজনক গ্ৰেপ্তাৰ

প্ৰথম খবৰ, সোণাৰি: মুকুল আহোম শিৱসাগৰীয়াক ডিব্ৰুগড় আৰক্ষীয়ে জুবিন গাৰ্গক গুলীয়াই হত্যা কৰাৰ ভাবুকি প্ৰদান কৰা গোচৰত গ্ৰেপ্তাৰ কৰিছে।কাই খাপলাংক সহযোগিতা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় মুকুলক।

Read More »

টীয়কত বানৰ তাণ্ডৱ

প্ৰথম খবৰ, টিয়ক:  কোটি কোটি টকা ব্যয়েৰে নমামী উৎসৱ অনুষ্ঠিত কৰি বানৰ বাবে আগতীয়া কোনো ব্যৱস্থা নোলোৱা চৰকাৰৰ বাবে জনসাধাৰণে জীয়াতু ভুগাৰ সময় সমাগত। ১০২ নং টীয়ক বিধান সভা সমষ্টিৰ অন্তৰ্গত ১ নং ৱাৰ্ডত বানৰ কৱলত বহু সংখ্যক পৰিয়াল। কালিৰ ...

Read More »

৩০০ মাওবাদীৰ ভয়ংকৰ এম্বুছ, ২৫ CRPF নিহত

প্ৰথম খবৰ, নতুন দিল্লী: দক্ষিণ ছত্তীছগড়ৰ ছুকুমা জিলাত সংঘটিত সুৰক্ষা বাহিনীৰ ওপৰত মাওবাদীৰ অন্যতম বৃহৎ আক্ৰমণে প্ৰাণ ল’লে ২৫ জনকৈ চিআৰপিএফ জোৱানৰ। ইফালে, চিআৰপিএফৰ প্ৰত্যুত্তৰত ১২টাকৈ মাওবাদীৰো মৃত্যু ঘটে। দক্ষিণ ছুকমাৰ এটা পথ নিৰ্মাণৰ সময়ত সুৰক্ষাত নিয়োজিত চিআৰপিএফৰ ৭৪ বেটেলিয়ানৰ ...

Read More »