শেহতীয়া
Home / শীৰ্ষ (page 227)

শীৰ্ষ

বিটিচিত ট্ৰিপালেৰে নিৰ্মাণ হ’ল ইনড’ৰ ষ্টেডিয়াম

ধনদ্বীপ বৰা, প্ৰথম খবৰ, ওদালগুৰি: হাগ্ৰামাৰ বিটিচিত চলি থকা বড়োলেণ্ড গেমছে যেন ক্ৰীড়াৰ সংজ্ঞাই সলনি কৰিবলৈ কঁকালত টঙালি বান্ধিছে। আধাৰশিলা স্থাপনৰ অভিযানত নামি পৰা হাগ্ৰামা মহিলাৰীৰ বিটিচিত ক্ৰীড়াৰ আন্তঃগাঁথনি দেখিলে চকু কঁপালত উঠিব। শেহতীয়াভাৱে চলি থকা বড়োলেণ্ড গেমছত ট্ৰিপালৰ চালিকেই ...

Read More »

সোণোৱাল মন্ত্ৰীসভাত নতুন মুখ কোন?

ৰাজনৈতিক প্ৰতিবেদন, প্ৰথম খবৰ: তাৰিখ পে তাৰিখ৷ এখন হিন্দী ছবিত অভিনেতা ছানী দেউলৰ সেই সংলাপটো নিশ্চয় মনত আছে৷ এতিয়া অসম চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণক লৈও অভিনেতা ছানী দেউলৰ সংলাপটোকে আওৰাবলগীয়া হৈছে৷ মন্ত্ৰিত্বপ্ৰয়াসীসকলৰ অৱস্থা কি হৈছে দিছপুৰৰ খবৰ ৰখাসকলে ভালকৈয়ে গম পায়৷ ...

Read More »

চিকিৎসক নে কচাই; চিকিৎসালয় কেৱল বাণিজ্যিক প্ৰতিষ্ঠান নেকি?

লিপিকা ডেকাৰ সহযোগত ষ্টাফ ৰিপ’ৰ্টাৰ, প্ৰথম খবৰ: ক্ৰমাৎ সেৱাৰ মনোভাব আঁতৰিছে নেকি চিকিৎসকৰ। মাত্ৰ ধন উপাৰ্জনেই একমাত্ৰ লক্ষ্য নেকি চিকিৎসকৰ। বিগত সময়ছোৱাত চিকিৎসকৰ ভুলৰ বাবে ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ আহিছে বিভিন্ন প্ৰান্তৰপৰা। সেয়া অভয়াপুৰীয়েই হওঁক বা গুৱাহাটী মহানগৰেই হওঁক। পৱিত্ৰ ...

Read More »

উজনিত ব্যাপক সদস্যভৰ্তি কৰিছে আলফা(স্বা)ই, ম্যানমাৰত প্ৰশিক্ষণ আৰম্ভ, আছে যুৱতীও

প্ৰথম খবৰৰ বাবে প্ৰাঞ্জল প্ৰতিম হাজৰিকাৰ আছুতীয়া প্ৰতিবেদন: সমগ্ৰ উজনি অসমতে ব্যাপক হাৰত আলফাই সদস্যভৰ্তি আৰম্ভ কৰিছে। যুৱকৰ সমান্তৰালভাৱে যুৱতীও অন্তৰ্ভুক্তত হৈছে আলফাত। ইতিমধ্যে ম্যানমাৰৰ ঘন অৰণ্যত নতুনকৈ অন্তৰ্ভুক্ত হোৱা কেডাৰৰ প্ৰশিক্ষণো আৰম্ভ কৰিছে নিষিদ্ধ ঘোষিত আলফাই। অসম আৰক্ষীৰ হাততো ...

Read More »

আকৌ! কাজিৰঙাৰ গঁড় হত্যা কৰি কাটি নিলে খৰ্গ

প্ৰথম খবৰ, বোকাখাত, কাজিৰঙা: বিশ্ব ধৰিত্ৰী দিৱসৰ দিনাই কাজিৰঙাৰপৰা আহিল বেয়া খবৰ। মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ বন বিভাগক চূড়ান্ত ভেঙুচালি কৰি কাজিৰঙাত গঁড় হত্যা কৰিলে চোৰাং চিকাৰীয়ে। কাজিৰঙাৰ অগৰাতলি বনাঞ্চলৰ কাৰ্তিকা চাপৰিত আজি এটা গঁড়ৰ খৰ্গহীন মৃতদেহ উদ্ধাৰ কৰে টহলদাৰী ...

Read More »

প্ৰতিবাদত কঁপিল নাৰেংগী

প্ৰথম খবৰ, নাৰেংগী: পথ মেৰামতি নকৰাৰ প্ৰতিবাদত ৰাতিপুৱাতে কঁপিল নাৰেংগী চন্দ্ৰপুৰ সংযোগী পথ। প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ৰাজপথলৈ ওলাই আহিল সহস্ৰাধিক লোক। অতুল বৰা হায় হায় অসম চৰকাৰ হায় হায় গুৱাহাটী পৌৰনিগম হায় হায় আদি শ্লোগানেৰ কঁপাই তুলিছে প্ৰতিবাদ থলী।

Read More »

জালত পৰিল কাই খাপলাং

প্ৰথম খবৰ,ডিব্ৰুগড়, সোণাৰি: ফেচবুকত জুবিনক ভাবুকি দি জালত পৰিল কাই খাপলাং। উল্লেখ্য যে, ডিব্ৰুগড় আৰক্ষীয়ে অভিযান চলাই কিছু সময়ৰ পূৰ্বে গ্ৰেপ্তাৰ কৰে অভিযুক্তজনক। জুবিন গাৰ্গক ফেচবুকৰ জৰিয়তে ভাবুকি দিয়াৰ পিছত কাই খাপলাং ওৰফে তুলতুল বাগলাৰিৰ বিৰুদ্ধে ডিব্ৰুগড় আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ আইনৰ ...

Read More »

জুবিনক হত্যাৰ ভাবুকি, ডিব্ৰুগড়ত নিশ্চিদ্ৰ নিৰাপত্তা

প্ৰথম খবৰ: ফেচবুকত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক হত্যাৰ ভাবুকি। ইয়াৰ পিছতেই ডিব্ৰুগড়ত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা। উল্লেখ্য যে ডিব্ৰুগড়ৰ চৌকিদিঙীত জুবিন গাৰ্গৰ সংগীতানুষ্ঠানৰ পূৰ্বে ডিব্ৰুগড়ৰ কাই খাপলাং ওৰফে তুলতুল বাগলাৰী নামৰ এজন যুৱকে ভাবুকি দিয়াৰ পিছত চেপা উত্তেজনাই বিৰাজ ...

Read More »

নগ্ন প্ৰতিবাদত কঁপিল ডিফু, নিৰ্বাচন অবৈধ ঘোষণা

ডিফুৰ পৰা লাংটুক টেৰণ আৰু হাওৰাঘাটৰ পৰা ৰূপক দাস, প্ৰথম খবৰ: ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ২৪৪(এ)ৰ অধীনত কাৰ্বিআংলং আৰু ডিমা হাচাওক লৈ স্বায়ত্বশাসিত ৰাজ্য গঠনৰ দাবী আৰু ১৯৩৯ চনৰ পিচত অহা কোনো অনাকাৰ্বি লোকে যাতে নিৰ্বাচনত অংশগ্ৰহণ কৰিব নোৱাৰে তাৰ বিৰুদ্ধে ...

Read More »

গোৰেশ্বৰৰ নাওকাটাত আত্মপ্ৰকাশ নতুন সশস্ত্ৰ সংগঠন

জুলিমা ডেকা, প্ৰথম খবৰ গোৰেশ্বৰ: গোৰেশ্বৰ থানাৰ নাওকাটাত অলপতে আত্মপ্ৰকাশ কৰা সংযুক্ত অসমীয়া সৈন্য অসম (UIAA) নামৰ সংগঠনটোৰ দুখন বেনাৰক লৈ তীব্ৰ প্ৰতিক্ৰীয়াৰ সৃষ্টি হৈছে গোৰেশ্বৰত। পহিলা ব’হাগতে চচিয়েল মিডিয়া যোগে অসমবাসীৰ ওচৰত আত্মপ্ৰকাশ কৰা সংগঠনটোৰ বেনাৰ ভাৰত ভূটান আন্তৰাষ্ট্ৰীয় ...

Read More »