শেহতীয়া
Home / শীৰ্ষ (page 256)

শীৰ্ষ

ফুচকা বা পানীপুৰি কিয় খুবেই প্ৰিয় যুৱতী-মহিলাৰ?

শিলাদিত্য বৰ্মনঃ ঠাইভেদে নাম বেলেগ। অসম তথা উত্তৰ পূৰ্বাঞ্চল আৰু পশ্চিমবংগৰ অধিকাংশ ঠাইৰে জনপ্ৰিয় ষ্ট্ৰীট ফুড ফুচকা। আচলতে পূৱ ভাৰতত ফুচকা নামেৰেই জনপ্ৰিয় এই খাদ্যবিধ। পিছে, ৰাষ্টাৰ খাদ্য হ’লেও ৰেষ্টুৰেণ্টৰ মেনুত এই খাদ্যবিধ সুলভ হৈ পৰাৰ লগে লগে অন্য নামবোৰো ৰেষ্টুৰেণ্টৰ ...

Read More »

মাজুলীত এজোপা কলগছত ২৫ টা কলদিল: অঞ্চলবাসীৰ মাজত কৌতুহল

প্ৰথম খবৰ, উজনি মাজুলী: মাজুলী জিলাৰ অন্তৰ্গত দক্ষিণ মাজুলীৰ এখন অনুন্নত গাঁৱত দেখা পোৱা এক অলৌকিক দৃশ্যই অঞ্চলবাসীৰ মাজত উৎসুকতাৰ সৃষ্টি কৰিছে। প্ৰকৃতিৰ এই বিনন্দিয়া ৰূপে কৌতুহলৰ সৃষ্টি কৰিছে জনমানসত। উল্লেখ্য যে, দক্ষিণ মাজুলীৰ ধোদাং বোকোৰা চাপৰি গাঁৱৰ মথুৰি পেগুৰ ...

Read More »

এক নম্বৰত জুবিন গাৰ্গ !

বিশেষ খবৰ: এক নম্বৰত জুবিন গাৰ্গ। অবিশ্বাস্য যেন লাগিলেও কথাষাৰ সঁচা। দ্য টপ টেনছ ডট কম নামৰ এটা ৱেবছাইটৰ সৰ্বভাৰতীয় টপ টেন মেল ছিংগাৰৰ তালিকাত শীৰ্ষস্থান লাভ কৰিছে জুবিন গাৰ্গে। ৱেবছাইটটোত ভোটিঙৰ মাধ্যমত এদিনতে জুবিন গাৰ্গে শীৰ্ষত অৱস্থান কৰিছে। বাতৰি ...

Read More »

গুৱাহাটীৰ আমবাৰীত ভয়ংকৰ অগ্নিকাণ্ড

নিউজ ডেক্স, প্ৰথম খবৰ: গুৱাহাটীৰ আমবাৰীত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে। গুৱাহাটীত আমবাৰীত থকা প্ৰেছ ক্লাৱৰ সন্মুখৰ এছ কে ভূঞা ৰোডৰ সন্মুখত সংঘটিত হৈছে ভয়াৱহ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও অগ্নিকাণ্ডৰ সময়ত ১৫টা চিলিণ্ডাৰৰ বিস্ফোৰণৰ ফলত অগ্নিকাণ্ডই ভয়াৱহ ...

Read More »

অলিম্পিক বিজয়ীৰ বায়’পিক

নিউজ ডেস্ক, প্ৰথম খবৰ: অলিম্পিকত ভাৰতীয় নাৰীৰ মান বঢ়োৱা খেলুৱৈ পি ভি সিন্ধু। বিশ্বৰ বেডমিণ্টন ক্ষেত্ৰখনত ৩ নম্বৰত থকা আৰু প্ৰায় ২০০ খন একক প্ৰতিযোগীতাত জয়লাভ কৰা সিন্ধুৰ জীৱনক লৈ ছবি নিৰ্মাণ কৰিবলৈ সাজু হৈছে বলীউডৰ বলিষ্ঠ অভিনেতা চোনু ছুড। জানিব ...

Read More »

বি টাউনলৈ উভতিব মনীষা

নিউজ ডেস্ক, প্ৰথম খবৰ: ৯০ দশকত বলীউড কঁপোৱা মোহময়ী অভিনেত্ৰী মনীষা কোইৰালা। বিগত কেইবাটাও বছৰ ছবিজগতৰ পৰ্দাত দেখা নগৈছিল অভিনেত্ৰী গৰাকীক। কিন্তু ৪৬ বছৰীয়া মনীষাক এক নতুন ৰূপত পুনৰ দেখা পাব চিত্ৰগৃহ তথা টেলিভিচনৰ পৰ্দাত। মনীষাই পৰিচালক ইম্তেয়াজ আলীৰ সহ ...

Read More »

বহল অন্তৰৰ নিদৰ্শন

নিউজ ডেস্ক, প্ৰথম খবৰ: নাইজেৰিয়াৰ এহাল দম্পতীয়ে দিছে মহানুভৱতাৰ আন এক নিদৰ্শন। বিবাহ পাশত আবদ্ধ হোৱা এবছৰ পূৰণ নহওঁতে মি. ইমুদিয়া উডুহি নামৰ লোকজনে তুলি লয় ৫টাকৈ অনাথ শিশুক। পানীকেঁচুৱা কেইটাৰ দায়িত্ব লোৱা দম্পতি হালক নাইজেৰিয়াৰ চৰকাৰৰ লগতে প্ৰতিজন লোকেই শলাগিছে.

Read More »

যুদ্ধ বিৰতি উলংঘন কৰি পাকিস্তানী সেনাৰ বৰ্বৰতা

নিউজ ডেস্ক, প্ৰথম খবৰ: দুই ভাৰতীয় সেনাক শিৰচ্ছেদ কৰি হত্যা পাকিস্তানী সেনাৰ। ভাৰতীয় ভূমিত প্ৰৱেশ কৰি হত্যা কৰে বিষয়া- জোৱানক। টুকুৰা- টুকুৰকৈ কাটিলে মৃত জোৱানক।সোমবাৰে সংঘটিত হয় এই ঘটনা। সেনা জোৱান দুজনৰ নাম নায়ক চুবেদাৰ পৰমজিৎ সিং আৰু BSF ৰ ...

Read More »

বাংগালুৰুত নাৰী নিৰ্যাতন

নিউজ ডেস্ক, প্ৰথম খবৰ: বাংগালুৰুত পুনৰ নাৰী নিৰ্যাতন। এগৰাকী যুৱতীক অ’লা(OLA) ড্ৰাইভাৰে চলালে নিৰ্যাটন। নিশা প্ৰায় ২ মান বজাত সংঘটিত হয় এই জঘন্য কাণ্ড।

Read More »

‘মিচেছ ইণ্ডিয়া ৱৰ্ল্ড ২০১৭’ খিতাপেৰে জিলিকিল ৰিশিতা

প্ৰথম খবৰ, যোৰহাট: দিল্লীত অনুষ্ঠিত হোৱা ‘মিছেছ ছাউথ এচিয়া ২০১৭’ ত ‘মিছেছ ইণ্ডিয়া ৱৰ্ল্ড ২০১৭’ ৰ খিতাপ অৰ্জন কৰে যোৰহাটৰ ৰিশিতা বৰুৱাই। অামেৰিকাৰ চিটেলত অনুষ্ঠিত হ’বলগীয়া অাগন্তক মিছ ৱৰ্ল্ড ২০১৭ ত অংশ ল’ব ৰিশিতাই।ৰিশিতা যোৰহাটৰ নিবাসী শ্ৰী দেৱজিত বৰুৱা অাৰু জ্যোতি ...

Read More »