শেহতীয়া
Home / শীৰ্ষ (page 3)

শীৰ্ষ

বিদেশী ন্যায়াধিকৰণ আদালতৰ ৰহস্যজনক ৰায়দান,স্বদেশী পিতৃৰ কন্যাক বিদেশী সজাই ডিটেনচন কেম্পলৈ প্ৰেৰণ

নগৰবেৰাৰপৰা মিজানুৰ ৰহমান,প্ৰথম খবৰঃ কামৰূপ গ্ৰাম্য জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰাৰ ৰঙ্গেশ্বৰী গাঁৱত এগৰাকী মহিলাক বিদেশী ন্যায়াধিকৰণ আদালতে স্বদেশীক বিদেশী সজোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। জানিব পৰা মতে, বকো সমষ্টিৰ নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত ৰঙ্গেশ্বৰী গাঁৱৰ আব্দুৰ ৰশিদৰ পত্নী মমতাজ বেগমক ...

Read More »

বলিউদৰ বিতৰ্কত হলিউদৰ বাজী

এন্টাৰটেইন্টমেন্ট ডেস্ক,প্ৰথম খবৰঃ যোৱা কিছু বছৰৰ পৰা একেৰাহে হলিউদে বলিউদৰ ওপৰত ৰাজত্ব কৰি আছে। ইংৰাজী ছবিয়ে নিজৰ শ্ৰেষ্ঠ প্ৰডাকচন ব্যয়ৰ জৰিয়তে দৰ্শকক মনোৰঞ্জন দি আহিছে। এই কথা ভাৰতত ব্যৱসায় কৰি থকা হলিউদৰ ছবিয়ে নিজেই প্ৰমাণ কৰি আছে। হলিউদৰ ছবিয়ে ভাৰতত ...

Read More »

জিঅ’য়ে উত্তৰ প্ৰদেশত ৩ বছৰত বিনিয়োগ কৰিব ১০ হাজাৰ কোটি টকা

নিউজ ডেস্ক,প্ৰথম খবৰঃ নৰেন্দ্ৰ মোডীয়ে বুধবাৰে লক্ষ্ণৌৰ ইন্দিৰা গান্ধী প্ৰতিষ্ঠানত উত্তৰ প্ৰদেশ বিনিয়োগকাৰী সন্মিলন ২০১৮ৰ শুভাৰম্ভ কৰে। পোন প্ৰথমতে আম্বানীয়ে ভাষণ ৰাখি ভাষণত উল্লেখ কৰে যে, জিঅ’য়ে উত্তৰ প্ৰদেশত আগন্তুক ৩ বছৰৰ ভিতৰত ১০ হাজাৰ কোটি টকা বিনিয়োগ কৰিব। সন্মিলনখন ...

Read More »

অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰৰ গুণ্ডাগিৰী,প্ৰহাৰ কৰিলে বিয়াঘৰৰ দৰা কইনাক

নিউজ ডেস্ক,প্ৰথম খবৰঃ ক্ৰমাৎ যেন পূৰ্বৰ গৰিমাত কালিমা সানি আছে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ একাংশ উদণ্ড ছাত্ৰই। যোৱা নিশা জালুকবাৰীৰ সুন্দৰবড়ীত বিয়াঘৰত প্ৰৱেশ কৰি দৰা–কইনা পক্ষৰ মানুহক প্ৰহাৰ কৰা ঘটনাই উদঙাই দিছে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰৰ উশৃংখলতাৰ প্ৰকৃত স্বৰূপ। একাংশ উদণ্ড ...

Read More »

টলিউডত সফলতাৰ হাঁহি অসমৰ সাগৰৰ

নীতিশ ৰঞ্জন পাটগিৰি, প্ৰথম খবৰ, সৰভোগ: অতি শীঘ্ৰে চিনেমা হললৈ আহি আছে ইম্প্ৰেচন প্ৰডাকচনৰ নতুন বাংলা চিনেমা ‘তাৰ গল্প’। সুদীপ্ত দেই পৰিচালনা কৰা এই চিনেমাখনত চেনশ্বৰ অফিচাৰৰ চৰিত্ৰত উজ্বলি উঠিছে অসমৰ এগৰাকী শিল্পী। জনপ্ৰিয় মডেল তথা সৰভোগৰ সন্তান সাগৰ ঘোষে অভিনয় ...

Read More »

নলবাৰীত জলসিঞ্চন বিভাগৰ অধীক্ষক অভিযন্তাৰ কাৰ্যলয়ত মদ জুৱাৰ আদ্দা:সাংবাদিকৰ অভিযানত জুৱাৰ আদ্দা এৰি জুৱাৰী কৰ্মচাৰীৰ ফৰিং চিটিকা

প্ৰথম খবৰ,নলবাৰী:নলবাৰী চহৰত থকা উত্তৰ কামৰূপ চক্ৰৰ,জলসিঞ্চন বিভাগৰ অধীক্ষক অভিযন্তাৰ কাৰ্যালয় আৰু একে চৌহদতে থকা জলসিঞ্চন বৈদ্যুতিক উপ-সংমণ্ডলৰ  সহকাৰী কাৰ্য্যবাহী  অভিযন্তাৰ কাৰ্যালয়টো সম্প্ৰতি জুৱা খেলৰ আদ্দাস্থলীত পৰিণত হৈছে৷ আজি দুপৰীয়া একাংশ সাংবাদিকে বিভাগীয় কাৰ্যলয়টোত চলি থকা মদ জুৱাৰ আদ্দাটোত অতৰ্কিতে ...

Read More »

অসমৰ সৰ্ববৃহৎ শিক্ষক বদলি

নিউজ ডেস্ক,প্ৰথম খবৰ: ৰাজ্যৰ বিদ্যালয়সমূহত অনুষ্ঠিত হৈ যোৱা গুণোৎসৱৰ পিছত প্ৰত্যেকখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে শিক্ষকৰ সংখ্যাৰ যি সম্যক ধাৰণা আৰু ৰাজ্যপাল জগদীশ মুখীৰ বিদ্যালয় পৰিদৰ্শনৰ পিছত ওলোৱা তথ্যৰ ওপৰত ভিত্তি কৰি আজি শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে একেবাৰে ...

Read More »

গুৱাহাটীৰ চিজেএম আদালতত তৰুণ গগৈ

নিউজ ডেস্ক,প্ৰথম খবৰঃ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাই তৰা এক গোচৰৰ শুনানিৰ বাবে আজি প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী উপস্থিত হয় গুৱাহাটীৰ চিজেএম আদালতত৷ সাৰদা আৰু লুই-বাৰ্জাৰ কেলেংকাৰীৰ ওপৰত ভিত্তি কৰি হিমন্ত বিশ্ব শৰ্মাই গগৈৰ বিৰুদ্ধে তৰা ১০০ ...

Read More »

গোপন ঠাইলৈ নি নিজ পত্নীক হত্যাৰ চেষ্টা স্বামীৰ

খাৰুপেটীয়াৰপৰা আবুল হাছেম,প্ৰথম খবৰঃ দৰং জিলাৰ ধুলা থানাৰ অন্তৰ্গত নিজ খাৰুপেটীয়া গাঁৱৰ তিৰোতা এগৰাকীক নিজ স্বামীয়ে হত্যা কৰিবলৈ চেষ্টা কৰা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে, জিলাখনৰ অন্তৰ্গত নিজ খাৰুপেটীয়া গাঁৱৰ হালিমা বেগম নামৰ মহিলা গৰাকীয়ে দীপেন দাস ...

Read More »

পি.এন.বি প্ৰবঞ্চক,নীৰৱ মোডীৰ অধিবক্তাৰ দাবী ২জি আৰু বফৰ্চ কেলেংকাৰীৰ দৰে নিশেষ হ’ব এই গোচৰ

নিউজ ডেস্ক,প্ৰথম খবৰঃ পি.এন.বি প্ৰবঞ্চক হীৰা ব্যৱসায়ী নীৰৱ মোডীৰ অধিবক্তা বিজয় আগ্ৰৱালে দাবী কৰিছে যে, ২জি আৰু বফৰ্চ গোচৰৰ দৰেই এই গোচৰটো পৰিসমাপ্তি ঘটিব। অনুসন্ধানকাৰী সংস্থাসমূহে সংবাদ মাধ্যমৰ আগত অনাহক হৈ-চৈ কৰি আছে যদিও ন্যায়ালয়লত দোষী সাব্যস্ত কৰিবলৈ পৰ্য্যাপ্ত তথ্য ...

Read More »