শেহতীয়া
Home / শীৰ্ষ (page 30)

শীৰ্ষ

গুজৰাট-হিমাচলত বিজেপিৰ বিজয় উল্লাস নামৰূপত কেনেকৈ

প্ৰথম খবৰ, নামৰূপ-১৮ ডিচেম্বৰ: আজি গুজৰাট আৰু হিমাচল প্ৰদেশত বিজেপি দলৰ জয় লাভ কৰা খবৰে নামৰূপৰ বিজেপি কৰ্মী সকলকো উৎসাহিত কৰে। প্ৰবল উল্লাসেৰে আজি সন্ধ্যা বিজেপি কৰ্মী সকলে নামৰূপস্থিত কাৰ্য্যালয় প্ৰাঙ্গনত স্বতঃস্ফূৰ্ত ভাবে একত্ৰিত হৈ শোভাযাত্ৰা উলিয়ায়। শতাধিক বিজেপি কৰ্মীয়ে অংশগ্ৰহন ...

Read More »

ঢকুৱাখনাত যোগ-কৰ্মশালা

ঢকুৱাখনাপৰা পাপু বৰুৱা, প্ৰথম খবৰ: বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে ব্যায়ামৰ গুৰুত্ব বৃদ্ধি পাইছে। আধুনিক জীৱন যাত্ৰাৰ কিছুমান আহিলাই মানুহক শ্ৰমবিমুখ আৰু এলেহুৱা কৰাৰ বাবে মানুহৰ মাজত ৰোগীৰ সংখ্যা বাঢ়িছে আৰু মানুহ নিৰোগী হৈ থাকিবলৈ হ’লে যোগ ব্যায়াম, আসন,প্ৰণায়াম আদি কৰি ...

Read More »

জীৱনৰ আনন্দ (এক)

কুমুদ দাস তেতিয়া আমি তেনেই সৰু৷ পাঠশালা স্কুলৰ তৃতীয় কি চতুৰ্থ মানত পঢ়ো৷ ঘৰৰ পৰা আধা কিল’মিটাৰমান নিলগত আমাৰ খেতিপথাৰ৷ পথাৰতে দুটা সৰু সৰু খাল আছে৷ ধাননিৰ মাজৰ সৰু খাল দুটাত বাৰিষা পানী জমা হয়৷ আমি অকলে খাল দুটাত মাছ ...

Read More »

 ৰাজ্য কপোঁৱা নগাঁও কাণ্ডক লৈ দৰদাম, ভাইৰেল অডিঅ’ টেপৰ কণ্ঠস্বৰটো কাৰ? 

প্ৰথম খবৰ, নগাঁও,১৭ ডিচেম্বৰ: ৰাজ্য কপোঁৱা নগাঁও কাণ্ডৰ চাঞ্চল্যৰ এতিয়াও মাৰ নৌযাওতে‌ই এই কাণ্ডকলৈ এটা চক্ৰই অভিযুক্তৰ সৈতে দৰ দাম কৰাৰ তথ্য পোহৰলৈ আহিছে । অসমীয়াৰ স্বাভিমানক বন্ধকত থৈ এটা স্বাৰ্থান্বেষী অৰ্থলিপ্সু চক্ৰই নগাঁও কাণ্ডৰ মূল অভিযুক্ত ৰাজু দাসলৈ দুদিন ...

Read More »

দুটা জীৱন বচাই দিয়ক,আমি আপোনাৰ ওচৰত ভিক্ষা বিচাৰিছো

টীয়ক ,প্ৰথম খবৰ:হৃদয়বিদাৰক৷যোৱা ১৩ ডিচেম্বৰ তাৰিখে টীয়কৰ কলিয়াপানী চেকগেটৰ সমীপত তিনিচুকীয়া পৰা যোৰহাট দিশে অহা এখন তিব্ৰবেগী ইন’ভা গাড়ীৰ প্ৰচন্দ খুন্দাত গুৰতৰভাৱে আহত হয় টীয়কৰ দুজন উদ্যমী যুৱক গুৱালগাঁওৰ ভাস্কৰ বৰা আৰু চাওদাং গাঁওৰ শংকৰ বৰুৱা৷টীয়কৰ পৰা আমগুৰিলৈ টি ভি ...

Read More »

নলবাৰীৰ বালিকুছিত ভয়ংকৰ পথ দুৰ্ঘটনা, বিজেপি নেতাসহ নিহত ৬

প্ৰথম খবৰ , নলবাৰী: নলবাৰীৰ বালিকুছিত নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰ ছয়জনকৈ লোকে অকাল মৃত্যুক আঁকোৱালি লোৱা ঘটনাই জিলাখনতে শোকৰ ছাঁ পেলাইছে। জানিব পৰা মতে নলবাৰীৰ সোণকাণি গাঁও নিবাসী বিজেপি নেতা সণোৰাম তালুকদাৰে পৰিয়ালসহ এঠাইলৈ মাংগলিক কৰ্মৰ বাবে ...

Read More »

লংকা আৰক্ষীৰ বৃহৎ সাফল্য,দুখনকৈ চুৰি বাহন জব্দ

লংকাৰপৰা হিৰোৎপল শইকীয়া,প্ৰথম খবৰ: লংকা আৰক্ষীৰ বিশেষ সফলতা। একেদিনাই লংকাত পৃথকে পৃথকে দুই স্থানৰ পৰা দুখনকৈ চুৰি বাহন উদ্ধাৰ কৰবলৈ সক্ষম হয় লংকা আৰক্ষীয়ে। উদ্ধাৰ এখন ডাম্পাৰ আৰু এখন বলেৰ’ পিকআপ ভান। ডাম্পাৰ গাড়ী খনৰ পঞ্জীয়ন নন্বৰ NL 01 N ...

Read More »

ডঃ বৰ্ণালী বড়া আৰু হিতেশ গগৈলৈ ‘কৃষ্ণকান্ত বড়া সোঁৱৰণী কাব্যশিল্প আৰু ভূপেন চন্দ্ৰ নেওগ সোঁৱৰণী’ শব্দ শিল্প বঁটা     

প্ৰথম খবৰ,লিডু: প্ৰতি বছৰে আগবঢ়াই অহা ‘কৃষ্ণকান্ত বড়া সোঁৱৰণী কাব্যশিল্প বঁটা’ এইবাৰ দুলীয়াজান নিবাসী কবি ডঃ বৰ্ণালী বড়ালৈ লিডু শাখা কবি সন্মিলনে তেখেতৰ কাব্যগ্ৰন্থ ‘মৌপিয়াৰ বিষাদ ৰাগিণী’ৰ বাবে আগবঢ়াইছে। উল্লেখযোগ্য যে ডঃ বড়াই ২০১৭ বৰ্ষত অনুষ্ঠিত অসম সাহিত্য সভাৰ শতবৰ্ষীয় ...

Read More »

বৰডুমচাত শিক্ষয়ত্ৰীৰ হাতত কিশোৰী অত্যাচাৰ

ডিগবৈপৰা মনোৰঞ্জন দাস,প্ৰথম খবৰ: সম্প্ৰতি ৰাজ্যখনত বন কৰা কিশোৰ- কিশোৰী নিৰ্যাতনৰ ঘটনা দিনক দিনেই বৃদ্ধি পাই অহাৰ সময়তেই তিনিচুকীয়া জিলাৰ বৰডুমচাত এগৰাকী বন কৰা কিশোৰীক নিৰ্যাতন চলোৱা তথ্য পোহৰলৈ আহিছে। পুৰণি পুখুৰী এল পি স্কুলৰ শিক্ষয়ত্ৰী লুচি দুৱৰা ভূঞাই আজি ...

Read More »

দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন উচ্চবৰ্গৰ কাৰ্যালয় সহায়ক তৰুণ চন্দ্ৰ মহন্তৰ মৃত্যুত শোকৰ ছাঁ

প্ৰথম খবৰ,দেওমৰনৈ: দৰং জিলাৰ দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন উচ্চবৰ্গৰ কাৰ্য্যালয় সহায়ক বৰেৰী গাওঁ নিবাসী তৰুণ চন্দ্ৰ মহন্তৰ ৬৮ বছৰ বয়সত মৃত্যু হয়। মহন্তৰ মৃত্যুত দেওমৰনৈ অঞ্চলত শোকৰ ছাঁ পৰিছে। তেওঁৰ মৃত্যুত দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থা,দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়,দেওমৰনৈ সাহিত্য ...

Read More »