শেহতীয়া
Home / শীৰ্ষ (page 4)

শীৰ্ষ

ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত পোন প্ৰথম বাৰৰ বাবে মুকলি হল এলিফেন্ট চাফাৰি

প্ৰথম খবৰ, তালাপ: অসমৰ পৰ্যটন ক্ষেত্ৰত বৃহস্পতিবাৰে নতুনকৈ সংযোজন হল ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ এলিফেন্ট চাফাৰি। ইয়াৰ পূৰ্বে চাৰিওফালে ব্ৰহ্মপুত্ৰ নদীয়ে আগুৰি ৰখা বৃহৎ নদী-দ্বীপ ৰাষ্ট্রীয় উদ্যান দৰ্শনৰ বাবে নাৱেৰে গৈ মাইলৰ পিছত মাইল পদব্ৰজে ঘুৰি ফুৰিব লগীয়া হৈছিল। ৰাষ্ট্রীয় উদ্যানখনৰ কেইবাখনো ...

Read More »

মাজুলীৰ হাতীমূৰীয়া বিলত মানৱ কংকাল উদ্ধাৰ

মাজুলীৰ পৰা প্ৰাঞ্জল খাউণ্ড, প্ৰথম খবৰ: মাজুলীৰ জেংৰাইমুখ থানাৰ অন্তৰ্গত হাতীমূৰীয়া বিলৰ পাৰৰ এদৰা বাঁওধানৰ মাজত এটা নৰ কংকাল উদ্ধাৰ হোৱাত মাজুলীত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে আজি প্ৰায় তিনি মাহৰ আগত মাজুলীৰ এজন মানসিক ৰোগী নিৰুদ্দেশ হৈছিল। ...

Read More »

বৰনিজৰাৰ পাহাৰত নাবালিকাক দলবদ্ধ ধৰ্ষণ

বাইহাটা চাৰিআলিৰ পৰা সোণজ্যোতি বৰুৱা, প্ৰথম খবৰ : মহানগৰীৰ মাজ মজিয়াত সংঘটিত অতি মেধাৱী ছাত্ৰী শ্বেতা আগৰৱালাৰ হত্যাৰ গোচৰক কেন্দ্ৰ কৰি ভিন্ন স্তৰত প্ৰৱল প্ৰতিক্ৰিয়া অৱ্যাহত থকাৰ মাজতে কামৰূপ জিলাৰ বৰনিজৰাৰ পাহাৰৰ জংঘলত সংঘটিত হল নাবালিকাক ফুচুলাই নি দলবদ্ধভাৱে বলাৎকাৰ কৰাৰ ...

Read More »

মেঘালয়ৰ আক্ৰমণ, ঘৰ এৰি পলায়ন গাওঁবাসীৰ

নিউজ ডেস্ক, প্ৰথম খবৰ : অসম মেঘালয় সীমান্তৱৰ্তী গৰৈমাৰী গাওঁৰ গাৰো সম্প্ৰদায়ৰ লোকৰ ওপৰত মেঘালয়ৰ গাৰো লোকৰ আক্ৰমণ।বুধবাৰে ৰাতি প্ৰায় ৭.৩০ মান বজাত অতৰ্কিতে আক্ৰমন কৰাৰ ফলত ৪২ ঘৰ মানুহ ওচৰৰে বাখাৰাপাৰা গাওঁলৈ প্ৰানৰ ভয়ত পলায় আহে। সেই গাওঁখনৰ গাৰো মানুহখিনি ...

Read More »

আৰাম্ভ হ’ল পুৰী মহোৎসৱ:অসমীয়াৰ আদৰৰ নামঘৰ জিলিকি আছে পুৰীত সমাগম সহস্ৰাধিক ভক্তৰ

তেজপুৰৰপৰা অপুৰ্ব বৰা, প্ৰথম খবৰ:আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰাম্ভ হৈছে পুৰী মহোৎসৱ।শ্ৰীমন্ত শংকৰ দেৱে প্ৰতিষ্ঠা কৰা নামঘৰ অসমত যিমান আদৰৰ ঠিক তাতৌকৈ আদৰত ৰাখিছে সাগৰ পাৰৰ পুৰীৰ জগ্গনাথ মন্দিৰৰ সমীপত। অক্ষয় বন্তি প্ৰতিষ্ঠা জৰিয়তে গুৰু আসনৰ দ্বাৰা নিতৌ নাম কীৰ্তন ...

Read More »

কেন্দ্ৰীয় মন্ত্ৰীৰ সৈতে বৈঠক মুখ্যমন্ত্ৰী সোণোৱালৰ: উপস্থিত থাকিব বাংলাদেশ সীমান্তবৰ্তী প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰী

নিউজ ডেস্ক, প্ৰথম খবৰ: বুধবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড় বিমান বন্দৰৰ পৰা ৰাওনা হয় কলকাতালৈ৷ আজি মুখ্যমন্ত্ৰী গৰাকীয়ে ভাৰত বাংলাদেশ সীমান্তবৰ্তী সমস্যাসমূহ সমাধানৰ বাবে আলোচনাত মিলিত হ’ব বাংলাদেশৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে৷ বৈঠকত উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং৷ উক্ত বৈঠকত মুখ্যমন্ত্ৰী ...

Read More »

অন্তিমবাৰৰ বাবে প্ৰচাৰ চলাব বিজেপি,কংগ্ৰেছ দলে:গুজৰাট বিধান সভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ অন্তিম দিন

নিউজ ডেস্ক, প্ৰথম খবৰ:গুজৰাটৰ আগন্তুক বিধান সভা নিৰ্বাচনৰ বাবে সৰব হৈ উঠিছে বিজেপি তথা কংগ্ৰেছ দল৷ তুংগত উঠিছে প্ৰচাৰ প্ৰক্ৰিয়া৷ নিৰ্বাচনী যুদ্ধৰ বাবে সাজু হৈ পৰিছে প্ৰধান প্ৰতিদ্বন্দি দল দুয়োটা৷ শেষবাৰৰ বাবে আজি গুজৰাটৰ ভিন্ন প্ৰান্তত প্ৰচাৰ অভিযান চলাব বিজেপি ...

Read More »

চাঞ্চল্যকৰ যোগদল হত্যাকাণ্ডৰ নতুন মোৰ, অনুসন্ধানকাৰী আৰক্ষীকে গ্ৰেপ্তাৰ

নিউজ ডেস্ক, প্ৰথম খবৰ:বিগত বিধান সভা নিৰ্বাচনৰ সময়ত বিজেপি প্ৰাৰ্থী অতুল বৰাই সোণাপুৰৰ নিৰ্বাচনী সভাত কৈছিল-নিৰ্বাচনত জয়ী হ’লে খোল খাব যোগদল হত্যাকাণ্ডৰ ফাইল৷ নিৰ্বাচনত জয়ী হোৱা অতুল বৰাই বিধায়কো হ’ল, কিন্তু হত্যাকাণ্ডক লৈ গোচৰ লোৱা চিআইডিৰ দলেহে বিষয়টো আকৌ চৰ্চালৈ ...

Read More »

তিতাবৰত পুনৰ বন্যহস্তীয়ে লণ্ড-ভণ্ড কৰিলে কেইবাটাও বাসগৃহ:বন বিভাগৰ বিফলতাত অসহায় স্বীকাৰোক্তি বনমন্ত্ৰীৰ

তিতাবৰৰপৰা চিত্তকমল বেজবৰা,প্ৰথম খবৰ: তিতাবৰত পুনৰ বন্যহস্তীয়ে ভাঙি তহিলং কৰিলে কেইবাটাও বাসগৃহ। তিতাবৰ ধলি কছাৰী লাইনত ছটাকৈ বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰাৰ বিপৰীতে তিতাবৰৰে লেতেকু গাঁৱত বন্যহস্তীয়ে ভাঙিলে কেবাটাও বাসগৃহ। বন্যহস্তীৰ আতংকত বিনিদ্ৰ ৰজনী অতিবাহিত কৰিছে গঞা ৰাইজে। খাদ্যৰ সন্ধানত ...

Read More »

ওদালগুৰিত গ্ৰেপ্তাৰ আলফাৰ দেহৰক্ষীক 

প্ৰথম খবৰ, ওদালগুৰি: আলফাৰ মৃত চাৰ্জেন মেজৰ ৰাজেন ডেকাৰ দেহৰক্ষীক গ্ৰেপ্তাৰ ওদালগুৰি আৰক্ষীৰ। আহত দেহৰক্ষী দুজন মৃদুল ডেকা ওৰফে মোহন আৰু ধ্ৰুৱ। দুয়োকে কলাইগাওঁৰ পকিমুৰীৰ পৰা গ্ৰেপ্তাৰ কৰে ওদালগুৰি আৰক্ষীয়ে। দুয়োকে ওদালগুৰি থানাত মাৰাথান জেৰা।

Read More »