শেহতীয়া
Home / শীৰ্ষ (page 5)

শীৰ্ষ

ৰে’লৰ খুন্দাত অচিনাক্ত মহিলাৰ মৃত্যু

প্ৰথম খবৰ, ফকিৰাগ্ৰাম:  কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম জংচনৰ সমীপত আজি ৰাতিপূৱা এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছে৷জানিব পৰা মতে জিলা সদৰ কোকৰাঝাৰ আৰু ফকিৰাগ্ৰাম জংচনৰ ২১৫/৪-৫ নম্বৰ খুটা এলেকাৰ উজনিমুৱা ৰে’লৱে ট্ৰেকত এগৰাকী মহিলাৰ মৃতদেহ পৰি থকাৰ খবৰ পাই ঘটনাস্থলীৰ পৰা ৰে’ল ...

Read More »

অভিশপ্ত দেওবাৰ: ইৰানত ভয়ংকৰ বিমান দুৰ্ঘটনা, নিহত ৬৬

ইণ্টাৰনেচনেল ডেস্ক, প্ৰথম খবৰ: ইৰানত সংঘটিত হৈছে এক ভয়ংকৰ বিমান দুৰ্ঘটনা৷ ইৰানৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি দেশখনৰ জাগৰ’ছ পৰ্বতমালাত দুৰ্ঘটনাত পতিত হয় ৬৬ জন যাত্ৰী কঢ়িয়াই নিয়া বিমানখন৷ আনহাতে এই দুৰ্ঘটনাটোৰ ফলত বিমানখনত থকা আটাইকেইজন যাত্ৰী মৃত্যুমুখত পৰা বুলি আশংকা ...

Read More »

লাহৰীঘাটত ডাম্পাৰ চালকৰ দৌৰাত্ন্যৰ ফলত নিহত মেধাৱী ছাত্ৰ

লাহৰীঘাটৰপৰা শ্বামিমুল ইছলাম,প্ৰথম খবৰ: মৰিগাঁও জিলাৰ লাহৰীঘাটৰ তিনিচুকীয়াত আজি সংগঠিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। মাটি ভৰ্তি দ্ৰুতবেগি ডাম্পাৰ খুন্দাত গুৰুতৰভাৱে আহত এজন সাত বছৰীয়া শিশু৷ আহত শিশুটিৰ নাম জন্নাতুল ইছলাম (৭)। প্ৰথম শ্ৰেণীত অধ্যয়নৰত শিশুটিক প্ৰথমে লাহৰীঘাট মডেল হস্পিটেলত অনা হয় ...

Read More »

অনিল ৰাজাক প্ৰদেশ কংগ্ৰেছৰ শ্ব’কজ 

নিউজ ডেস্ক,প্ৰথম খবৰঃ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সদস্য অনিল ৰাজালৈ শ্ব’কজ জাননী জাৰি কৰিছে বিৰোধী দলটোৱে। উল্লেখযোগ্য যে,অনিল ৰাজাই যোৱা ১৬ ফেব্ৰুৱাৰীত কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে দূৰ্নীতি কৰাৰ অভিযোগ উত্থাপন কৰি সংবাদ মেলৰ আয়োজন কৰিছিল। এই সংবাদ মেলৰ যোগেৰে ...

Read More »

প্ৰেমৰ চিঠি: মৰমৰ দিক্ষু, মৰমেৰে গীতালি

অনুৰণ গগৈ: মৰমৰ দিক্ষু, ঐ, ভালে আছাতো? তুমি কিন্তু সঁচাকৈয়ে বৰ বেয়া হৈ পৰিছা। ও… চিধাচিধি ক’বলৈ হ’লে চোৰ। মই লক্ষ্য কৰিছোঁ মোৰ বুকুৰ ভিতৰত হৃদয়খন নাই। ক’ত থৈছা তুমি চুৰি কৰি নি? এতিয়া মোৰ হৃদয়ৰ শূন্যতাত কেৱল গান। তোমাৰ ...

Read More »

ত্ৰিপুৰাত গ্ৰেপ্তাৰ অসমৰ শক্তি মন্ত্ৰী পল্লবলোচন দাস

নিউজ ডেস্ক,প্ৰথম খবৰঃ ত্ৰিপুৰাত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ গ্ৰেপ্তাৰ হোৱাৰ ঘটনাই সমগ্ৰ অসমতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ অভিযোগ উত্থাপন কৰিছিল চিপিআই(এম)এ। এই অভিযোগৰ ভিত্তিত ত্ৰিপুৰা আৰক্ষীয়ে গন্দাছাৰাৰ ৪৪নং ৰাইমাভেলি বিধানসভা সমষ্টিৰ পৰা আটক কৰে পল্লবলোচন দাসক।

Read More »

নিশা গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মুখত ভয়ংকৰ পথ দুৰ্ঘটনা

নিউজ ডেস্ক,প্ৰথম খবৰঃ মহানগৰীত নিশা সুৰাপান কৰি গাড়ী চলোৱাৰ ফলত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই ছুইফট ডিজায়াৰ গাড়ীয়ে খুন্দিয়ালে গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৱনিৰ্মিত গে’টত। প্ৰাপ্ত তথ্যমতে, নিশা ৪ সুৰাপায়ী যুৱকে সুৰাপান কৰি তীব্ৰ বেগেৰে ছুইফট ডিজায়াৰ বাহনখনত আহি ...

Read More »

ঋষি কাপুৰৰ দিনত কিয় নাহিল প্ৰিয়া প্ৰকাশ ভেৰিয়াৰ!

নিউজ ডেস্ক,প্ৰথম খবৰঃ শেহতীয়াকৈ ঋষি কাপুৰেও প্ৰিয়া প্ৰকাশ ৱাৰিয়াৰ সুন্দৰতাক লৈ প্ৰশংসা কৰে দেখা গৈছে। প্ৰিয়াৰ কিছুদিনৰ পূৰ্বে এটা সুন্দৰ ভিডিঅ’ৰ জৰিয়তে ছোচিয়েল মেডিয়াত খলকনি তোলাৰ পিছতে বৰ্তমান এক চৰ্চাৰ বিষয় হৈ পৰিছে মালয়ালম ছবিৰ অভিনেত্ৰী প্ৰিয়া প্ৰকাশ ভেৰিয়াৰ। এনে ...

Read More »

শিৱসাগৰ জিলাৰ আমগুৰিত চৰকাৰী বিভাগতে মহাত্মা গান্ধীৰ ছবি বিকৃতকৰণ

প্ৰথম খবৰ, নামতি: শিৱসাগৰ জিলাৰ আমগুৰিত জাতিৰ পিতা মহাত্মা গান্ধীৰ ছবি বিকৃতকৰণ ৰূপত উপস্থাপন কৰাৰ ঘটনা পোহৰলৈ আহিছে। খোদ চৰকাৰী বিভাগতে বিকৃতকৰণ কৰা হৈছে মহাত্মাৰ ছবি। এতিয়া জাতিৰ পিতা মহাত্মাৰ ছবি বিকৃতকৰণ কৰি উপস্থাপন কৰা কাণ্ডত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ৰাজ্যৰ ...

Read More »

৩০ বছৰ পাছত হেৰুৱা পুত্ৰক উভতাই পালে পিতৃয়ে

প্ৰথম খবৰ বৰহাটঃসুৰ্দীঘ ৩০ বছৰ পাছত হেৰুওৱা  পুত্ৰক উভতাই পাই ওদালগুৰিৰ চিংগ গাঁৱৰ নিবাসী মোহিৰাম ৰাভাৰ বাসগৃহ আজি আনন্দৰে নধৰা হৈ পৰে। সুৰ্দীঘ ৩০ বছৰ কাল পুত্ৰক হেৰুওৱাৰ  বেদনাত থকা ৮৭ বয়সৰ বৃদ্ধ পিতৃ মোহিৰাম ৰাভাই পুত্ৰ নিৰ্মল ৰাভাক সাৱটি ...

Read More »