শেহতীয়া
Home / সভা-সমিতি

সভা-সমিতি

আগ্ছু ডিব্ৰুগড় জিলা সমিতিৰ বৰ্ধিত কাৰ্যকৰণী সভা

মৰাণৰপৰা ৰাজু মিশ্ৰ, প্ৰথম খবৰ: সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, আগ্ছু ডিব্ৰুগড় জিলা সমিতিৰ মূখ্য কাৰ্যালয় ৰাণিংগেট বিষ্ণু মন্দিৰত  দেওবাৰ ১৫অক্টোবৰত এখন বৰ্ধিত কাৰ্যকৰণী সভা অনুষ্ঠিত হৈ যায়। সভাত সভাপতিত্ব কৰে ভাৰপ্ৰাপ্ত সভাপতি ৰাজেন্দ্ৰ ৰচাইলি আৰু উদ্দেশ্য ব্যাখা কৰে সম্পাদক ...

Read More »

নগাঁৱৰ জাজৰিত মহিলা অভিবৰ্ত্তন

প্ৰথম খবৰ,জাজৰি: নাৰীৰ ময্যৰ্দা নিৰাপত্তা অাৰু অধিকাৰৰ দাবীত সদৌ অসম প্ৰগতিশীল নাৰী সন্থা দলংঘাট ব্লক সমিতিৰ উদ্যোগত গ্ৰামীন শ্ৰমজীৱী মহিলাৰ ঋণমুক্ত অাৰু সবলীকৰণৰ লক্ষ্যত জাজৰি নিচানতল সমূহীয়া ভৱনত অনুষ্ঠিত হয় মহিলা অভিবৰ্ত্তন। সেই সভাত বহু সংখ্যক লোক উপস্থিত থাকে।

Read More »

বৰপেটাৰোডত শান্তি সমিতিৰ সভা

প্ৰথম খবৰ, বৰপেটাৰোড: বৰপেটাৰোডৰ সমীপৰ কাটাঝাৰত আজি শান্তি সমিতিৰ এখনি সভা অনুষ্ঠিত হৈ যায়। সাম্প্ৰতিক সময়ত শান্তি সমিতিৰ গুৰুত্ব বুজি আহ্বান জনোৱা সভাখনিত বৰপেটাৰোড আৰক্ষী চক্ৰৰ চক্ৰ বিষয়া জীৱানন্দ দাস, বৰপেটাৰোড থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিৎ বৰুৱা প্ৰমুখ্যে ভালেমান সমাজ কৰ্মীয়ে বক্তব্য ...

Read More »

টাইপাৰ সোণাৰি আঞ্চলিক সমিতি গঠন

সোণাৰিৰ পৰা মিতুপৰ্ণ গগৈ, প্ৰথম খবৰ: টাই আহোম যুৱ পৰিষদ অসমৰ সোণাৰি আঞ্চলিক সমিতিখন গঠনৰ লক্ষ্যৰে এখনি সভা আজি সোণাৰিৰ হোটেল গ্ৰীণ ভিউত অনুষ্ঠিত হৈ যায়। উক্ত সভাত তত্বাৱধায়ক ৰূপে উপস্থিত থাকে টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপা কেন্দ্ৰীয় সমিতিৰ ...

Read More »

নলবাৰীৰ অসম ভেলী একাডেমীৰ নৱাগত আদৰণি সভা আৰম্ভ

নলবাৰীৰ পৰা প্ৰাঞ্জল শৰ্মা, প্ৰথম খবৰ: নলবাৰীৰ ব্যক্তিগত শিক্ষাৰ আগশাৰীৰ শিক্ষানুষ্ঠান অসম ভেলী একাডেমী জুনিয়ৰ কলেজৰ নবাগত আদৰণি সভা আৰু উৎকৰ্ষ বঁটা ২০১৭ৰ লগত সংগতি ৰাখি এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰে। এই সাংস্কৃতিক শোভাযাত্ৰাত অসমৰ কৃষ্টি-সংস্কৃতি উপস্থাপন কৰা হয়। উক্ত ...

Read More »

তেজপুৰৰ বিশিষ্ট লেখিকা দিপ্তি বৰাৰ স্মৃতিচাৰণ সভা

তেজপুৰৰ পৰা অপুৰ্ব বৰা, প্ৰথম খবৰ: তেজপুৰ সাহিত্য সভাৰ উপদেষ্টা তথা বিশিষ্টা লেখিকা দিপ্তি বৰাৰ স্মৃতি চাৰণ সভা আজি তেজপুৰ সাহিত্য সভা ভৱনত সাহিত্য সভাই পালন কৰে। বৰাৰ পুত্ৰ তথা অধ্যাপক ভাস্কৰ বৰাই প্ৰতিছবিত মাল্য প্ৰদান কৰা পিছত তেজপুৰ সাহিত্য ...

Read More »

মৰাণত সজাগতা সভা

মৰাণৰপৰা ৰাজু মিশ্ৰ, প্ৰথম খবৰ: আজি মৰাণ সমষ্টিৰ মধুপূৰ অঞ্চলত যোৰহাটস্থিত আঞ্চলিক ৰেচম গৱেষণা কেন্দ্ৰৰ উদ্যোগত পাতপলু পালকসকলৰ মাজত এক সজাগতা সভা আয়োজন কৰা হয়। কেন্দ্ৰীয় চৰকাৰৰ গৱেষণা কেন্দ্ৰটোৰ মূৰব্বী, ৰেচম বিজ্ঞানী ডঃ এচ এন গগৈকে মূখ্য কৰি কেইবাগৰাকীও জ্যেষ্ঠ ...

Read More »

বৰপেটা জিলা যুৱ-ছাত্ৰ পৰিষদৰ নতুন সভাপতিক দায়িত্ব অৰ্পণ

চেঙাৰ পৰা মইদুল ইছলাম, প্ৰথম খবৰ: বৰপেটা জিলা যুৱ-ছাত্ৰ পৰিষদৰ উপ সভাপতি ৰূপম দাসক ভাৰপ্ৰাপ্ত সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰে। তিনি মাহৰ বাবে এই দায়িত্ব অৰ্পণ কৰি সভাপতি চন্দন কলিতাই কয়; “মই সভাপতিৰ দায়িত্বত থাকোতেই কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক হিচাপে দায়িত্ব ...

Read More »

১১অক্টোবৰত নলবাৰী হৰিমন্দিৰৰ ৰাস মহোৎসৱৰ ৰাজহুৱা সভা

নলবাৰীৰ পৰা প্ৰাঞ্জল শৰ্মা, প্ৰথম খবৰ: ১৯৩৩ চনৰ পৰা চলি অহা নলবাৰীৰ শ্ৰী শ্ৰী হৰিমন্দিৰৰ এইবেলি ৮৪ সংখ্যক ৰাস মহোৎসৱ উদযাপনৰ অৰ্থে অহা ১১ অক্টোবৰৰ সন্ধিয়া ৫ বজাত মন্দিৰ বাকৰিত এখন ৰাজহুৱা সভাৰ আয়োজন কৰা হৈছে। উক্ত সভাত হৰিমন্দিৰৰ আজীৱন সভ্য ...

Read More »

দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ গ’ল সীমা জাগৰণ মঞ্চৰ বৈঠক

নিউজ ডেস্ক, প্ৰথম খবৰ: ভাৰতবৰ্ষৰ সীমান্তত হৈ থকা বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত আৰু সীমান্তত বসবাস কৰা লোকসকলৰ সেৱাৰ্থে কাম কৰি আহিছে ‘সীমা জাগৰণ মঞ্চ’ই। অহৰহ কাৰ্য সম্পাদন কৰি থকা এই সংগঠনটোৰ অখিল ভাৰতীয় বৈঠক বিগত সাত আৰু আঠ অক্টোৱৰত গুৱাহাটীত ...

Read More »